Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

ক’ভিড-১৯‌ৰ ভয়াবহতা: সজাগ আৰু সচেতনতাৰ বাবে টীয়কত চুটি ছবি “প্ৰতিৰোধ” শুভ মুক্তি

যি  সময়ত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে ৰাজ্যতো ক'ভিড-১৯ য়ে ভয়াবহ ৰূপ ধাৰণ কৰি দৈনিক আক্ৰান্ত ৰোগী আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে সেইসময়তে টীয়কৰ কেইজনমান উদীয়মান যুৱকে ক'ভিডক লৈ সাধাৰণ জনতাক প্ৰশাসনৰ সমান্তৰালকৈ সজাগ আৰু সচেতন কৰিবৰ বাবে
Read More...

নলবাৰী জিলাৰ প্ৰতিটো জিলা পৰিষদ এলেকাত ক’ভিড হস্পিতাল আৰু ভেকচিন কেন্দ্র স্থাপনৰ দাবী নলবাৰী…

নলবাৰী জিলাত ক'ভিড মহামাৰীৰ সময়চোৱাত সৰ্বসাধাৰণ ৰাইজৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে নলবাৰী জিলাৰ প্ৰতিটো জিলা পৰিষদ এলেকাত ক'ভিড  হস্পিতাল আৰু ক'ভিড ভেকচিন কেন্দ্র স্থাপন কৰাৰ দাবী উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম
Read More...

মাৰ্ঘেৰিটাত শিল-বালিৰ অবৈধ ৰমৰমীয়া বেহা দিন দুপৰতে সৰবৰাহ হয় অবৈধ শিল- বালি ভৰ্তী বাহন

তিনিচুকীয়া জিলাৰ অন্তৰ্গত মাৰ্ঘেৰিটাত বৰ্তমানেও অব্যাহত আছে শিল,বালি, কাঠৰ লগতে চোৰাং কয়লাৰ অবৈধ ৰমৰমীয়া বেহা|বন বিভাগৰ একাংশ দূৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰী প্ৰত্যক্ষ সহযোগতেই মাৰ্ঘেৰিৰ্টাত শিল-বালি ,কাঠৰ এই অবৈধ ৰমৰমীয়া
Read More...

মাৰ্ঘেৰিটাত মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে মহকুমাৰ প্ৰশাসনৰ অভিযান

সমগ্ৰ ৰাজ্যজুৰি ক'ৰোনাই ধাৰণ কৰিছে তীব্ৰ ভয়াবহ ৰূপ |মাৰ্ঘেৰিটাতো দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ক'ৰোনাৰ সংক্ৰমণৰ ঘটনা| ইয়াৰ পিছতো যেন কানসাৰ নাই মাৰ্ঘেৰিটাৰ নগৰৰ একাংশ লোকৰ | নাই মাস্ক , নাই সামাজিক দূৰত্ব|একাংশ লোকৰ এনে ব্যৱহাৰে  সচেতন
Read More...

দক্ষিণপাট গাওঁৰক্ষী বাহিনীৰ আদৰণিয় পদক্ষেপ

 দেশৰ বতমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ইতিমধ্যে জাৰী কৰা নীতি -নিদ্দেশনা সমুহ কঠোৰ ভাৱে যাতে গাঁওবাসী ৰাইজে মানি চলে তাৰ উদ্দেশ্যে মাজুলীত গাঁওৰক্ষী বাহিনীয়ে এক আদৰণিয় পদক্ষেপ গ্ৰহণ কৰে ৷ মাজুলী কমলাবাৰী থানাৰ বনগাঁও আৰক্ষী চকী
Read More...

টিংৰাই অঞ্চলৰ প্ৰথম গৰাকী ডক্টৰেট ডিগ্ৰীৰ সন্মান লাভ কৰা ড° ভূপেন বৰুৱা মৃত্যু ৷

বৃহত্বৰ টিংৰাই অঞ্চলৰ প্ৰথম গৰাকী ডক্টৰেট ডিগ্ৰীৰ সন্মান লাভ কৰা ড° ভূপেন বৰুৱাৰ ৮০ বছৰ বয়সত যোৱা ৩ মে'ত গুৱাহাটীত মৃত্যু হয় ৷ ডিগবৈ টিংৰাই সমীপৰ বহু পুৰণি ঐতিসাহিক হোলোংহাবি চাহ বাগিচাৰ প্ৰাক্তণ প্ৰৱন্ধক প্ৰায়ত পিতৃ বলোৰাম বৰুৱা আৰু
Read More...

বাঘমাৰাত প্ৰধানমন্ত্ৰী চড়ক যোজনাৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম, ঠিকাদাৰ ফয়জল হকৰ বিৰুদ্ধে…

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত দক্ষিণ পাৰৰ চৰাঞ্চলত প্ৰধানমন্ত্ৰী চড়ক যোজনাৰ প্ৰায়বোৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । বাঘমাৰাৰ পৰা আলোপতি মণ্ডল পাৰালৈ যোৱা পেকেজ নং AS01202 ৰ ৰাস্তাৰ যি
Read More...

ওদালগুৰিত জিলাত ১৮বছৰৰ পৰা ৪৪বছৰলৈ ৬টা কেন্দ্ৰত কভিড ১৯ৰ টিকাকৰণ প্ৰদান

ক’ভিড ১৯ ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৬ মেৰ পৰা ওদালগুৰি জিলাত আশা কৰ্মীসকলে ঘৰে ঘৰে গৈ ৰাইজক কভিড১৯ৰ বিষয়ে সজাগ কৰিবলৈ আৰম্ভ কৰিছে।গৃহত আছুতীয়াকৰণত থকা ৰোগীসকলে কেনেধৰণৰ নীতি-নিয়ম মানি চলিব লাগে সেইবিষয়েও ৰাইজক সজাগ কৰাৰ
Read More...

ৰাজহুৱা স্থান চেনিটাইজ কৰিবলৈ আহ্বান টীয়ক আছুৰ

সমগ্ৰ দেশৰ লগতে অসমতো ক'ৰণা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰি ব্যাপকভাৱে সংক্ৰমনে জনজীৱন স্থবিৰ কৰি তুলিছে। কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি টীয়ক ৰাজ্যিক বাছ আস্থান, টীয়ক ৰাজহ চক্ৰ কাৰ্যালয়, কলিয়াপানী খণ্ড উন্নয়ন কাৰ্যালয়, টীয়ক এফ.আৰ.
Read More...

পূব যোৰহাটত ৰাইজৰ হাহাকাৰ,আধাৰ নহ’লে সুলভ মূল্যৰ চাউল ,কেৰাচিন নাপায়

খাদ্য আৰু অসামৰিক যোগান  বিভাগ যোৰহাট সংমণ্ডলৰ অধীনস্থ পূব যোৰহাট উন্নয়ন খণ্ডৰ সুলভ মূল্যৰ দোকানৰ গ্ৰাহকৰ মাজত আধাৰে হাহাকাৰ লগাইছে । কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ দ্বাৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা যোজনা আঁচনিৰ
Read More...