Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

“সভ্যতাৰ বিকাশৰ এক অন্যতম মাধ্যম গ্ৰন্থ ” : জামুগুৰিহাটত গ্ৰন্থ উন্মোচনী সভা

জামুগুৰিহাট, ১৭নবেম্বৰ : চতিয়া বিধান সভা সমষ্টিৰ জামুগুৰিহাটৰ গমিৰিপালৰ যুৱ লেখক ঢুণ্ডিৰাজ উপাধ্যায়ৰ নৱতম অসমীয়া প্ৰবন্ধ সংকলন ‘যুগে যুগে প্ৰৱাহিত ধাৰা’ নামৰ গ্ৰন্থখন যোৱা ১৬ নবেম্বৰত গমিৰিপালত আয়োজিত এখনি সভাত উন্মোচন কৰা হয়। নাট্যকাৰ
Read More...

অসমৰ সৰ্বাংগীন বিকাশ সাধনেহে জাতিৰ উত্তৰণ ঘটাব- লুৰীণজ্যোতি

মদাৰখাত ১৭ নৱেম্বৰ : অসমৰ সৰ্বাংগীন বিকাশ সাধন হ'লেহে অসমীয়া জাতিৰ উত্তৰণ সম্ভৱপৰ হ'ব। বিভিন্ন ভাষা-ভাষী তথা জনগোষ্ঠীৰ ঐক্যৱদ্ধ আৰু আপোচহীন চিন্তাই অসমীয়া জাতিক জগতত চিনাকি কৰাই দিব। অসমৰ প্ৰতিটো ক্ষুদ্ৰ বৰ জাতি-জনগোষ্ঠীৰ সুকীয়া
Read More...

সাংবাদিক মিলন মহন্তক নিগ্ৰহৰ ঘটনাত জড়িত লোকক বিচাৰি উচিত শাস্তি প্ৰদানৰ দাবীত উপায়ুক্তক স্মাৰকপত্ৰ…

নলবাৰী ১৭ নৱেম্বৰ : ১৫ নবেম্বৰত দক্ষিণ কামৰূপৰ মিৰ্জাৰ 'অসমীয়া প্ৰতিদিন' কাকতৰ সাংবাদিক মিলন মহন্তক একাংশ জুৱাৰীয়ে আক্ৰমণ কৰি শাৰীৰিক নিৰ্যাতন কৰা ঘটনাৰ প্ৰতিবাদত আজি ইণ্ডিয়ান জাৰ্নালীস্ট এছ’চিয়েছনৰ নলবাৰী জিলা সমিতিয়ে আজি জিলা উপায়ুক্তকৰ
Read More...

টংলাত বিজেপিৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্রী হিমন্ত বিশ্ব শৰ্মা : আছু জাতীয়তাবাদী যুৱ ছাত্র…

টংলা,১৬নৱেম্বৰ : বি টি চি পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী বাকযুদ্ধ তুংগত উঠিছে। ৰাজনৈতি নেতাৰ বাকযুদ্ধ ঢৌয়ে বি টি চিৰ আকাশ বতাহ কঁপাই তুলিছে। বি পি এফ চৰকাৰৰ বিৰুদ্ধে সৰৱহৈ পৰিছে বি জে পি চৰকাৰ। শাসনৰ বাঘজুৰি নিজৰ
Read More...

অতুল বৰাৰ বাসগৃহত টি এম টিকেৰ উত্তৰ মহুৰা আঞ্চলিক সমিতিৰ সভাপতি সহ ১৪ জন কৰ্মীৰ অ.গ.পত যোগদান

মহুৰামুখ,১৬ নবেম্বৰ : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসম গণ পৰিষদ দলৰ সভাপতি তথা বোকাখাত সমষ্টিটোৰ বিধায়ক অতুল বৰাৰ সবল নেতৃত্বৰ প্ৰতি আকৃষ্ট হৈ সমষ্টিটোৰ ভিন্ন প্ৰান্তৰ লোকে অসম গণ পৰিষদ দলত যোগদান কৰাৰ উজান উঠা দেখা গৈছে। কালি অসম
Read More...

