Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

পশ্চিম কামৰূপ, দক্ষিণ বৰপেটাৰ সাপ্তাহিক বজাৰ সমুহত ধোঁৱাচাঙত ক’ভিড নীতি-নিয়ম…

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিম কামৰূপ আৰু দক্ষিণ বৰপেটাত ব্যাপক হাৰত কৰোনা সংক্ৰমণ বৃদ্ধি পোৱাৰ পিছতো যেন গা লৰা নাই একাংশ লোকৰ। জানিব পৰা মতে নগৰবেৰা ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্ভুক্ত অঞ্চল সমুহত যোৱা ১০ এপ্ৰিলৰ পৰা ৭
Read More...

কলাক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে ডঃ হিমন্ত বিশ্ব শৰ্মাই

অসমৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল'লে ডঃ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যপাল জগদীশ মুখীয়ে শপত বাক্য পাঠ কৰোৱায় হিমন্ত বিশ্ব শৰ্মাক। শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছে এই শপত গ্ৰহণ অনুষ্ঠান। মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ পিছতে আন কেইবাগৰাকীও মন্ত্ৰীয়েও
Read More...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন সংবাদমেলঃ ১ লাখ নিবনুৱালৈ কৰ্মসংস্থাপন, কোৰোণা পৰিস্থিতি…

ৰাজ্যৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিয়েই হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে প্ৰথমখন সংবাদমেল। সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন চৰকাৰৰ বাবে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰে। আনহাতে
Read More...

মৈৰাবাৰীত সম্পন্ন সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান

কৰ'না বিষয়ক কবিতাৰে জীপাল 'বাটৰ কবিতা' মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ 'খাইৰ প্ৰকাশন'ৰ উদ্যোগত ২০১৫ চনৰ ১০ জানুৱাৰীৰ পৰা প্ৰতি ইংৰাজী মাহৰ ১০ তাৰিখে নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান 'বাটৰ কবিতা' আজি সোমবাৰে দুপৰীয়া
Read More...

নিৰ্বাচনৰ আগতে টীয়ক বাসীক দিয়া প্ৰতিশ্ৰুতি ৰাখিব পাৰিবনে নতুন মুখ্যমন্ত্ৰীয়ে

অৱশেষত বহু জল্পনা কল্পনাৰ মূৰত ৰাজ্যবাসীয়ে এজন দক্ষতা সম্পন্ন নেতাক মুখ্যমন্ত্ৰী হিচাবে লাভ কৰিলে । সদ্য প্ৰাক্তন জননেতা সৰ্বানন্দ সোনোৱালে নিকা ভাৱ মূৰ্তিয়ে যেনেদৰে অসমৰ জনতাৰ হৃদয় জয় কৰিব পাৰিছিল ঠিক তেনেদৰে ডঃ হিমন্ত বিশ্ব
Read More...

শুভ উদ্ধোধন কৰাৰ ৩মাহৰ পিছতো মুকলি নহ’ল মাজবাটৰ মহলীয়াপাৰা আদৰ্শ চিকিৎসালয়।অতিশীঘ্ৰে মুকলি…

শুভ উদ্ধোধন কৰাৰ ৩ মাহৰ পিছতো মুকলি কৰা নহল ওদালগুৰি জিলাৰ মাজবাটত অৱস্থিত মহলীয়াপাৰা আদৰ্শ চিকিৎসালয়ৰ খন ৷আদৰ্শ চিকিৎসালয় থাকিও চিকিৎসা সেৱাৰ পৰা বঞ্চিত বৃহত্তৰ মাজবাট অঞ্চলৰ ৰাইজ। দেশত তথা ৰাজ্যত ইতিমধ্যে মহামাৰী কাল কৰণাই ভয়ংকৰ
Read More...

ভাৰতীয় ৰেডক্ৰছ ছোচাইটী দৰং জিলা শাখাৰ বিশ্ব ৰেডক্ৰছ দিৱস পালন, ক’ভিড-১৯ ৰ মহামাৰীৰ বাবে পালন…

ভাৰতীয় ৰেডক্ৰছ ছোচাইটী দৰং জিলা শাখাই আজি মঙলদৈত থকা ৰেডক্ৰছ কাৰ্যালয়ত বিশ্ব ৰেডক্ৰছ দিৱস পালন কৰে। ৰাতিপুৱা ভাৰতীয় ৰেডক্ৰছ ছোচাইটীৰ পতাকা উত্তোলন কৰে দৰং জিলা ৰেডক্ৰছ ছোচাইটীৰ অধ্যক্ষ গোবিন্দ উপাধ্যায়ে,ৰেডক্ৰছৰ জন্ম দাতা জন হেনৰি
Read More...

অসমৰ অগ্নি গৰ্ভা পৰিস্থিতিত চৰকাৰ গঠনৰ হোহকা- পিচলা কৰা কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যত অসন্তুষ্টি মাজুলী…

দ্বিতীয় বাৰৰ বাবে একক সংখ্যা গৰিষ্ঠ আসনত জয়লাভ কৰা অসমৰ নৱনিৰ্বাচিত বিজেপি মিত্ৰজোঁটৰ দলৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত মূখ্য মন্ত্ৰী কেন্দ্ৰীক বিষয়টো লৈ হোহকা পিচলা কৰা কেন্দ্ৰীয় নেতৃত্বৰ কাৰ্যকলাপত অসন্তুষ্টি প্ৰকাশ কৰিছে মাজুলী বাসীয়ে। দেশৰ
Read More...

নগৰবেৰাত ১৮ বৰ্ষৰ উৰ্ধৰ লোকে ভেকচিন লবলৈ পাতিলে দীঘলীয়া শাৰী। ভেকচিন নাপাই বহুত উভতিল অহাবাটে

দেশ তথা ৰাজ্যত কৰোণাৰ সংহাৰ অব্যাহত, প্ৰতিদিনে মৃত্যু হৈছে ইজনৰ পিছত সিজনকৈ লোকৰ। ৰাজ্যত কৰোণাৰ দ্বিতীয়টো ঢৌয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ লগতে দ্ৰুত গতিত সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে যাৰ বাবে কৰোণা মহামাৰীৰ পৰা ৰক্ষা পাবলৈ চৰকাৰে কভিড’১৯ টিকাকৰণ
Read More...

কোৰোণাক পৰাস্ত কৰি ঘৰলৈ উভতিল বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি।

কোৰোণাক পৰাস্ত কৰি সুস্থ শৰীৰে ঘৰলৈ উভতিল বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি।  GMCHত ১৫ দিন ধৰি কোৰণাৰে যুজি আছিল সাহিত্যিকগৰাকী। শুকুৰবাৰেই বৰগোহাঞিৰ ৰিপ’ৰ্ট নিগেটিভ আহিছিল যদিও আজিহে চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হয় সাহিত্যিক গৰাকীক।যোৱ ২৪
Read More...