Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

মাজবাট নগৰৰ ৰাজপথত দেখা গৈছে চক্ৰ বিষয়া,সহঃ আযুক্তই কভিড পৰীক্ষাত ব্যস্ত

১৩ জুলাইত ওদালগুৰি জিলাৰ মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত চাহ বাগিছা গাঁও সমূহত দেখা দিয়া ক'ভিড ১৯ ৰ বৰ্দ্ধিত সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি স্বয়ং ওদালগুৰি জিলাৰ মাজবাট ৰাজহ চক্ৰ বিষয়া উৎপল কুমাৰ ডেকা আৰু সহঃ আয়ুক্ত সুপ্ৰিয়া
Read More...

বৰ্তমানৰ বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীৰ ওপৰত নিৰ্মাণ হ’ব এখন ছবি

ভাৰতীয় ক্ৰিকেটৰ ৰূপ ৰেখা সলনি কৰা গাংগুলীৰ ওপৰত নিৰ্মাণ হ’ব ছবি, কিন্তু দাদাৰ চৰিত্ৰত থাকিব কোন? ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমানৰ বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীৰ ওপৰত নিৰ্মাণ হ’ব এখন ছবি। প্ৰায় দুবছৰ ধৰি এই চৰ্চা চলি
Read More...

অসমত শীঘ্ৰেই উপলব্ধ হ’ব পাৰে সুৰাৰ হোম ডেলিভাৰী সেৱা

নতুন SOPত থাকিব পাৰে এই নিৰ্দেশনা৷ বুধবাৰে প্ৰকাশ পাব পাৰে নতুন SOP প্ৰথমে গুৱাহাটীত আৰু তাৰ পাছত ৰাজ্যজুৰি উপলব্ধ হ'ব পাৰে এই সেৱা৷ সুৰাৰ বিপণী তথা চুলাই মদৰ ঘাটিত ভিৰ কমাবলৈ এই সিদ্ধান্ত ল'ব পাৰে অসম চৰকাৰে৷ ইয়াৰ বাবে
Read More...

নাজিৰা পঞ্চায়তত লুণ্ঠনৰাজ : নাজিৰা ব্লক কংগ্ৰেছে সম্বোধন কৰিলে সংবাদ মেল : প্ৰতিজন দুৰ্নীতিকাৰীক…

যোৱা ১১ জুলাইত নাজিৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী নিপা বৰুৱাৰ এটি পথ-প্ৰকল্পৰ কৰ্মৰত ঠিকাদাৰৰ পৰা কমিচন বিচৰাৰ ভি ডি অ' ভাইৰেল হোৱাৰ লগতে বি জে পিৰ ৰাজ্যিক  যুৱ  মৰ্চাৰ সম্পাদক তথা বিগত সাধাৰণ নিৰ্বাচনত নাজিৰা সমষ্টিৰ পৰাজিত প্ৰাৰ্থী  ময়ুৰ
Read More...

ৰাজ্যৰ ৭ খন জিলাৰ জনসাধাৰণে নাপাব সকাহ! বাকী জিলাসমূহত প্ৰযোজ্য হ’ব নতুন নিয়ম

ৰাজ্যৰ ৭ খন জিলাৰ জনসাধাৰণে নাপাব সকাহ! বাকী জিলাসমূহত প্ৰযোজ্য হ’ব নতুন নিয়ম ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে ৰাজ্যত যোৱা ৫ মে’ৰ পৰা প্ৰযোজ্য হৈ থকা নীতি-নিয়মত ৰাজ্যৰ জনসাধাৰণে পুনৰ কিছু শিথিলতা লাভৰ সম্ভাৱনা আছে। যোৱা শনিবাৰে ৰাজ্যৰ
Read More...

ৰঙিয়াত ভূল চিকিৎসাৰ বলি হৈ সন্তানক হেৰুৱাবলগীয়া হোৱাৰ দৰে গুৰুতৰ অভিযোগ

ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত কৰ্মৰত ডাঃ গৌৰাঙ্গ মেধীৰ বিৰুদ্ধে ভূল চিকিৎসা কৰাৰ দৰে এক চাঞ্চল্যকৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখযোগ্য যে ৰঙিয়াৰ নিকটৱৰ্তী হেমদোল গাৱৰ হাইনাশ্ৰী কলিতা নামৰ প্ৰসুতিগৰাকী পূৰ্বৰে পৰা ডাঃ মেধীৰ
Read More...

কাজিৰঙাত গঁড় হত্যা কৰা চিকাৰী উগ্ৰপন্থী গ্ৰেপ্তাৰ মনিপুৰত

মনিপুৰৰ কুখ্যাত উগ্ৰপন্থী সংগঠন এন এচ চি এন (আই এম) আৰু নৱ গঠিত জেমী ৰিভলোচনেৰী আৰ্মী চমুকৈ জে আৰ এৰ দৰে উগ্ৰপন্থী সংগঠনৰ সদস্য জড়িত হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় হত্যাৰ সৈতে ৷ গোলাঘাট আৰু মনিপুৰ আৰক্ষীৰ
Read More...

আদিবাসী ছাত্র সন্থাৰ প্ৰতিষ্ঠাপক জাষ্টিন লাক্ৰাৰ ৬তম্ মৃত্যু বাৰ্ষিকী

 আজি ১৩ জুলাই। আজিৰ দিনটোতে ইহ:লীলা ত্যাগ কৰিছিল সদৌ অসম আদিবাসী ছাত্র সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি তথা জাতীয় পিতা স্বৰূপ জাষ্টিন লাক্ৰা। আজি তেখেতৰ ৬তম্ মৃত্যু বাৰ্ষিকী। সমগ্র ৰাজ্যৰ লগতে সদৌ অসম আদিবাসী ছাত্র সন্থাৰ ধুবুৰী জিলা সমিতিয়ে
Read More...

টিংখাঙত বুঢ়ীদিহিঙৰ প্ৰৱল খহনীয়া অব্যাহত

ৰাজ্যখনত কেইবাখনো জিলাত বানপানী আৰু খহনীয়াই ত্ৰাসৰ সৃষ্টি কৰি আহিছে।প্ৰতিবছৰে হোৱাৰ দৰে চলিত বৰ্ষত বানপানী আৰু খহনীয়াৰ বাবে বহুলোক সৰ্বস্বান্ত হ'ৱ লগা হৈছে।খেতি মাটিৰ লগতে ঘৰ দুৱাৰ পৰ্যন্ত বানপানী আৰু খহনীয়াত জাহ যোৱাত পৰিয়ালসমূহৰ মাজত
Read More...

বৰঝাৰ বিমান বন্দৰত কৰ্মৰত ২৫০ বিমান কর্মচাৰীক ছাটাই কৰাৰ ষড়যন্ত্ৰ

কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰকে ধৰি দেশৰ ছয়টা লাভজনক বিমান বন্দৰ ব্যক্তিগতকৰণৰ লক্ষ্যৰে  আদানী গ্রুপক গতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত এতিয়া বিমান বন্দৰৰ ৰানৱেত কাম কৰি অহা
Read More...