Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

গোলাঘাটত কপিকুল আৰু মানুহৰ তয়াময়া ৰণ

বন ধ্বংস যজ্ঞই মানুহৰ জীৱনলৈ চৰম সংঘাত কঢ়িয়াই অনা পৰিপ্ৰেক্ষিতত  গোলাঘাট আজি এখন অগতানুগতিক  ছবি প্ৰতিফলিত হ'ল । বাসস্থান আৰু খাদ্যৰ  অভাৱত  জনসমাবেশলৈ ওলাই অহা কপিকুলে এইবাৰ প্ৰত্যক্ষ সংঘৰ্ষত লিপ্ত হ'ল   গোলাঘাট চহৰত। ক্ৰমে হিংস্ৰ হৈ
Read More...

মুদৈজানত ৰাতি ৰাতি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ: মামৰে ধৰা ৰডৰ ওপৰতে ঢালাই দিয়াৰ চেষ্টা: ৰাষ্ট্ৰীয়…

যোৱা ২০১৪ চনতেই ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰিছিল কিন্তু আজিও যোৰহাটৰ পৰা জাঁজী দলঙলৈ চাৰিলেণ্ডৰ কামৰ যেন শেষ নাই । সমগ্ৰ জিলা খনতে ক্ৰুটিপূৰ্ণ ভাবে কাম কৰাৰ বাবে বিভিন্ন সময়ত ৰাইজ তথা বিভিন্ন দল সংগঠনে প্ৰতিবাদ
Read More...

৪৮ কোটি টকীয়া দুই লেনযুক্ত ৰাজ্যিক ঘাইপথ নিৰ্মাণত ঠিকাদাৰ গোষ্ঠী নাহাতাৰ অনিয়ম

ঢকুৱাখনাৰ খজুৱা তিনিআলিৰ পৰা মাতমৰা সংযোগী ৰাজ্যিক ঘাইপথটো দুইলেনযুক্ত কৰি নিৰ্মাণৰ বাবে চি,আৰ,এফ আঁচনিৰ অধীনত ২০১৭-১৮ বৰ্ষত ৪৮ কোটি ৮৫ লাখ ৩৭ হেজাৰ টকাৰ আবন্টন দিয়া হৈছিল পথ নিৰ্মাণকাৰী ঠিকাদাৰ গোষ্ঠী নাহাতাক।এই বৃহৎ পৰিমাণৰ
Read More...

ডবকা পাহাৰত বনজ সম্পদ ধ্বংস যজ্ঞক লৈ সৰৱ সচেতন মহল: সামাজিক মাধ্যমত তুলপাৰ

মিত্ৰজোঁটে দ্বিতীয় বাৰ চৰকাৰ গঠন কৰাৰ সুযোগ গ্ৰহণ কৰাত মুখ্যমন্ত্ৰী হিচাপে ড: হিমন্ত বিশ্ব শৰ্মাই দ্বায়িত্ব ভাৰ গ্ৰহণ কৰাৰ পিছত অসমত চলি থকা বিভিন্ন ছেণ্ডিকেট ৰাজ বন্ধ কৰাৰ কাৰণে সক্ৰিয় বাবে কাম কৰি থকাৰ সময়ত হোজাই জিলাৰ বনজ সম্পদৰ
Read More...

অলিম্পিকগামী লাভলীনাক লৈ উচাহৰ ঢল বোকাখাত জে ডি এছ জি মহাবিদ্যালয়তঃ

অহা ২৩ জুলাইত আৰম্ভ হব টকিঅ' অলিম্পিক গেমছ ২০২০। ভাৰতীয় দলৰ স'তে যাব অসমৰ একমাত্ৰ খেলুৱৈ, বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰী তথা অৰ্জুন বঁটা বিজয়ী বক্সাৰ লাভলীনা বৰগোঁহায়ে। ইয়াকে লৈ সমগ্ৰ গোলাঘাট জিলাৰ লগতে বোকাখাত জে ডি এছ জি
Read More...

বিশ্ব যুৱ আৰ্চাৰী চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত বোকাখাতৰ বিশাল চাংমাইঃ

 আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতালৈ গোলাঘাটৰ একমাত্ৰ খেলুৱৈ হিচাপে ভাৰতীয় দলত স্থান লাভ কৰি বোকাখাতৰ লগতে অসম বাসীৰ বাবে সুখৰ কঢ়িয়াই আনিছে বোকাখাতৰ সুসন্তান বিশাল চাংমায়ে । প'লেণ্ডত অনুষ্ঠিত হব লগীয়া বিশ্ব যুৱ আৰ্চাৰী
Read More...

কাৰ দোষত মৃতপ্ৰায় অসম চৰকাৰৰ এসময়ৰ সোণৰ কণী পৰা হাঁহ

২০১৫ চনত চাৰি কোটি টকা ব‍্যয়ৰে নিৰ্মিত অত‍্যাধুনিক হাঁহ পালন গৃহত এতিয়া জংঘলী লতাকলিয়াবৰৰ কেন্দ্ৰীয় হাঁহ প্ৰজনন পাম ও গৱেষণা কেন্দ্ৰৰ আজিৰ বিধস্ত ৰূপৰ বাবে দায়ী কোন?দৈনন্দিন বাৰ্তাৰ সেৱা, কলিয়াবৰ, ১৪ জুলাই : প্ৰচুৰ সম্ভাৱনাৰ পিছতো
Read More...

মাজবাটৰ ১নং মনাই গাৱত ডাইনী হত্যাৰ সম্পৰ্কে সজাগতা সভা

ওদালগুৰি জিলা চাহ জনগোষ্ঠী সাহিত্য সভাৰ উদ্যোগত  ১৩ জুলাইত মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত ১ নং মনাই গাৱত ডাইনী সম্পৰ্কীয় এক সজাগতা সভা অনুষ্ঠিত হৈ যায় । শিক্ষা দীক্ষা স্বাস্থ্য আদি সকলো দিশতেই বাৰুকৈ পিছ পৰি যায় । এই খন গাওঁতেও যোৱা ২৫ 
Read More...

ডিঙিত মিঠাতেল,বিলাহী,বেঙেনা,জিকাৰ মালাপিন্ধি নাজিৰাৰ প্ৰান্তে প্ৰান্তে মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল…

অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সাম্প্ৰতিক সময়ত বি জে পি নেতৃত্বাধীন চৰকাৰে সাধাৰণ জনতাক নিঃশেষ কৰাৰ মানসেৰে যিদৰে পেট্ৰ'ল- ডিজেল- ৰন্ধন গেছ তথা অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম দৈনন্দিন বৃদ্ধি কৰাৰ প্ৰতিবাদত এক ধৰ্না কাৰ্যসূচী
Read More...

অসমত হোৱা প্ৰতিটো এনকাউণ্টাৰৰ ন্যায়িক তদন্ত দাবী অখিল গগৈৰ

অসমত হোৱা প্ৰতিটো এনকাউণ্টাৰৰ ন্যায়িক তদন্তৰ দাবী শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। আজি বিধানসভাৰ বাহিৰত সাংবাদিকক সম্বোধন কৰি অখিল গগৈয়ে কয় যে শিৱসাগৰ সমষ্টিৰ অভিযুক্ত ভূপেন বৰুৱাক আৰক্ষীয়ে এনকাউণ্টাৰ কৰি গুলীয়াই আঘাত কৰিছে। অসমত হোৱা
Read More...