Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

নলবাৰীত বেংক ডকাইতি : ডকাইতৰ গুলীত আহত এজন

নলবাৰী, ২০ নৱেম্বৰ: হিন্দী বোলছবিৰ কায়দাৰে নলবাৰী জিলাত সংঘটিত হল বেংক ডকাইতি । এখন হাতত পিস্তল এখন হাতত টকাৰ বেগলৈ পলাল ডকাইতৰ দল । ঘটনা অনুসৰি নলবাৰী জিলাৰ অময়াপুৰস্থিত পঞ্জাৱ নেচনেল বেংকত আজি দিন-দুপৰতে এটা চাৰিজনীয়া ডকাইতৰ দলে
Read More...

শীঘ্ৰেই সম্পূৰ্ণ হ’ব নদী-বান্ধ নিৰ্মানৰ কাম : সম্পূৰ্ণ হল নগাঁৱৰ পৰা গেৰুকামুখলৈ টাৰ্বাইন…

নগাঁও, ২০নৱেম্বৰ: লকডাউন আৰু ক'ৰোণাৰ আতংকৰ মাজতে এন এইচ পি চিয়ে প্ৰায় সম্পূৰ্ণ কৰিছে বৃহৎ নদীবান্ধ নিৰ্মানৰ কাম। গেৰুকামুখত নিৰ্মীয়মান অৱস্থাত থকা নামনি-সোৱণশিৰি বৃহৎ নদীবান্ধৰ সামগ্ৰী মজুতৰ বাবে এন এইচ পি
Read More...

টি.এম.পি.কেৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন

উজনি-মাজুলী, ২০ নৱেম্বৰঃ বুধবাৰে মাজুলী জিলা টি-এম-পি-কে ৰ উদ্যোগত এম-এম-কে আৰু টি-এম-এম-কে আৰু এম-এ-চি ৰ সহযোগত  ৰঙাচাহী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্য্যায়ত JEE( mains& advance 20 আৰু NEET UG (MBBS) স্থান লাভ কৰা মাজুলীৰ
Read More...

মাজুলী জিলা যুৱ মৰ্চাৰ উদ্যোগত পাচঁ গৰাকী জেষ্ঠ মৃৎ শিল্পীক সম্বৰ্ধনা

উজনি-মাজুলী ,১৯ নৱেম্বৰঃ ভাৰতীয় জনতা পাৰ্টিৰ ভ্ৰাতৃৃ সংগঠন জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ নিৰ্দেশনা মৰ্মে ভাৰতীয় জনতা যুৱ মৰ্চা মাজুলী জিলা সমিতিয়ে ১৩ নবেম্বৰত পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষত জিলা খনত দুটাকৈ কাৰ্যসূচীৰ ৰূপায়ন সফল ভাৱে
Read More...

বিটিচিত পুনৰ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বতেই চৰকাৰ গঠন হব : ৰিহন দৈমাৰী

নগাঁও,১৯ নৱেম্বৰ : বি টি চি ৰ নিৰ্বাচনক লৈ তুংগত উঠিছে ৰাজনৈতিক দল সমূহৰ প্ৰচাৰ। বিশেষকৈ সমাগত বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলৰ মাজত তৎপৰতা বৃদ্ধি পোৱাৰ সময়তেই বি টি চিৰ নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনীতি অধিক
Read More...

বুঢ়াশেনচোৱাৰ পৰা আমগুৰি ৰংদৈ নতুন কঢ়ালগাওঁ, কাঠনিআটী, ডেকাশেনচোৱা সংযোগী পকী পথত কালভাৰ্ট নিৰ্মাণত…

উজনি-মাজুলী, ১৯ নৱেম্বৰঃ মাজুলীৰ স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সদিচ্ছাৰ বাবে মাজুলীৰ এটা পিছ পৰা অঞ্চলৰ ৰাইজে পকী পথ লাভ কৰি সন্তোষ লাভ কৰিছিল ৷ অসম চৰকাৰে দিয়া এই উপহাৰৰ বাবে চৰকাৰক জনসাধাৰণে অভিনন্দন ও
Read More...

উজনি মাজুলীৰ খেৰকটীয়া মহাবিদ্যালয়ত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জনজাতি ছাত্ৰ সন্মিলন সম্পন্ন

উজনি মাজুলী, ১৯ নৱেম্বৰঃ বিশ্বৰ অন্যতম অৰাজনৈতিক ছাত্র সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ,মাজুলী জিলা সমিতিৰ উদ্যোগত বুধবাৰে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে এখনি জিলা জনজাতি ছাত্ৰ সন্মিলন
Read More...

১, ২ আৰু ৩ জানুৱাৰীত সদৌ অসম অ’বিচি সন্মিলনৰ উনবিংশতিতম ত্ৰিবাৰ্ষিক অধিবেশন

উত্তৰ গুৱাহাটী, ২০ নবেম্বৰ : সদৌ অসম অন্যান্য পিছপৰা শ্ৰেনী সন্মিলনৰ উনবিংশতিতম ত্ৰি-বাৰ্ষিক অধিবেশন খনি অহা ১, ২ আৰু ৩ জানুৱাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে । যোৰহাটৰ তিতাবৰ উন্নয়ন খণ্ডৰ কাৰ্যলয়ৰ চৌহদত অনুষ্ঠিত হবলগীয়া
Read More...

পৃথিৱীৰ ভাৰসাম্য ৰক্ষাৰ বাবে প্ৰতিবছৰেই বিশ্বই দিয়ক ৭ দিন লকডাউন : যাদৱ পায়েং

জামুগুৰিহাট,২০ নৱেম্বৰ : পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰিবৰ বাবে সমগ্ৰ বিশ্বক বছৰত ৭ দিন লকডাউন দিবলৈ অনুৰোধ জনাই অৰণ্য মানৱ যাদৱ পায়েঙে ৷ আজি জামুগুৰিহাটৰ অন্যতম প্ৰকৃতিপ্ৰেমী সংগঠণ কোঁছগাঁৱৰ জাগৰণ য়ুথ ক্লাৱৰ সৌজন্যত গান্ধীপথাৰত অনুষ্ঠিত এক
Read More...

আকাশবাণী নগাঁও কেন্দ্ৰত জ্ঞানমালিনী উন্মোচন

নগাঁও,২০নবেম্বৰ : অনন্তবন শিশু সাহিত্য বঁটাপ্ৰাপক বিশিষ্ট শিশু সাহিত্যিক মনোৰমা ভূঞাৰ আঠাইশতম গ্ৰন্থ জ্ঞানমালিনী আজি আকাশবাণী নগাঁও কেন্দ্ৰৰ প্ৰাংগণত উন্মোচন কৰে বিশিষ্ট শিশু সাহিত্যিক কাৰুণ্য ভট্টাচাৰ্যই । আকাশবাণী নগাঁও কেন্দ্ৰৰ
Read More...