Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

মৰিগাঁও জিলাৰ জালুগুটিত একশৰন ভাগৱতী সমাজৰ ৫১ তম অষ্টপ্ৰহৰ মহাপালনাম কীৰ্তন অনুষ্ঠিত হৈছে।

মৰিগাঁও জিলাৰ  জালুগুটিত একশৰন ভাগৱতী সমাজৰ ৫১ তম অষ্টপ্ৰহৰ মহাপালনাম কীৰ্তন মহোৎসৱৰ অহা ১২ ফেব্ৰুৱাৰীৰ পৰা পাঁচ দিনীয়া কৈ অনুষ্ঠিত কৰা হৈছে। একশৰন  ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ একনিষ্ঠ সেৱক,মহাপালনামৰ সাধক শংকৰদেৱ
Read More...

শ্বহীদ পিয়লি ফুকনৰ সমাধিক্ষেত্ৰৰ পৰা ঐতিহাসিক গড়গাঁও কাৰেংঘৰ বাকৰিলৈ কংগ্ৰেছৰ বাছ যাত্ৰা

শ্বহীদ পিয়লি ফুকনৰ সমাধিক্ষেত্ৰৰ পৰা ঐতিহাসিক গড়গাঁও কাৰেংঘৰ বাকৰিলৈ বাছ যাত্ৰাৰে কংগ্ৰেছৰ " অসম বচাও "" অভিযান : বি জে পি নেৰ্তৃত্বাধীন চৰকাৰৰ অপশাসনৰ পৰা অসমক পৰিত্ৰাণৰ হুংকাৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীদ্বয়  জিতেন্দ্ৰ সিং , পৱন সিং
Read More...

বাজেট ২০২১-২২ গীতাৰ শ্লোকেৰে বাজেট পাঠ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিলে বাজেট। গীতাৰ শ্লোকেৰে বাজেট পাঠ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।সোণোৱাল চৰকাৰৰ অন্তিমখন বাজেট ।বাজেট দাখিলৰ সময়ত বিত্তমন্ত্ৰী গৰাকীয়ে সম্বোধন কৰি কয় যে।”৫ বাৰকৈ বাজেট দাখিল কৰাটো মোৰ বাবে
Read More...

কৃষক প্ৰতিবাদৰ বাবে প্ৰতিদিনে চৰকাৰে টোলগেট সমূহত হেৰুৱাইছে ১.৮ কোটি টকাৰ ৰাজহ

সংসদত বৃহস্পতিবাৰে এই কথা অৱগত কৰিছে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে। উল্লেখ্য যে, কৃষক প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি পঞ্জাৱ, হাৰিয়ানা আৰু দিল্লীৰ টোলগেটসমূহ বন্ধ কৰি ৰখা হৈছেযাৰ বাবে টোলগেটসমূহত দৈনিক ১.৮ কোটি টকাৰ লোকচান
Read More...

মিচ ইণ্ডিয়া ২০২০ৰ মুকুট জিলিকিল ৰিক্সা চালকৰ জীয়ৰীৰ শিৰত

মোৰ শৰীৰৰ তেজ, ঘাম আৰু চকুপানীয়ে একত্ৰিত হৈ মোৰ সপোনবোৰক পূৰণ কৰিবলৈ সাহস যোগাইছে, এইয়া মান্যাৰ ভাষ্য। সদ্য ঘোষিত ভি এল চি চি ফেমিনা মিচ ইণ্ডিয়া ২০২০ৰ প্ৰতিযোগিতাত তেলেংগানাৰ এগৰাকী অভিযন্তা মনাসা বাৰাণসীয়ে মিচ ইণ্ডিয়া ২০২০ খিতাপ লাভ
Read More...

২৬ দিনতে ৭০ লাখৰো অধিক লোকক ভাৰতত প্ৰদান কৰা হ’ল কভিড-১৯ৰ টিকা

ইমান কম সময়ৰ ভিতৰত টিকাকৰণৰ এই বৃহৎ সংখ্যাত উপনীত হোৱা বিশ্বৰ প্ৰথম দেশ হিচাপে পৰিণত হৈছে ভাৰত।ভাৰতত যোৱা ২৬ দিনত ৭০ লাখতকৈও অধিক লোকক কভিড-১৯ৰ টিকাকৰণ কৰা হৈছে। আনহাতে আমেৰিকাক এই সংখ্যাত উপনীত হ’বলৈ ২৭ দিন আৰু ব্ৰিটেইনক ৪৮ দিন সময়
Read More...

আমছুৰ হোজাই জিলা বন্ধ সফল

হোজাই জিলা উপায়ুক্তৰ স্বৈৰাচাৰী শাসন আৰু পক্ষপাতিত্বমূলক আচৰণৰ অভিযোগ উত্থাপন কৰি আজি হোজাই জিলা আমছুৱে ৬ ঘন্টীয়া হোজাই জিলা বন্ধ ঘোষণা কৰিছে ৷ পুৱা ৬ বজাৰ পৰা দিনৰ ১২  বজালৈকে হোৱা এই বন্ধৰ প্ৰভাৱ জিলাখনৰ আন আন প্ৰান্তৰ সমান্তাৰলকৈ
Read More...

উচ্চতম ন্যায়ালয়ে আৰম্ভ কৰিবলৈ অস্বীকাৰ কৰিলে অখিল গগৈৰ জামিনৰ শুনানি

২০১৯ চনৰ ডিচেম্বৰ মাহত তেওঁ নাগৰিকত্ব সংশোধনী আইনৰ বিৰূদ্ধে প্ৰতিবাদ কৰি থকাৰ সময়তে গ্ৰেপ্তাৰ হৈছিল আৰু তেতিয়াৰ পৰা আজিকোপতি তেওঁ কাৰাৰুদ্ধ হৈ আছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈয়ে প্ৰতিবাদৰ নামত দেশৰ অৰ্থনৈতিক সুৰক্ষাত ভাবুকি
Read More...

মৰি যাম কিন্তু বিজেপিৰ সন্মুখত আত্মসমৰ্পণ নকৰো

বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহৰ মাজত আৰম্ভ কৰিছে ব্যাপক তৎপৰতা। মৰি যাম কিন্তু বিজেপিৰ সন্মুখত আত্মসমৰ্পণ নকৰো : মমতা বেনাৰ্জীপশ্চিম বংগত।ইয়াৰ মাজতে তৃণমূল কংগ্ৰেছৰ প্ৰধান তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা
Read More...

অন্য বহুতৰ দৰে বৰ্তমানলৈ কোনো খবৰ নাই তিনি অসমীয়া সন্তানৰ।

উত্তৰাখণ্ডৰ প্ৰকৃতিৰ মহাপ্ৰলয়ত তচনচ হৈ পৰিল বহুতৰে জীৱন। কোনো শুংসূত্ৰই নাই বহু লোকৰে। ইয়াৰে মাজত কেইবাজনো উদ্ধাৰ হোৱাৰ বিপৰীতে বহু মৃতদেহো উদ্ধাৰ হৈছে।নিৰবিচ্ছিন্ন ভাবে উদ্ধাৰ অভিযান চলাই গৈছে উদ্ধাৰকাৰী দলে। নিশাও অব্যাহত আছে উদ্ধাৰ
Read More...