Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান নলবাৰীৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বলাকুছি গাওঁবাসীৰ হৈ আজি নলবাৰী জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে নলবাৰী জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে  । স্মাৰক পত্ৰ খনত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জিলা উপায়ুক্তক প্ৰকাশ কৰে যে, যোৱা ২০১১ চনত ৩১ নং
Read More...

কুসুমটোলাত যুৱ ব্যৱসায়ীৰ মৃত্যু

জামুগুৰিহাটৰ কুসুমটোলাৰ যুৱ ব্যৱসায়ী নিৰ্মল মিশ্ৰৰ আজি  উচ্চ ৰক্তপাত জনিত কাৰণত মৃত্যু হয়।পুৱা প্ৰায় ৯ মান বজাত  নিজ গৃহত গুৰুত্বৰভাৱে অসুস্থ হৈ পৰা যুৱ ব্যৱসায়ী গৰাকীক ততাতৈয়াকৈ পৰিয়ালৰ লোকে উত্তৰ জামুগুৰি চিকিংসালয়ত ভৰ্তি কৰাই
Read More...

বৰপেটাত ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ উদ্দেশ্যে ভিডিঅ’ প্ৰস্তুতৰ অনলাইন প্ৰশিক্ষণ

সমগ্ৰ শিক্ষা, বৰপেটাৰ উদ্যোগত আৰু বৰপেটা জিলাৰ শিক্ষক নয়ন কুমাৰ দাস, প্ৰসেনজিত শৰ্মা আৰু চন্দন কুমাৰ দাসৰ নেতৃত্বত অলপতে ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ ভিডিঅ’ প্রস্তুতকৰণ সম্পর্কীয় এখন অনলাইন প্রশিক্ষণ গুগল মিটৰ জৰিয়তে অনুষ্ঠিত হয়। বৰপেটা
Read More...

ক’ভিডৰ বিৰুদ্ধে কঠোৰ যোৰহাট জিলা প্ৰশাসন দ্ৰোণ কেমেৰাৰে পৰিবেশ নিৰীক্ষণ।

ৰাজ্যৰ ভিতৰত যোৰহাট জিলাত এক ভয়াবহ ৰূপ ধাৰন কৰিছে মহামাৰী ক’ভিডে। ইতিমধ্যে ৰাজ্য প্ৰশাসনে যোৰহাটকে ধৰি মুঠ সাত খন জিলাত  কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে ৷ এই ক্ষেত্ৰত বিশেষকৈ যোৰহাট জিলা প্ৰশাসন নিয়ম ভংগকাৰী সকলৰ বিৰূদ্ধে অধিক  কঠোৰ হোৱা
Read More...

ধৰ্ম অনেক কিন্তু ভগৱান এক। দক্ষিণ কামৰূপ সচেতন মঞ্চৰ বৃক্ষৰোপণ

বিভিন্ন জাতি- জনগোষ্ঠী , ভিন্ন ভাষা, ধৰ্মাৱলম্বীৰ মিলন তীৰ্থভূমি অসম। বৰ্তমান সময়ত ৰাজ্যখনত সমন্বয়ৰ যেন অভাৱ ঘটিছে। দক্ষিণ কামৰূপ সচেতন মঞ্চই সমগ্র দক্ষিণ কামৰূপ অঞ্চলত এক সমন্বয়-সংহতি স্থাপনৰ বাবে এলানি কাৰ্যসূচী লৈছে। আজি সচেতন মঞ্চই
Read More...

জাগীৰোডত জুৱাৰ ঘাটি উৎখাত, মহিলা সহ গ্ৰেপ্তাৰ চাৰি গৰাকী জুৱাৰী

মৰিগাঁও জিলাৰ জাগীৰোড থানৰ আৰক্ষীয়ে ১১ জুলাইৰ নিশা এটা জুৱাৰ ঘাটি উৎখাত কৰাৰ লগতে এগৰাকী মহিলা সহ তিনি জুৱাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে নগদ ধন আৰু জুৱাৰৰ কিছু সামগ্ৰী জব্দ কৰিছে।উল্লেখ্য যে এক গোপন খবৰৰ ভিত্তিত কালি নিশা জাগীৰোড থানাৰ উপ
Read More...

মৃত্যুঞ্জয় বাহন কৰ্মচাৰীৰ চাকৰি সুনিশ্চিত কৰা আৰু দৰমহা বৃদ্ধিৰ বাবে আহ্বান

জৰুৰী কালীন এম্বুলেঞ্চ সেৱা ১০৮ ৰ লগত জড়িত কৰ্মচাৰীৰ চাকৰীৰ নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে ৰাইজ। ২০০৮ চনৰ পৰা ২০২১ চন অৰ্থাৎ আজি প্ৰায় ১২ বছৰে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে চৰকাৰি কৰ্মচাৰীসকলৰ লগত খোজত-খোজ মিলাই প্ৰায় ৩
Read More...

কৈৱৰ্ত নৱজাগৰণ সাহিত্য আৰু সামাজিক মঞ্চৰ সূৰ্যোদয় পুথিভঁৰাললৈ গ্ৰন্থ আৰু বাকচ দান

কৈৱৰ্ত নৱজাগৰণ সাহিত্য আৰু সামাজিক মঞ্চ' অসমৰ এক জনপ্ৰিয় ফেচবুক গোট। নতুন নতুন শিতানেৰে দৈনিক জীপাল হৈ থকা 'কৈৱৰ্ত নৱজাগৰণ সাহিত্য আৰু সামাজিক মঞ্চ' গোটৰ উদ্দেশ্য আৰু কৰ্ম সদায়ে চকুত লগা। বিভিন্ন সময়ত সহায়ৰ হাত আগবঢ়াই গোটটোৱে সমাদৰ
Read More...

ড্ৰেগন খেতিৰে স্বাৱলম্বী ওদালগুৰিৰ জোনাকী আৰু পৰিমল

ওদালগুৰি জিলাত সেউজ বিপ্লৱৰ সূচনা কৰিছে যদিও বিশ্বজুৰি ক'ভিড-১৯ অতিমাৰীৰ ফলত সৃষ্ট লকডাউনে প্ৰচণ্ড  মাধমাৰ শোধাইছে।বহু আশা  শ্ৰম ঘামৰ বিনিময়ত  আৰ্জিত সামান্য মূলধনেৰে নিজৰ খেতি মাটিত খেতিয়ক সকলে খেতি পথাৰ সেউজীয়া কৰি অনাই  বনাই ঘূৰি
Read More...

ক’ভিডৰ সহায়কাৰী ঔষধৰ গবেষণাত জিলিকিছে সোণাৰিৰ যুৱক

সমগ্ৰ বিশ্বত ত্ৰাস সৃষ্টিকাৰী ক'ভিড মহামাৰীৰ ভয়াৱহ প্ৰকোপৰ মাজতে আশাৰ সঞ্চাৰ আনিছে VEDICAL 9, শীৰ্ষক ইন্দো-জাৰ্মান কোম্পানী Vedicinals India pvt ltd ৰ NUTRACITICALS MEDICINE য়ে। যিয়ে COVID19 ৰ সহযোগী চিকিৎসাৰ ঔষধ ৰূপে প্ৰয়োগ কৰিব পাৰিব
Read More...