Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

শিক্ষকে প্ৰস্তুত কৰা প্ৰাচীৰ পত্ৰিকা “চক্ৰবেহু” উন্মোচন

উজনি-মাজুলী, ১৮ নৱেম্বৰঃ মঙ্গলবাৰে উজনি মাজুলীৰ চিৰাম উচ্চতম মাধ্যমিক বিদ্যালয়ৰ শিক্ষক সকলে ছাত্ৰ -ছাত্ৰী সকলক প্ৰেৰণা যুগুৱাৰ উদ্দেশ্যে "চক্ৰবেহু " নামৰ এখন প্ৰাচীৰ পত্ৰিকা প্ৰস্তুত কৰি উলিয়াই । শিক্ষকে প্ৰস্তুত কৰি উলিওৱা প্ৰাচীৰ
Read More...

মাজুলীত অধ্যাপিকা লখিমী বৰুৱাৰ ব্যতিক্ৰমী পদক্ষেপ

উজনি-মাজুলী, ১৭ নৱেম্বৰঃ অসমৰ বিশিষ্ট কবি-সংগঠক তথা ৰঙাচাহী মহাবিদ্যালয়ৰ সমাজ-তত্ব বিভাগৰ মুৰব্বী অধ্যাপিকা লখিমী বৰুৱাই নিজৰ সৃজনীশীল  প্ৰতিভাৰে সকলোকে আপ্লুত কৰি তুলিছে | সততে আমি পঢ়া বাতৰি কাকতখন প্ৰতিদিনে পঢ়াৰ অন্তত পেলনীয়া
Read More...

তিনিখনকৈ যুদ্ধত অংশগ্ৰহণ কৰা ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন সৈনিক মদন শইকীয়াৰ দেহৱসান : মাজুলীত শোকৰ…

উজনি-মাজুলী, ১৭ নৱেম্বৰঃ ১৯৪৭ চনত মাজুলীৰ শালমৰাৰ বাঘচুকত জন্মগ্ৰহণ কৰা ব্যক্তিজনে পাছলৈ পৰিয়ালৰ লোকৰ লগত উজনি মাজুলীৰ বৃহত্তৰ মূদৈবিল অঞ্চলৰ নৱৰতনপুৰ-টকৌবাৰী সত্ৰ চুবুৰীত স্হায়ীভাবে থাকিৱলৈ লয় | ডাঙৰ ককায়েক বাপু শইকীয়াই অশেষ
Read More...

ৰাইদঙীয়াত মহিলা কংগ্ৰেছৰ বিশাল কৰ্মী সভা উন্নয়ণৰ বাবে শান্তি-সম্প্ৰীতিৰ প্ৰয়োজন : “অসমত…

নগাঁও, ১৮ নবেম্বৰ : " বিজেপি চৰকাৰৰ দিনতেই অধিক দুৰ্নীতি হৈছে ৷ সকলো বস্তুটোৰে মূল্যবৃদ্ধি হৈছে ৷ আনকি বিজেপি চৰকাৰৰ দিনতেই চিণ্ডিকেট আৰু মাফিয়াৰাজ অধিক চলিছে ৷ এইবোৰত বিজেপিৰ বহু নেতা জড়িত ৷ সেয়ে এইবোৰৰ বিৰুদ্ধে বিজেপি নেতাই মাত
Read More...

ভাৰতীয় জনতা পাৰ্টিৰ সৈতে প্ৰথমতে মিত্ৰতা ভংগ কৰিছে বি পি এফে – ৰঞ্জিত দাস : নলবাৰীত ভাৰতীয়…

নলবাৰী, ১৮ নৱেম্বৰ : ইমানুৱেল মুছাহাৰী, বিশ্বজিৎ দৈমাৰীয়ে নহয় বি পি এফৰ আৰু বহু বিধায়ক-নেতাই বিজেপিত যোগদানৰ বাবে কৰিছে যোগাযোগ । এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ । আজি নলবাৰী জিলাৰ নাট্যমন্দিৰত অনুষ্ঠিত ভাৰতীয় জনতা
Read More...

নলবাৰীত উত্তপ্ত পৰিস্থিতি : বনবিভাগৰ গাড়ী আটক কৰিলে ৰাইজে

নলবাৰী ১৮ নৱেম্বৰ : নলবাৰী বালিলেচাত শ্ৰী শ্ৰী কালি দেৱালয় সন্মুখত উত্তপ্ত পৰিস্থিতি । বনবিভাগৰ গাড়ী আটক কৰিলে ৰাইজে । ঘটনা অনুসৰি বিগত বহু মাহ ধৰি বালিলেছা পথেৰে টেক্টৰ , ডাম্পাৰ আদিয়ে অবৈধ ভাৱে পাগলদিয়া নদীৰ বালি কঢ়িয়াই থকাত
Read More...

টংলাত ইউপিপিএলৰ বিশাল জনসভা : জনসমূদ্ৰত পৰিণত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ

টংলা,১৮ নৱেম্বৰ : বি টি চিত এতিয়া নিৰ্বাচনৰ বতাহে আকাশ বতাহ কঁপাই তুলিছে। টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত বি টি চিৰ পাঁচটা সমষ্টিৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা ইউ পি পি এলৰ পৰিৱৰ্তন জনসভাত ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োয়ে
Read More...

বাঁহৰ বেৰা দি গুৰুজনাৰ সৃষ্টিৰাজীৰ চৰ্চা শ্ৰী শ্ৰী দৌকাচাপৰি সত্ৰত

জামুগুৰিহাট,১৮ নৱেম্বৰ : গুৰুজনাৰ সৃষ্টিৰাজীক প্ৰচাৰ প্ৰসাৰৰ লগতে সেই সৃষ্টিৰাজীসমুহক চৰ্চাৰ দিশত সত্ৰসমুহৰ ভূমিকা অপৰিসীম ৷ যাৰবাবে চৰকাৰেও সত্ৰসমুহৰ উন্নয়ণ তথা সৃষ্টিৰাজীসমুহ চৰ্চাৰ বাবে অনুদান আগবঢ়াই আহিছে ৷ কিন্তু চৰকাৰী এনে
Read More...

নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ ১৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

নগাঁও, ১৭ নৱেম্বৰ : নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ আজি ১৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।আজি পুৱা বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি গংগাবল্লভ গোস্বামীয়ে পতাকা উত্তোলন কৰি
Read More...

নগাঁৱৰ কাছমাৰী পঞ্চায়তত ৯ টাকৈ আঁচনিৰ শুভাৰম্ভ বিধায়ক ৰূপক শৰ্মাৰ

নগাঁও , ১৭ নবেম্বৰ : নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত কাছমাৰী পঞ্চায়তত চুৰ্তদশ বিত্তীয় আয়োগ আৰু ৰাজ্যৰ স্ব-শিতানৰ অগ্ৰাধিকাৰ দাবী অনুমোদিত আঁচনিৰ অধীনত ৯ টাকৈ আঁচনিৰ আজি শুভাৰম্ভ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । আজি শুভাৰম্ভ কৰা আঁচনি
Read More...