Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ত “মা” শীৰ্ষক বিশেষ অনুষ্ঠান

নগাঁও, ২৭ ডিচেম্বৰ: নগাঁও চহৰৰ অগ্ৰনী শিক্ষানুষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ মজিয়াত লক্ষিমপুৰ নিবাসী গোবিন্দ বৰদলৈ ব্যৱস্থাপনাত আজি "মা" শীৰ্ষক এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। মাতৃ স্থানীয় মহিলা সকলক সেৱাৰ উদ্দেশ্যে
Read More...

মাজুলীত প্ৰাক্তন মন্ত্ৰী সহ অসম গণ পৰিষদৰ ফুলনি আঞ্চলিক সমিতিৰ সমূহীয়া পদত্যাগ

উজনি-মাজুলী, ২৭ ডিচেম্বৰঃ আজি ফুলনি আঞ্চলিক সমিতিৰ স্থায়ী সভাপতি দীপক বেজৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অসম গণ পৰিষদৰ এখন সভাত অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী পদ্মেশ্বৰ দলে সহ সমূহ বিষয়ববীয়া তথা সদস্যই আঞ্চলিক সমিতিৰ পৰা পদত্যাগ কৰে। 
Read More...

সদৌ মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত ‘ৰত্নপুৰ বঁটা’ প্ৰদান

 উজনি-মাজুলী, ২৭ ডিচেম্বৰঃ সদৌ মাজুলী চুতীয়া ছাত্ৰ সন্থাই প্ৰৱৰ্তন কৰা ৰত্নপুৰ বঁটা প্ৰথম বাৰৰ বাবে মৰণোত্তৰ ভাবে প্ৰয়াত অধ্যাপক কোষেশ্বৰ বৰুৱাক প্ৰদান কৰা হয় । পিতৃৰ হৈ এই বঁটা  গ্ৰহণ কৰে তেখতৰ পুত্ৰ শংকৰজ্যোতি বৰুৱাই । উক্ত বঁটাত আছে
Read More...

বিলাসীপাৰাত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ তিনি দিনীয়া প্ৰথম সংখ্যক কেন্দ্ৰীয় ত্রি-বাৰ্ষিক অধিৱেশন

বিলাসীপাৰা, ২৬ ডিচেম্বৰঃ পশ্চিম অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা হেলাগাড়ীত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি শ্ৰীযুত লক্ষন নাথৰ সভাপতিত্বত ২৫, ২৬, ২৭ ডিচেম্বৰ তাৰিখে তিনি দিনীয়া প্ৰথম সংখ্যক কেন্দ্ৰীয় ত্রি- বাৰ্ষিক অধিৱেশন
Read More...

বিলাসীপাৰাৰ ছুৱাপাতা গাঁৱত আজি একে দিনাই দুটা কামৰ আধাৰশিলা শুভ উদ্বোধন বিধায়ক অশোক কুমাৰ সিংহীৰ

বিলাসীপাৰা, ২৭ ডিচেম্বৰঃ নামনি অসমৰ ধুবুৰী জিলাৰ ২৭ নং বিলাসীপাৰা পূৱ বিধান সভা সমষ্টি খনত বিগত ৭৪ বছৰৰ তুলনা মুলক ভাৱে সমষ্টি খনত যোৱা ৫ বছৰতে যথেষ্ঠ পৰিমাণে উন্নয়ন মুলক কাম কৰি আহিছে, কৰ্মপটু বিধায়ক শ্ৰীযুত অশোক কুমাৰ
Read More...

বটদ্ৰৱা থানৰ বিকাশ আৰু সৌন্দৰ্য বৰ্ধনৰ বৃহৎ প্ৰকল্পৰ শুভাৰম্ভণি : বটদ্ৰৱা থানৰ কীৰ্তনঘৰত ভকত বৈষ্ণৱৰ…

নগাঁও, ২৬ ডিচেম্বৰঃ অসমীয়া জাতীয় সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান খনিক বিশ্ব ধৰ্মীয় পৰ্য্যটন কেন্দ্ৰ , আধ্যাত্মিক কৃষ্টি গৱেষণাৰ স্থান হিচাপে গঢ়ি তোলাৰ আন্তৰিক প্ৰয়াস স্বৰূপে আজি দেশৰ কেন্দ্ৰীয়
Read More...

উৰিয়াগাঁৱত পথ দুৰ্ঘটনাত যুৱক নিহত

নগাঁও, ২৬ ডিচেম্বৰঃ নগাঁও জিলাৰ ইটাচালি টাউন আৰক্ষী চকীৰ অন্তৰ্গত উৰিয়াগাঁৱৰ বাইপাছ চ’কৰ সমীপত কালি নিশা প্ৰায় ১১.৩০ বজাত সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হয়। নিহত যুৱকজন বঢ়মপুৰ তিনিআলিৰ হিমাংশু বৰা (২৪) ।জানিব পৰা মতে ,কালি
Read More...

গুৱাহাটী প্ৰেছক্লাৱত উত্তৰন সাহিত্য মঞ্চ অসমৰ ৩৯ খন গ্ৰন্থ উন্মোচন

অনলাইন বাৰ্তা, ২৬ ডিচেম্বৰ : আজি গুৱাহাটী প্ৰেছক্লৱত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠিত উত্তৰন সাহিত্য মঞ্চ অসমৰ ৩৯ খন গ্ৰন্থ একেলগে উন্মোচনা কৰা হয় ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড°গীৰিশ শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা
Read More...

ডিব্ৰুগড়ত এন পি এছ কৰ্মচাৰী সন্থাৰ বিশেষ সভা : জানুৱাৰীত গুৱাহাটীত বিশেষ অভিবৰ্তনৰ আয়োজন

মদাৰখাত, ২৬ ডিচেম্বৰ : ডিব্ৰুগড় জিলাৰ চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ উদ্যোগত ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ত আঞ্চলিক সমিতিৰ প্ৰতিনিধিৰ উপস্থিতিৰে  এখন বিশেষ সভা অনুষ্ঠিত হয়। সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী
Read More...

সাংস্কৃতিক বিকাশ মঞ্চ, অসমৰ দ্বাৰা ‘ৰাম বিজয়’ নাটৰ আখৰা তুংগত

উজনি-মাজুলী, ২৫ ডিচেম্বৰঃ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ মাজুলী জিলা সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত সাংস্কৃতিক বিকাশ মঞ্চ, অসমৰ দ্বাৰা নামনি চেৰেপাই গাঁৱৰ হৰিমন্দিৰত অঙ্কীয়া নাট প্ৰশিক্ষণ কৰ্মশালা আৰু 'ৰাম বিজয়' নাটৰ আখৰা তুংগত উঠিছে |
Read More...