Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

ছয়গাঁৱত অঘটন : খাৱৈত পৰি যুবকৰ মৃত্যু : জুৱাই কাল হ’ল এটা পৰিয়ালৰ

ছয়গাঁও, ১৫নৱেম্বৰ : জুৱা খেলেই অভিশপ্ত অমানিশা নমাই আনিলে এটা দুৰ্ভগীয়া পৰিয়াললৈ । কণমানি সন্তান আৰু পৰিবাৰক ইহ সংসাৰত এৰি পৰলোকলৈ গমণ কৰিলে এজন ৩৮বছৰীয়া চফল যূবকে। এনেধৰণৰ ঘটনা সংঘটিত হয় কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত
Read More...

শিৱসাগৰত ভয়ংকৰ অগ্নিকাণ্ড : নিহত ১, অগ্নিদগ্ধ ১ জন চিকিৎসাধীন

গেলেকী, ১৫নৱেম্বৰঃ দীপাৱলীৰ নিশা শিৱসাগৰত সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ শিৱসাগৰ জিলা অন্তৰ্গত নগৰৰ পৰা কিছু নিলগৰ বেতবাৰী বালিবাট চাৰি আলিত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ থিতাতে নিহত প্ৰাণদীপ গগৈ নামৰ (২২) বছৰীয়া যুৱকজন ৷ গুৰুত্বৰ ভাৱে
Read More...

শিৱসাগৰত পৈশাচিক কাণ্ড : মা কালীক সন্তুষ্টিৰ বাবে বলি দিবলৈ অনা ৫ টা দেব শিশুক উদ্ধাৰ

গেলেকী, ১৫নৱেম্বৰঃ শিৱসাগৰ জিলা অন্তৰ্গত ডিমৌমুখত এক ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰে । নিজৰ সন্তানক বলি দিবলৈ সাজু কৰিছিল দানৱ পিতৃয়ে । কালী পূজাৰ বাবে শনিবাৰে নিশা ১২ বজাত বলি দিবৰ বাবে সাজু কৰি থোৱা ৫ টা দেৱ শিশু জীৱন্তেই
Read More...

কাকপথাৰত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা : প্ৰয়াত সাংবাদিক পৰাগ ভূঞাৰ পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন :…

ডিৰাক সীমান্ত, ১৪ নৱেম্বৰ : ১১নবেম্বৰ তাৰিখে এক ৰহস্য জনক পথ দূৰ্ঘটনাত আহতহৈ পাছত মৃত্যুক আকোৱালি লোৱা কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ আজি তিনি দিন হৈ যায় ৷ ধৰ্মীয় আৰু সামাজিক ৰীতি-নীতি অনুসৰি এক শোকাকুল পৰিবেশৰ মাজেৰে সকলোবোৰ সুকলমে সামৰণি
Read More...

আজি শিশু দিৱস : নাজিৰা, শিমলুগুৰি আৰু গেলেকীত নেহৰুক স্মৰণ

গেলেকী, ১৪নৱেম্বৰঃ আজি শিশু দিৱস । সমগ্ৰ দেশ, ৰাজ্য তথা নাজিৰাতো নেহৰুক স্মৰণ । ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো প্ৰতিবছৰে দেশবাসীয়ে পালন কৰি আহিছে শিশু দিৱস হিচাপে । পণ্ডিত নেহৰুৱে শিশু সকলক বৰ ভাল পাইছিল ।
Read More...

ইটাখোলা থানা স্থাপনৰ প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হ’ল

ইটাখোলা ১৩ নবেম্বৰঃ বিশ্বনাথ জিলাৰ নদুৱাৰ অঞ্চলৰ ইটাখোলা কেন্দ্ৰত এখন পূৰ্নাংগ আৰক্ষী চকী স্থাপনৰ কথা ঘোষনা অসাৰ প্ৰতিপন্ন হল বুলি ইটাখোলা অঞ্চলৰ ৰাইজে অভিযোগ কৰিছে। অঞ্চলটোৰ লাখৰো অধিক জনসাধাৰণৰ জীৱণ আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থত
Read More...

জুৱাৰ বিৰুদ্ধে তীব্ৰ অভিযান ধুলা আৰক্ষীৰ : ছয় জুৱাৰীক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ

খাৰুপেটিয়া, ১৩ নৱেম্বৰ : দৰঙৰ ধুলা আৰক্ষী থানাৰ অন্তৰ্গত যোগীপাৰাত দীৰ্ঘদিন ধৰি চলি থকা জুৱাৰ বিৰুদ্ধে ধূলা আৰক্ষীয়ে চলাই অভিযান। জুৱাখেলৰ বিৰুদ্ধে ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কল্যান বৰা আৰু উপ পৰিদৰ্শক ছাব্বিৰ আলী সহ ধূলা
Read More...

গোলাঘাট জিলাৰ ২,০৪,৫৩০ ছাত্ৰ ছাত্ৰীৰ আধাৰকাৰ্ড প্ৰস্তুতিৰ কাম আৰম্ভ

বোকাখাত, ১৩ নৱেম্বৰঃ গোলাঘাট জিলাৰ ২,০৪,৫৩০ গৰাকী ছাত্ৰ ছাত্ৰীৰ আধাৰকাৰ্ড প্ৰস্তুতিৰ কাম যোৱা ১২ নৱেম্বৰৰ পৰা আৰম্ভ কৰা হৈছে। প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ১,৬২,৩৬৫ গৰাকী আৰু নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৪২,১৬৫ গৰাকী ছাত্ৰ ছাত্ৰীক এই
Read More...

কাকজানত বৃহৎ প্ৰতিবাদী সমদল : কৃষক-শ্ৰমিক আৰু মহিলা সকলৰ মহাগর্জন সভা

কাকজান,১৩ নৱেম্বৰ : আজি যোৰহাট জিলা কাকজানত মাইক্ৰফাইনেন্স বন্ধ কৰক আৰু আমাৰ ৰক্ষা কৰক নহ'লে আমাক মাৰি পেলাওঁক , "কা" বাতিল কৰক, ভূমি আধ্যাদেশ আইন ২০২০ - বাতিল কৰক, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি লগতে কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়াৰ
Read More...

আজিও মুকলি নহ’ল উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটা : ম্যিথাচাৰত পৰিনত হল মন্ত্ৰী ৰামেশ্বৰ…

তিনিচুকীয়া, ১৩ নৱেম্বৰঃ নগাঁও আৰু কাচাৰৰ কাগজ কলৰ পিছতেই এতিয়া মৃত্যুঘণ্টা বাজিছে অসমৰ অন্যতম লাভজনক কয়লা উদ্যোগ উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ, মাৰ্ঘেৰিটাত ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন দেশত এতিয়া ৰাজহুৱা খণ্ডৰ উদ্যোগত বাজিছে
Read More...