বোকাখাতত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপনঃ দুই প্ৰৱীণ সাংবাদিকক সম্বৰ্দ্ধনা

বোকাখাত, ১৬ নৱেম্বৰঃ "সাংবাদিক হত্যা আৰু নিৰ্যাতন যেন উৎসৱলৈ পৰিণত হৈছে। ২০১০ বৰ্ষৰ পৰা ২০১৯ বৰ্ষলৈকে বিশ্বত ৪৫১ জন সাংবাদিক দুষ্কৃতিকাৰী অথবা চৰকাৰী ষড়যন্ত্ৰৰ বলি হৈছে। ১৯৮৭ চনৰ পৰা ২০১২লৈ হত্যা কৰা হৈছিল ২৩ গৰাকী সম্পাদকক, ১৯৯২ চনৰ পৰা
Read More...

“সংবাদপত্ৰ আইনৰ উৰ্দ্ধত নহয় : আটাইতকৈ বেছি বাধাগ্ৰস্ত মাধ্যম হ’ল সংবাদ মাধ্যম”-…

মঙলদৈ, ১৬ নৱেম্বৰ : "সংবাদমাধ্যম আইনৰ উৰ্দ্ধত নহয় । আজিৰ দিনত আটাইতকৈ বাধাগ্ৰস্ত মাধ্যম হ'ল সংবাদ মাধ্যম । যিহেতু সংবাদ মাধ্যমৰ ওপৰত বৰ্তমান প্ৰায় ৫৭ টা আইন প্ৰযোজ্য হয় । সংবাদসেৱীসকলে সংবাদ পৰিবেশনৰ বেলিকা এই কথা মনত নাৰাখিলে বহুক্ষেত্ৰত
Read More...

জামুগুৰিহাটৰ মধুপুৰত মহেশ্বৰ বৰাৰ সোৱৰণত শিশুৰ মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত

জামুগুৰিহাট,১৬ নবেম্বৰ : বৃহত্তৰ জামুগুৰিহাটৰ মধুপুৰ গাৱৰ সমাজ কৰ্মী মহেশ্বৰ বৰাৰ সোঁৱৰণত শিশু দিৱসৰ লগত সংগতি ৰাখি কালি এখনি শিশু প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় । এগৰাকী সমাজ কৰ্মী শংকৰী কলা কৃষ্টিৰ সাধক ৰুপে খ্যাত মহেশ্বৰ বৰাৰ পুত্ৰ জোন
Read More...

বিলাসীপাৰা মহকুমা তথা আৰু জনসংযোগ বিষয়াৰ উদ্যোগত আৰু লগতে মহকুমা প্ৰশাসনৰ সহযোগত আজি ৰাষ্ট্ৰীয়…

বিলাসীপাৰা, ১৬ নৱেম্বৰঃ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা তথ্য আৰু জনসংযোগ বিষয়া স্নিগ্ধাৰাণী দাসৰ উদ্যোগত আৰু লগতে বিলাসীপাৰা মহকুমা প্ৰশাসনৰ সহযোগত সংবাদ মাধ্যমৰ ওপৰত ক"ভিড ১৯ মহামাৰীৰ প্ৰভাৱ আৰু সংবাদ মাধ্যমৰ ভূমিকা ওপৰত লক্ষ্য ৰাখি আজি
Read More...

নগাঁৱৰ লাওগাঁও পঞ্চায়তত একেদিনাই ৭ টাকৈ আচঁনিৰ শুভাৰম্ভ বিধায়ক ৰূপক শৰ্মাৰ

নগাঁও, ১৫ নবেম্বৰ : নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত লাওগাঁও পঞ্চায়তত চুৰ্তদশ বিত্তীয় আয়োগৰ অধীনত ৭টাকৈ আঁচনিৰ আজি শুভ‌উদ্ধোধন কৰে সমষ্টিটোৰ বিধায়ক ৰূপক শৰ্মাই। আজি শুভাৰম্ভ কৰা আঁচনি সমূহ হৈছে লাওগাঁও পঞ্চায়তৰ চান্দমাৰী জুৰীয়া লোকনিৰ্মাণ পথৰ
Read More...