Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

সনাতন ডেকাৰ হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনাই প্ৰতিবাদ সাব্যস্ত…

নলবাৰী অসমত চৰকাৰ আৰু প্ৰশাসনক ভেঙুচালি কৰি নিৰিহ জনতাৰ ওপৰত অসুৰ ৰুপে থিয় দিছে একাংশ গুণ্ডাবাহিনীয়ে । ইয়াৰ সাক্ষী হিচাবে ৰৈ গল হাজোৰ সনাতন ডেকাক পৰিকল্পিতভাৱে কৰা হত্যাকাণ্ড । সনাতন ডেকাক ৰাজপথত মৰিয়াই মৰিয়াই হত্যা কৰা দেখিছিল
Read More...

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সৰৱ প্ৰতিবাদঃ ভয় দেখুৱাই গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰাৰ পৰিণতি বিষম…

দিলীপ হাজৰিকা : নাজিৰা - নাজিৰাৰ বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী নেতা দেৱব্ৰত শইকীয়াই অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰি জনতাৰ অধিকাৰ নস্যাৎ কৰা চৰকাৰৰ ধাৰবাহিক কাণ্ডৰ প্ৰতিবাদ কৰিছে । শীঘ্ৰে চৰকাৰে এনে কাৰ্য্যৰ পৰিণতি
Read More...

নাজিৰাত অনুপ,দাদু,ধুনুৰ ছত্ৰছায়াত দিনে নিশাই অবৈধ মাটি খনন : কোৰাণেৰে ধন চপাইছে আৰক্ষী,ৰাজহ চক্ৰ…

দিলীপ হাজৰিকা : নাজিৰা  -- শিৱসাগৰ জিলা বন সংমণ্ডল বিভাগৰ একাংশ বিষয়া আৰু নাজিৰা মহকুমাৰ একাংশ আৰক্ষী বিষয়াৰ ছত্ৰছায়াত নাজিৰা মহকুমাৰ অন্তৰ্গত শেনআলি,চানবেচা,বাউলীমৈদাম,কপহুৱা,মাদুৰি,মঠিয়াছিগা,মেজেঙ্গা,নামতি,গেলেকীত  দিনে নিশাই
Read More...

বৰঘূলী আক্ৰমণৰ লগত জড়িত দুজন গ্ৰেপ্তাৰ । ২৬ মে’ত সংঘটিত হৈছিল জল সম্পদ বিভাগৰ ঠিকাদাৰ-কৰ্মচাৰী…

কলিয়াবৰ কলিয়াবৰ মহকুমাৰ বৰঘূলীত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ মাজতে সংঘটিত হৈছিল এক আক্ৰমণৰ ঘটনা। যোৱা ২৬ তাৰিখে কলিয়াবৰ বৰঘূলীত গৰাখহনীয়া প্ৰতিৰোধত নিয়োজিত একাংশ ঠিকাদাৰ,জলসম্পদৰ কৰ্মচৰীক আক্ৰমণত জড়িতৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ।  ভাৰতীয়
Read More...

ৰূপহীহাটত শিশুৰ মুখৰ আহাৰ কাঢ়ি খাইছে একাংশ কৰ্মী-বিষয়া-মুখ্য সেৱিকাই । ১২০ টকাৰ বিপৰীতে অংগনবাদী…

 এ জে আকন্দ‌, নগাঁও শিশু, কিশোৰী, গৰ্ভৱতী মহিলা, প্ৰসূতি আৰু পুষ্টিহীনতাত ভোগা শিশুক পুষ্টিকৰ আহাৰ খুওৱাৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৰূপহীত সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে। আন
Read More...

মঙলদৈ অসামৰিক চিকিৎসালয়ত মুঠ ২ জন ক’ভিড আক্ৰান্ত ৰোগী

মঙলদৈ, মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা ২ জনলৈ বৃদ্ধি পালে। নতুনকৈ ভৰ্তি হোৱা ক'ভিড আক্ৰান্ত ব্যক্তিজন হ'ল লালপুলৰ নদীকাষৰ নিজামুদ্দিন আলী (২০)। বুধবাৰে আবেলি প্ৰথমজন ক'ভিড আক্ৰান্তক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত
Read More...

ৰাইজৰ মতামত…

"দৈনন্দিন বাৰ্তা' কাকতৰ ৱেব পট্ৰেলত প্ৰকাশ পোৱা *নগাঁৱৰ উপায়ুক্তৰ সৰলতাৰ সুযোগ লৈ বহুৱাইছে দুৰ্নীতিৰ বজাৰ*"- শীৰ্ষক বাতৰিটো মোৰ দৃষ্টিগোচৰ হৈছে। বাতৰিটোত প্ৰকাশ হোৱা ধৰণে মই এম এছ ডি পি, বিধায়ক আৰু সাংসদ পুজিৰ নামত কোনো বজাৰ মুকলি কৰা
Read More...

জেঠ মহীয়া বানৰ কবলত সোণতলীৰ বহু অঞ্চলৰ কৃষি ভুমিঃ কৃষকৰ মাজত হাহাকাৰ ৷

সোণতলী বিগত কেইবাদিন ধৰি হৈ থকা  মুষলাধাৰ বৰষুণৰ ফলত কলহী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ছয়গাঁও সমষ্টিৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ খেতি পথাৰ৷ জানিব পৰামতে ধাৰাসাৰ বৰষুণৰ ফলত দক্ষিণ কামৰূপত সৃষ্টি হৈছে ভয়াৱহ বানৰ৷ ভয়াৱহ বানে প্লাৱিত
Read More...

লংকাত বানপীৰিত ৰাইজৰ বুজ ল’বলৈ উপস্হিত হ’ল মন্ত্ৰী কেশৱ মহন্ত ।

লংকা   ক'ৰণাৰ আতংকৰ মাজতেই, ৰাজ্যত বানৰ সংহাৰী ৰূপ । তাৰ সমান্তৰাল ভাৱে লংকা লস্কৰপথাৰ অঞ্চলৰ কাষেৰে বৈ যোৱা কপিলীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে কপিলীপৰীয়া বিভিন্ন অঞ্চল । উক্ত কপিলীপৰীয়া বানাক্ৰান্ত ৰাইজৰ কাষত আজি উপস্হিত হয় মন্ত্ৰী
Read More...

কৃষিমন্ত্ৰীৰ গৃহ সমষ্টিত কৃষকৰ কান্দোনঃ বানৰ বাবে কেঁচাতে কাটিছে বড়ো ধান

মুৰফুলনী গোলাঘাট জিলাত কৰু'ণা মহামাৰীৰ সংহাৰৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি এতিয়া বানৰ তাণ্ডৱ ।বানৰ বাবে নুমলীগড়ৰ বহু কৃষকৰ নিদ্ৰা নাই এতিয়া।বানৰ বাবে কেঁচাতে কাটিব লগীয়া হৈছে বড়ো ধান।কৃষি মন্ত্ৰীৰ গৃহ সমষ্টিতে বান্ধ চিঙি কৃষকৰ শ শ
Read More...