ৰাইজৰ বাৰ্তা

নলবাৰী বৰকুৰাত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য।

নলবাৰী চহৰৰ সমীপতে থকা বৰকুৰা নিৰ্মীয়মান দলংৰ সমীপৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এজন অচিনাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। স্থানীয়লোকে প্ৰকাশ কৰা অনুসৰি...

দক্ষিণ কামৰূপৰত জব্দ বৃহৎ পৰিমানৰ ৰেলৱে সামগ্ৰীৰ লগতে মবাইল টাৱাৰৰ সামগ্ৰী

দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ ঘোঁৰামাৰাত জোৰশিমুলী আৰক্ষীৰ অভিযান । অভিযানত জব্দ হৈছে বৃহৎ পৰিমানৰ ৰেলৱে সামগ্ৰীৰ লগতে মবাইল টাৱাৰৰ সামগ্ৰী লগতে আটক হৈছে কুখ্যাত চোৰ...

খাদ্য সুৰক্ষাৰ বিনামূলীয়া চাউল গ্ৰাহকক বিতৰণ নকৰাৰ অভিযোগ বৰপেটাত

বৰপেটা জিলাৰ বাঘমাৰা চৰ সমবায় সমিতিৰ অন্তৰ্গত ভাতনাপাইতিত এজেন্ট ছফেৰ আলীৰ বিৰুদ্ধে গ্ৰাহকে কৰিলে প্ৰতিবাদ।বাঘমাৰা চৰ সমবায় সমিতিৰ বিতৰ্কিত এজেণ্ট ছফেৰ আলীয়ে বিগত জানুৱাৰী...

গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ ১নং হাউৰীয়াপেটত যুৱকৰ আত্মহত্যা৷

গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ ১নং হাউৰীয়াপেটত যুৱকৰ আত্মহত্যা ৷আজি ৰাতিপূৱা ৯ বজাত নিজ গৃহতে অমৃত দাস (১৯) নামৰ যুৱকজনে চিপজৰীলৈ আত্মহত্যা কৰে ৷পৰিয়ালৰ লোকে...

মেৰাপানী সীমান্তত অব্যাহত গো-ধনৰ ব্যৱসায়।

মেৰাপানী সীমান্তত অব্যাহত আছে গো-ধনৰ ব্যৱসায়।অসম নগালেণ্ড সীমান্ত অঞ্চলটোত চোৰাং গৰু সৰবৰাহৰ লগতে গোপনে চলিছে পশুধনৰ বেহা। শেহতীয়াকৈ ৰাজ্য চৰকাৰে গো- সুৰক্ষাৰ ক্ষেত্ৰত কঠোৰ...

Popular