Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

টীয়কত যুৱ-ছাত্ৰ পৰিষদৰ সাহাৰ্য বিতৰণ

মুদৈজান : আজি যুৱ ছাত্ৰ পৰিষদ টীয়ক আঞ্চলিক সমিতিৰ উদ্যোগত টীয়ক বগৰীগুৰি অঞ্চলত বানপীড়িত ৰাইজৰ মাজত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টীয়ক আঞ্চলিক সমিতিৰ সভাপতি হিমাংশু বৰুৱা, সম্পাদক প্ৰশান্ত দত্ত প্ৰমুখ্যে যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা
Read More...

পত্ৰৰ আঁ‌ত ধৰি…

✍ অংশুমান ভূঞা যোৱা কেইবাদিনো বিভিন্নজনে বাতৰি কাকতবোৰত পত্ৰযোগে কৰ'না কালত ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰক মাচুল ৰেহাই দিয়াৰ আহ্বান জনাইছে।এই আহ্বানৰ যুক্তি নথকা নহয়।কৰ'নাই বহু মানুহৰ জীৱিকালৈ সংকট নমাই আনিছে।চৰকাৰী শিক্ষানুষ্ঠানৰ প্ৰতি
Read More...

পহিলা ছেপ্তেম্বৰৰ পৰা কণমানিহঁতক বিদ্যালয়লৈ পঠোৱা উচিত হ’বনে ?

✍ ৰশ্মিৰেখা ভট্টাচাৰ্য কৰ'না ভাইৰাছৰ দ্ৰুত সংক্ৰমণ হেতু ভীত-সত্ৰস্ত সমগ্ৰ মানৱকূল। জীৱশ্ৰেষ্ঠ মানুহ আজি নিজৰ সামৰ্থৰ ওপৰতেই সন্দিহান। এটি ক্ষুদ্ৰ ভাইৰাছে কেনেকৈ বিজ্ঞান/প্ৰযুক্তিবিদ্যাৰ গৌৰৱোজ্জ্বল ইতিহাস ম্লান কৰি বিশ্বৰ আগশাৰীৰ
Read More...

ডবকাত আম আদমী পাৰ্টিৰ সভা, হোজাইৰ তিনিওটা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদানৰ পৰিকল্পনা আম আদমীৰ

ডবকা : আগন্তুক বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী আছে। প্ৰতিটো ৰাজনৈতিক দলে আৰাম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ, পিছ পৰি থকা নাই আম আদমী পাৰ্টিয়েও, হোজাই জিলাত এইবাৰ আম আদমী পাৰ্টিয়ে যমুনামুখ, হোজাই আৰু লামডিঙ সমষ্টিত সমষ্টিত
Read More...

শক্তি বিভাগৰ বিৰুদ্ধে মাজুলীত আছুৰ প্ৰতিবাদ; কাৰ্যালয় ঘেৰাও

উজনি-মাজুলী : লোডশ্বেদিঙৰ ফলত চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে উজনি মাজুলীৰ জনসাধাৰণ ৷ উৎকট গৰমে যি সময়ত ৰাজ্য দহিছে সেই সময়ত উজনি মাজুলীত বিদ্যুৎ কৰ্টনে ৰাইজক জ্বলা কলা খুৱাইছে ৷ আজি জেংৰাই আঞ্চলিক ছাত্ৰ সন্থা আৰু ভকতিদুৱাৰ আঞ্চলিক ছাত্ৰ
Read More...

অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণক লৈ দেশবাসীৰ অভূতপূৰ্ব সহাৰি : ৰাম মন্দিৰৰ ভূমি পুজনক লৈ গুৱাহাটীত পূজা…

দৈনন্দিন বাৰ্তা ডেস্ক : দেশৰ পাচশ বছৰীয়া প্ৰতীক্ষাৰ অন্তত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণক লৈ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমি পূজন কৰিলে৷ ইয়াকে লৈ দেশবাসী জনসাধৰণে যথেষ্ট উৎসাহী হোৱা দেখা গৈছে৷ ইয়াৰ
Read More...

কৃষক নেতা অখিল গগৈ আৰু দেৱাঙ্গনা কলিতাৰ বিনা চৰ্তে মুক্তিৰ দাবীত নলবাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ…

নলবাৰী : আজি নলবাৰী চহৰৰ এন টি ৰোডত কৃষক মুক্তি সংগ্ৰাম সমিতি নলবাৰী সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে। প্ৰায় শতাধিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীয়ে অখিল গগৈ আৰু দেৱাঙ্গনা কলিতা মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। লগতে
Read More...

আত্মহত্যাই শেষ পথ নেকি ?

✍ভুপেশ খাটনিয়াৰ আত্মহত্যাকে কিয় শেষ পথ হিচাপে লয়। আত্মহত্যাৰ দ্বাৰা যিকোনো জটিল পথৰ সমাধান নহয়। কেতিয়াওতো কোনো  সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ শুদ্ধ পথ হ'ব নোৱাৰে? মানুহৰ জীৱনত উত্থান-পতন, ঘাট-প্ৰতিঘাট, সুখ-দুখ  থাকিবই। এয়াইতো জীবন।
Read More...

টীয়কৰ ভগামুখৰ নাম উজ্বলালে নিৱেদিতা দত্তই : সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত লাভ কৰিল ৬৯৭ সংখ্যক…

দৈনন্দিন বার্তা, হাঁহচৰা : আজি ঘোষিত হোৱা সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত ৬৯৭ সংখ্যক স্থান লাভ কৰি জন্মস্থান যোৰহাট জিলাৰ টীয়ক ভগামুখলৈ সন্মান কঢ়িয়াই আনিছে নিৱেদিতা দত্তই ৷নিবেদিতাৰ পিতৃ কৃষ্ণকান্ত দত্ত বৰ্তমানে অৱসৰ লৈ পুনেৰ এটা
Read More...

গুৱাহাটী প্ৰেছ ক্লাবত অসমৰ খিলঞ্জীয়া মুছলিম জনগোষ্ঠীৰ সংবাদমেল

নাজিৰা : "চৰকাৰ সলনি হ'ল, কিন্তু বাংলাদেশী লবিৰ প্ৰভাৱৰ পৰা চৰকাৰ মুক্ত নহ'ল।" শাসনাধিষ্ট চৰকাৰ খনৰ বিৰূদ্ধে এই গুৰুতৰ অভিযোগ গৰিয়া মৰিয়া দেশী সমন্বয় ৰক্ষী সমিতিৰ। ইছলাম ধৰ্মী খিলঞ্জীয়া সংগঠনৰ উমেহতীয়া মঞ্চ গৰিয়া মৰিয়া দেশী সমন্বয় ৰক্ষী
Read More...