Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

নগাঁৱত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বদৰুদ্দিন আজমলৰ প্ৰতিকৃতি দাহ

নগাঁও : কিছুদিন পূৰ্বে গোৱালপাৰা জিলাত আধাৰ শিলা স্থাপন এক অনুষ্ঠানত এ আই ইউ ডি এফ প্ৰধান তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে আৰৱী ভাষাৰ বেনাৰ সমৃদ্ধ আধাৰশিলা স্হাপন কৰিছিল। যাক লৈ সমগ্ৰ ৰাজ্যতে আজমলৰ বিৰুদ্ধে প্ৰতিবাদো সাব্যস্ত
Read More...

নগাঁৱত বিশ্ব মানসিক স্বাস্থ্য দিৱস উদযাপন

নগাঁও : নগাঁও ভোগেশ্বৰী ফুকণনি অসামৰিক চিকিৎসালয়ৰ মানসিক ৰোগ বিভাগৰ উদ্যোগত, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা নগাঁও আৰু নগাঁৱৰ স্বেচ্ছাসেৱী অনুষ্ঠান “চাইন” ৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে নগাঁৱত বিশ্ব মানসিক স্বাস্থ্য দিৱসটি উদযাপন কৰা
Read More...

ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ মাটি বেদখলক লৈ চৌদিশে আৰম্ভ হৈছে প্ৰতিক্ৰিয়া। মাটি দখলৰ অভিযোগ…

হোজাই : হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বিগত ২০ বছৰৰ পৰা চলিছে ভাড়াঘৰত, ডবকা নগৰৰ মাজমজিয়াত মাটি থকা সত্বেও নিৰ্মাণ কৰা হোৱা নাই কাৰ্যালয়খন, মাটি দখলৰ অভিযোগ তুলি এটা চক্ৰই অভিযোগ দাখিল কৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ লগতে
Read More...

নগাঁও মহাবিদ্যালয়ৰ অভিনৱ প্ৰচেষ্টা : প্ৰব্ৰজনকাৰী শ্রমিকক সংস্থাপনৰ বাবে প্ৰশিক্ষণ

নগাঁও, ৯অক্টোবৰ : নগাঁও মহাবিদ্যালয়ৰ এন. এছ. এছ আৰু আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ উদ্যোগত আৰু উদ্ভিদ বিজ্ঞান বিভাগ, প্ৰাণী বিজ্ঞান বিভাগ আৰু উন্নত ভাৰত অভিযান কোষৰ সহযোগত ক'ৰোণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত দেশৰ ভিন্ন প্ৰান্তৰ পৰা নগাঁও
Read More...

তিনিচুকীয়াত ধৰ্ষণ হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ চিপিআই (এম এল)ৰ

তিনিচুকীয়া : আজি তিনিচুকীয়াৰ থানা চাৰিআলিত নিখিল ভাৰত ছাত্ৰ সন্থা(আইছা) আৰু চিপিআই(এম-এল)এ দেশত সঘনে হ'বলৈ ধৰা ধৰ্ষণ হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। উত্তৰ প্ৰদেশৰ হাথ্ৰাচত দলিত মহিলা মণিষা বাল্মিকীৰ গণ ধৰ্ষণ আৰু হত্যা আৰু এই
Read More...

ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰটোকলক চৰম ভেঙুচালি : লাচিত নগৰ আধাৰ কাৰ্ড কেন্দ্ৰত অভাবনীয় ভীৰ, গুৰুত্ব…

দৈনন্দিন বাৰ্তা ডেস্ক : ৰাজ্যৰ স্বাস্থ্য বিভাগে কভিড-১৯ সংক্ৰমণ ৰোধৰ বাবেই সামজিক দূৰত্ব বজাই ৰখাৰ লগতে মুখত মাস্ক পৰিধান কৰিবলৈ বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো এচাম অসচেতন নাগৰিকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা নাই ৷ আজি গুৱাহাটী
Read More...

কলিতা জনগোষ্ঠীক জনজাতিকৰণ নকৰাৰ প্ৰতিবাদ ১০ অক্টোবৰত অসম বন্ধৰ আহ্বান

তামুলপুৰ : কলিতা জনগোষ্ঠীক জনজাতিকৰণ নকৰাৰ প্ৰতিবাদত অহা ১০ অক্টোবৰত পুৱা ৫ বজাৰ পৰা আবেলি ৫ বজালৈ ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে কলিতা জনগোষ্ঠী যৌথ সংগ্ৰাম সমিতিয়ে। কলিতা জনগোষ্ঠী যৌথ সংগ্ৰাম সমিতিৰ সভাপতি প্ৰমোদ কলিতা আৰু সম্পাদক
Read More...

নাজিৰা, সোণাৰিত উপ-পৰিদৰ্শকৰ পৰীক্ষা আৰু নিযুক্তি কেলেংকাৰীক লৈ প্ৰতিবাদ কংগ্ৰেছৰ

গেলেকী : উপ-পৰিদৰ্শকৰ পৰীক্ষা তথা নিযুক্তি কেলেংকাৰীৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ জিলা অন্তৰ্গত নাজিৰা মহকুমা আৰু চৰাইদেউ জিলা অন্তৰ্গত সোণাৰি । ৫ অক্টোবৰৰ দিনা নাজিৰা নগৰকে ধৰি চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল
Read More...

টিংখাঙৰ তৰুণ কবি তথা সমাজকৰ্মী বিনিন্দ্ৰ গগৈৰ মৃত্যুত শোক

টিংখাংঃ ডিব্ৰুগড় জিলাৰ টিংখাঙৰ তৰুণ কবি, বিশিষ্ট সমাজকৰ্মী তথা সৰবৰহী ব্যক্তি বিনিন্দ্ৰ গগৈ যোৱা নিশা প্ৰায় ১২.৩০নিজৰ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। দীৰ্ঘ দিন ধৰি মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ থকা গগৈয়ে শেহতীয়াকৈ জ্বৰ কাহ আদি
Read More...

নাজিৰাত উন্নয়নৰ নতুন বাৰ্তা দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই : ৭টাকৈ পথৰ শুভাৰম্ভ কৰি সমাধিক্ষেত্ৰ…

গেলেকী : দিনজোৰা কাৰ্যসূচীৰে উজনি অসমৰ নাজিৰাত উন্নয়ণৰ নতুন বাৰ্তা দিলে মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই। ৪ অক্টোবৰৰ আবেলি পৰত মন্ত্ৰীৰ নাজিৰা আগমণ। ঠিক তাৰ পাছতেই নাজিৰাত ৭টাকৈ পথৰ পুনৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰি একেদৰে শিমলুগুৰিত প্ৰয়াত
Read More...