Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

দৰং জিলা প্ৰশাসনৰ চকুত ধুলি মাৰি বহিৰাগত কোম্পানীয়ে লুটি নিলে কোটি কোটি টকা ৷ ঘটনাত নাম সাঙোৰ খাইছে…

দিপীলা, দৰং : এচ আই কাণ্ডৰ পিছত পুনৰ আন এক বিতৰ্কত নাম সাঙোৰ খাই পৰিছে চাকৰিৰ বেহা মেলা এচ আই কাণ্ডৰ মুল অভিযুক্ত পলাতক পি কে দত্তৰ নাম ৷ দৰং জিলা প্ৰশাসনৰ চকুত ধুলি মাৰি বহিৰাগত কোম্পানীয়ে জিলাখনৰ লগতে ৰাজ্যখনৰ পৰা লুটি নিলে কোটি কোটি টকা
Read More...

দেৱাল লিখন, পোষ্টাৰিং বন্ধ কৰিব পাৰিবনে ?

✍ প্ৰণৱ চক্ৰৱৰ্তী অহা ২ অক্টোবৰ গান্ধী জয়ন্তী ৷ ২০১৪ চনত এই দিনটোতেই কেন্দ্ৰীয় চৰকাৰে স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছিল ৷ এক নতুন জাগৰণৰ সৃষ্টি হৈছিল ৷ ৰাইজ বহু পৰিমাণে সজাগ হ’ল ৷ পৰৱৰ্তী সময়ত বিশেষ একোটা দিন লৈহে বিভিন্ন
Read More...

পৰীক্ষা নে ভেকোভাওঁনা ?

✍ চন্দন কুমাৰ নাথ আজিৰ তাৰিখত এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে ৰাজ্য চৰকাৰে কিয় কোনো এটা চৰকাৰী চাকৰিৰ পৰীক্ষা অতি সূচাৰুৰূপে তথা নিকাকৈ অনুষ্ঠিত কৰিব নোৱোৰে। ৰাজ্যত বসবাস কৰা শিক্ষিত যুৱক- যুৱতীক ৰাজ্য চৰকাৰে চাকৰিৰ নামত কিয় বাৰে
Read More...

দৰঙৰ শলগুৰি সত্ৰত জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭২ সংখ্যক জন্ম জয়ন্তী উৎসৱ অনুষ্টুপীয়াকৈ পালন

শ্ৰীমন্ত শংকৰ, হৰি ভকতৰ, যানা যেন কল্পতৰু, তাহান্ত বিনাই, নাই নাই নাই, আমাৰ পৰম গুৰু ৷৷ নামখলা : সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যতো ক'ৰােনা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টিৰ কৰাৰ পৰিপ্ৰেক্ষিতত এইবেলি মহাপুৰুষ
Read More...

নিৰ্বাচনী অংকৰ ওচৰত ক’ৰোনাও নগণ্য

✍ অংশুমান ভূঞা গণতন্ত্ৰত 'ৰাইজেই ৰজা' বুলি কোৱা হয় যদিও সেয়া বৰ্তমান এক প্ৰহসনতহে পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে। ৰাইজে কেৱল নিৰ্বাচনৰ আগমুহূৰ্ততহে ৰজাঘৰৰ পৰা কিছু গুৰুত্ব লাভ কৰে। সেই সময়ত ৰজাঘৰীয়াসকলে সাৰ পায়, কাৰেঙৰ সুখনিদ্ৰাৰ পৰা উঠি
Read More...

অখিল গগৈৰ মুক্তি কেতিয়া ?

✍ আকাশ হাজৰিকা আজিৰ দিনত সকলো দেশপ্ৰেমিক অসমীয়াৰ মনত এটাই প্ৰশ্ন যে অখিল গগৈৰ মুক্তি কেতিয়া ? মুক্তিৰ দিনটোলৈ সকলোৰে উৎকণ্ঠা। কিন্তু চৰকাৰ এই বিষয়ত যেন চকু মুদা কুলিৰ ভাৱত। এটাৰ পাছত আনটো গোচৰ জাপি দি অখিলৰ ওপৰত কৰা অন্যায়, অত্যাচাৰ আৰু
Read More...

ভেৰগাঁও সমষ্টিত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

টংলা : ওদালগুৰি জিলাৰ ভেৰগাৱঁৰ বদোৰা আৰু শুক্লাইত বিপিএফৰ সভাপতি তথা প্ৰাক্তন বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে দলীয় কৰ্মী সভাত অংশ গ্ৰহণ কৰি কয় যে এইবাৰ বিটিচি নিৰ্বাচনত বিপিএফে অভিলেষ সংখ্যক আসনত জয়ী হব। তেওঁ কয় যে বিপি এফে ৩৭ খন আসনত
Read More...

চৰকাৰে নামঘৰলৈ আগবঢ়োৱা অনুদানত উৎফুল্লিত নামঘৰীয়া সমাজ

গুৱাহাটী : স্বাধীনোত্তৰ অসমৰ প্রথমখন চৰকাৰে বৈষ্ণৱ সংস্কৃতিৰ প্রাণকেন্দ্ৰ স্বৰূপ নামঘৰসমূহলৈ ব্যাপক হাৰত আৰ্থিক অনুদান আগবঢ়াবলৈ লোৱা সিদ্ধান্তক সময়োপযোগী অসম হিতৈষী বলিষ্ঠ সিদ্ধান্ত বুলি গণ্য কৰিছে সদৌ অসম নামঘৰীয়া সমাজে ৷ যোৱা ৩১ আগষ্টত
Read More...

ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পী সন্থাৰ উদ্যোগত আলোচনা চক্ৰ ও মত বিনিময় অনুষ্ঠানৰ আয়োজন

নলবাৰী : সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ শিল্পী সন্থাৰ উদ্যোগত আজি নলবাৰী চহৰস্থিত হৰিমন্দিৰ প্ৰাংগনত এখন আলোচনা চক্ৰ ও মত বিনিময় অনুষ্ঠান আয়োজন কৰা হয় । লক ডাউনৰ সময়চোৱাত শিল্পী সকলে থিয়েটাৰৰ মঞ্চ এৰিব লগা হৈছে । যাৰ বাবে থিয়েটাৰত জৰিত শিল্পী
Read More...

‘কা’ বাতিলৰ দাবীত আছুৰ বাইক ৰেলী

তিনিচুকীয়া ১ ছেপ্তেম্বৰ : জাতি, মাটি, ভেটি ৰক্ষা কথা কৈ প্ৰতিটো পদে পদে জাতিটোক চৰম প্ৰতাৰণা কৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে আজি সৰৱ হৈ পৰে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু পানীতোলা আঞ্চলিক ছাত্ৰ সন্থা ৷ সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ
Read More...