Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

ৰাজ্যক সুৰক্ষিত কৰিবলৈ হলে ৰাজনৈতিক ভাবে সুৰক্ষিত হব লাগিব : ভুৱনেশ্বৰ কলিতা

অসমৰ কেবাটাও মুল সমস্যা চিহ্নিত কৰি আৰু এইবোৰ সমাধানৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে বিধান সভাৰ নিৰ্বাচনৰ বাবে যুগুতাই উলিয়াছে এখন সংকল্প পত্ৰ৷আজি এই  উদ্দেশ্য পাঠশালাৰ বজালী বিজেপিৰ জিলা  সমিতিৰ কাৰ্যালয়ত আয়োজন এখন সংবাদ মেলত এই কথা সদৰি
Read More...

বটদ্ৰৱাত আঙুৰলতাৰ হৈ শেষ নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ

পদুলি মুখত বিধানসভা নিৰ্বাচন । আজি প্ৰথম পৰ্যায়ৰ  নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন । সমষ্টিয়ে সমষ্টিয়ে চলিছে নিৰ্বাচনীৰ শেষ প্ৰচাৰ সমান্তৰালকৈ বৃহস্পতিবাৰে পুনৰ নিজৰ শক্তি প্ৰদৰ্শন কৰিলে বটদ্ৰৱা সমষ্টিৰ বিজেপি প্ৰাৰ্থী আঙুৰলতা ডেকাই । ৮৪
Read More...

নলবাৰীত জিলা পৰিবহন বিভাগ কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ অন্তিম কাৰ্যসূচী

নলবাৰী জিলা পৰিবহন বিভাগে আজি ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ অন্তিম কাৰ্যসূচী উদযাপন কৰে । যোৱা মাহৰ ১৮ জানুবাৰীৰ পৰা আজিলৈ চলা এই ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ অন্তিম কাৰ্যসূচী । আজি ৰাতিপুৱা পোণ প্ৰথমে পৰিবহন বিভাগৰ উদ্যোগত নলবাৰীৰ অসম ৰাজ্যিক
Read More...

নগাঁৱত একেদিনাই ১ কোটি ১৫ লাখ টকা ব্যয় সাপেক্ষে ১২টাকৈ অনুষ্ঠানৰ আধাৰশিলা স্থাপন বিধায়ক ৰূপক শৰ্মাৰ

আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন স্থানৰ দৰে নগাঁও সদৰ বিধানসভা সমষ্টিটো বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে ৷ সমষ্টিটোত সকলো ৰাজনৈতিক দলেই ব্যাপক নিৰ্বাচনী কুচকাৱাজ চলাই থকা দেখা গৈছে ৷ বিশেষকৈ
Read More...

অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ত অংকুৰণ প্ৰকাশনৰ ৬ খনকৈ গ্ৰন্থ উন্মোচন

অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱন প্ৰাঙ্গণস্থিত ৰাধাকান্ত সন্দিকৈ ভৱনৰ সভাকক্ষত লৱ কুমাৰ দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত যোৰহাটৰ অংকুৰণ প্ৰকাশনে প্ৰকাশ কৰা ৬ খন গ্ৰন্থ উন্মোচন কৰা হয়। শৰ্মীষ্ঠা বৰ্মনে লেখা "মোৰ
Read More...

যোৱা ১৫ ফেব্ৰুৱাৰীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশনখন কৰ্মী সন্থাৰ ভৱনত…

যোৱা ১৫ ফেব্ৰুৱাৰীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশনখন কৰ্মী সন্থাৰ ভৱনত দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয়। বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ সভাপতি অসীম গগৈয়ে পতাকা উত্তোলন আৰু সাধাৰণ সম্পাদক ড° মৃদুল গগৈয়ে স্মৃতি
Read More...

ভেৰগাওঁ জিলা কোচ ৰাজবংশী সন্মিলনীৰ নতুন সমিতি গঠন

কোচ ৰাজবংশী সন্মিলনীৰ ৩০ তম্ দ্বি বাৰ্ষিক অধিবেশনৰ প্ৰাক ক্ষনত ভেৰগাওঁ জিলা কোচ ৰাজবংশী সন্মিলনীৰ নতুন সমিতি গঠন কৰা হয়। ২০২১ পৰা ২০২৩ বৰ্ষৰ তিনি বছৰীয়া কাৰ্য্য কালৰ সভাপতিৰ দায়িত্ব ভাৰ গ্ৰহণ কৰে দেৱজিৎ কুমাৰ ডেকাই। আনহাতে কাৰ্যকাৰী
Read More...

ভূমিকম্পৰ ভয়াৱহ জোকাৰণিত কঁপি উঠিল লেহ–লাডাখ

ৰিখটাৰ স্কেলত ভূঁইকঁপৰ প্ৰাবল্য আছিল ৩.৫, এই কম্পনৰ গভীৰতা ৫ কিলোমিটাৰ।কিছুদিন পূৰ্বে ভয়াৱহ ভূমিকম্পত কঁপি উঠিছিল দিল্লীৰ ভূমি। আতংক বিয়পি পৰিছিল সমগ্ৰ চহৰখনত। এইবাৰ লাডাখত। ভূমিকম্পৰ উৎপত্তিস্থল লেহ–লাডাখৰ ৩২ কিলোমিটাৰ উত্তৰ–পূবত।
Read More...

পুনৰ দাম বাঢ়িল পেট্ৰ’ল–ডিজেলৰ, চাওক কোন চহৰত কিমান বাঢ়িল

বুধবাৰে পুনৰ দাম বাঢ়িল পেট্ৰ’ল–ডিজেলৰ। বিগত ৮–১০ দিন ধৰি ক্ৰমাগতভাৱে দাম বৃদ্ধি পেট্ৰ’ল–ডিজেলৰ। চৰকাৰী তেল সংস্থাসমূহৰ ফালৰ পৰা আজি তেলৰ দাম প্ৰতিলিটাৰত ২৫ পইচাকৈ বৃদ্ধি কৰিছে। ইয়াৰ ফলত দিল্লীত পেট্ৰ’লৰ দাম বাঢ়ি হৈছেগৈ ৮৯.৫৪ টকা। ডিজেলৰ
Read More...

জুবিন গাৰ্গৰ কণ্ঠেৰে কভিড সেনানীসকললৈ উছৰ্গিত “মন্দিৰ মছজিদ “

২০২০ বৰ্ষটো মানৱজাতিৰ বাবে এটা পাহৰিব নোৱাৰা বছৰ।কভিড-১৯ ৰ আতংকই ছানি ধৰা সেই সময়খিনিত সন্মুখৰ শাৰীত থাকি যুঁজ দিয়া সেনানীসকলৰ ভিতৰত অন্যতম আছিল চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকল। নিজৰ পৰিয়ালৰ পৰাও আঁতৰি অহৰহ কভিড আক্ৰান্ত ৰোগীসকলৰ সৈতে
Read More...