Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

গেলেকী, অসম-নাগালেণ্ড সীমান্তৰ বনাঞ্চলত নগাৰ তাণ্ডৱ : দণ্ডাধীশৰ সৈতে আৰক্ষীৰ আলোচনা, উত্তেজনা

গেলেকী, ১২নৱেম্বৰঃ সমগ্ৰ দেশ তথা ৰাজ্যৰ চৌদিশে বহিঃৰাজ্যৰ দুস্কৃতিকাৰীয়ে হিংসা, হত্যা আৰু সন্ত্ৰাস বিয়পায় অসমৰ ভূমিত অনাসাৰে প্ৰৱেশ কৰাৰ লগতে ভূমি বে-দখল কৰি ত্ৰাস অব্যাহত ৰাখিছে । সামান্তৰাল ভাৱে নাজিৰা মহকুমা অন্তৰ্গত গেলেকী
Read More...

সম্পত্তি বিক্ৰী কৰি দেশ চলোৱা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী দেশৰ এজন নিকম্মা সন্তানঃ ৰিপুন বৰা

দৈনন্দিন বাৰ্তা সেৱা, নলবাৰীঃ আজি নলবাৰীত কংগ্ৰেছৰ যোগদান  কাৰ্যসূচীত ভাষণ প্ৰদান  কৰি ৰিপুণ বৰাই কয় যে দেশৰ সম্পত্তি বিক্ৰী  কৰি দেশ চলোৱা প্ৰধান মন্ত্ৰী  নৰেন্দ্ৰ মোডী দেশৰ এজন  নিকম্মা  সন্তান। বিজেপি চৰকাৰে আগফালে এশ টকা দি পিছফালেৰে
Read More...

নাজিৰাৰ মেকিপুৰ, বিহুবৰ চাহ বাগিচাত ২০শতাংশ বোনাছ প্ৰদান

গেলেকী : সমাগত শাৰদীয় দুৰ্গা পূজা মহোৎসৱ। মহোৎসৱক লৈ নাজিৰাকে ধৰি ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে থকা চাহ বাগিচা শ্ৰমিক-কৰ্মচাৰীসকলৰ মাজত উখল-মাখল পৰিবেশ। কাৰণ চাহ বাগিচা শ্ৰমিক-কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া দাবী অসম চৰকাৰে মানি লৈছে। এইবাৰ দুৰ্গা পূজাত
Read More...

ৰাণীত ৰাভা হাচংৰ উদ্যোগত প্ৰায় পাচ শতাধিক হিতাধিকাৰীক সামগ্ৰী বিতৰণ

মিৰ্জাৰ : ‘সম বিকাশ, সম উন্নয়ন, সম অধিকাৰ" এই লক্ষ্যৰে ৰাভা হাচং স্বায়ত্ব পৰিষদীয় অঞ্চলসমুহত পৰিষদে অব্যাহত ৰাখিছে উন্নয়নৰ ধাৰা। সামাজিক, অৰ্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক আদি সকলো দিশক সামৰি স্বায়ত্ব শাসিত পৰিষদে সমমৰ্য্যদাৰে সঠিক ৰূপত
Read More...

দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰত পুষ্প উদ্যানৰ বাবে আৰ্থিক সাহায্য প্ৰদান সত্যজিৎ বৈশ্যৰ

দিপীলা , ১৩ অক্টোবৰ : দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰৰ পুষ্প উদ্যানৰ বাবে এক লাখ টকা আগবঢ়ালে সাংস্কৃতিক কৰ্মী তথা ব্যৱসায়ী সত্যজিৎ বৈশ্যই ৷ পিতৃৰ সোঁৱৰণত এই ধনৰাশি প্ৰদান কৰে ৪৫০ বছৰ পূৰ্বে মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য লেচাকোনীয়া গোবিন্দ আতৈ
Read More...

নগাঁৱত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বদৰুদ্দিন আজমলৰ প্ৰতিকৃতি দাহ

নগাঁও : কিছুদিন পূৰ্বে গোৱালপাৰা জিলাত আধাৰ শিলা স্থাপন এক অনুষ্ঠানত এ আই ইউ ডি এফ প্ৰধান তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে আৰৱী ভাষাৰ বেনাৰ সমৃদ্ধ আধাৰশিলা স্হাপন কৰিছিল। যাক লৈ সমগ্ৰ ৰাজ্যতে আজমলৰ বিৰুদ্ধে প্ৰতিবাদো সাব্যস্ত
Read More...

নগাঁৱত বিশ্ব মানসিক স্বাস্থ্য দিৱস উদযাপন

নগাঁও : নগাঁও ভোগেশ্বৰী ফুকণনি অসামৰিক চিকিৎসালয়ৰ মানসিক ৰোগ বিভাগৰ উদ্যোগত, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা নগাঁও আৰু নগাঁৱৰ স্বেচ্ছাসেৱী অনুষ্ঠান “চাইন” ৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে নগাঁৱত বিশ্ব মানসিক স্বাস্থ্য দিৱসটি উদযাপন কৰা
Read More...

ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ মাটি বেদখলক লৈ চৌদিশে আৰম্ভ হৈছে প্ৰতিক্ৰিয়া। মাটি দখলৰ অভিযোগ…

হোজাই : হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বিগত ২০ বছৰৰ পৰা চলিছে ভাড়াঘৰত, ডবকা নগৰৰ মাজমজিয়াত মাটি থকা সত্বেও নিৰ্মাণ কৰা হোৱা নাই কাৰ্যালয়খন, মাটি দখলৰ অভিযোগ তুলি এটা চক্ৰই অভিযোগ দাখিল কৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ লগতে
Read More...

নগাঁও মহাবিদ্যালয়ৰ অভিনৱ প্ৰচেষ্টা : প্ৰব্ৰজনকাৰী শ্রমিকক সংস্থাপনৰ বাবে প্ৰশিক্ষণ

নগাঁও, ৯অক্টোবৰ : নগাঁও মহাবিদ্যালয়ৰ এন. এছ. এছ আৰু আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ উদ্যোগত আৰু উদ্ভিদ বিজ্ঞান বিভাগ, প্ৰাণী বিজ্ঞান বিভাগ আৰু উন্নত ভাৰত অভিযান কোষৰ সহযোগত ক'ৰোণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত দেশৰ ভিন্ন প্ৰান্তৰ পৰা নগাঁও
Read More...

তিনিচুকীয়াত ধৰ্ষণ হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ চিপিআই (এম এল)ৰ

তিনিচুকীয়া : আজি তিনিচুকীয়াৰ থানা চাৰিআলিত নিখিল ভাৰত ছাত্ৰ সন্থা(আইছা) আৰু চিপিআই(এম-এল)এ দেশত সঘনে হ'বলৈ ধৰা ধৰ্ষণ হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। উত্তৰ প্ৰদেশৰ হাথ্ৰাচত দলিত মহিলা মণিষা বাল্মিকীৰ গণ ধৰ্ষণ আৰু হত্যা আৰু এই
Read More...