Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাখী বন্ধন পালন

উজনি-মাজুলী : অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ এ.ভি.বি.পি.ৰ মাজুলী জিলাৰ কাৰ্যকৰ্তাসকলে পবিত্ৰ ৰাখী পূৰ্ণিমাৰ দিনা মাজুলীত কৰ্মৰত ক'ৰণা যোদ্ধা তথা সমাজৰ গণ্যমান্য ব্যক্তিসকলক ৰাখী পিন্ধাই ভাতৃত্ব আৰু একতাৰ নিদৰ্শন দাঙি ধৰে। অখিল ভাৰতীয়
Read More...

চৰকাৰৰ ভুল বিত্তীয় সিদ্ধান্তলৈ আঙুলীয়ালে বিৰোধী দলপতিয়ে : ১৪ শতাংশ জিএচটি ৰ অংশ ৰাজ্যক নিদিয়াক লৈ…

নাজিৰা : কৰ'নাৰ সংকটৰ পৰা মূক্তি পাবলৈ লকডাউনৰ জৰুৰী পৰিস্থিতিক সমগ্ৰ দেশবাসীয়ে মানি চলাৰ স্বাভাৱিকতে অৰ্থনীতিত ইয়াৰ ঋণাত্মক প্ৰভাৱ পৰা স্বাভাৱিক কথা। কিন্ত্ত ইয়াৰ বাবেই ৰাজ্যসমূহৰ প্ৰাপ্য ১৪ শতাংশ কৰৰ ক্ষতিপূৰণক কেন্দ্ৰীয় চৰকাৰে প্ৰদান
Read More...

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত বিজেপিৰ চৰম প্ৰতাৰণা ৷ নিৰ্বাচনৰ আগে আগে বিজেপিয়ে আকৌ দেখুৱাব ভেল্কীবাজ…

দৈনন্দিন বাৰ্তা ডেস্ক : ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে৷ ২০১৪ চনৰ লোক সভা নিৰ্বাচনৰ কালত বঙাইগাঁৱৰ এখন জনসভাত টাই, আহোম, কোচ ৰাজবংশী, মৰান, মটক, চুতীয়া আৰু আদিবাসী  বুলি
Read More...

আমাৰ সমাজত ৰাখী বন্ধনৰ প্ৰাংসগিকতা

✍ অনামিকা ঠাকুৰীয়া ৰাখীবন্ধন হৈছে ভাতৃ আৰু ভগ্নীৰ মাজৰ এটা পবিত্ৰ দিন। যিটো দিনত বায়েকে অথৱা ভনীয়েকে তেওঁৰ ককায়েক বা ভায়েকৰ হাতত ৰাখী নামৰ সূতা এডাল বান্ধি দিয়ে। আৰু সেই ৰাখীডালতে প্ৰকাশ পাই উঠে যেন মৰম-চেনেহবোৰ ইজনে সিজন প্ৰতি
Read More...

সুৰাপায়ীসকল সাৱধান ! ৫ ছেকেণ্ডতে যন্ত্রত ধৰা পৰিব সুৰাপায়ী, আবকাৰী হাতত অত্যাধুনিক এলক’পেট্ৰ’ল…

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ সুৰাপায়ী সকল এতিয়াৰ পৰা সাৱধান হওক। বৰ্তমান অত্যাধুনিক এলক’পেট্ৰ’ল ব্ৰেথ এনালাইজাৰৰ গৰাকী হৈ পৰিছে আবকাৰী বিভাগ । এই অত্যাধুনিক যন্ত্ৰৰ সহায়ত কোন ব্যক্তিয়ে সুৰাপান কৰি আছে সেয়া দূৰৰ পৰাই মাত্ৰ ৫ ছেকেণ্ডতে
Read More...

আগন্তুক নিৰ্বাচনত কোন হ’ব তৃতীয় বিকল্প ? ‘কাকনো বুলিম ককা, সকলোৰে দাড়ি-চুলি পকা’

✍ প্ৰাঞ্জল প্ৰতীম ডেকা বতৰৰ বতৰা আগতীয়াকৈ দিব পাৰি যদিও নিৰ্বাচনৰ আগলি বতৰা দিয়াটো কিছু জটিল। তথাপিও আগন্তুক নিৰ্বাচনৰ প্ৰাকক্ষণত তৃতীয় বিকল্পৰ কথা চৰ্চিত হোৱাটো এক প্ৰকাৰৰ সময়ৰ আহ্বান। কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপিত হয় যে- তৃতীয়
Read More...

অসম আৰু অসমীয়া জাতি ৰক্ষাৰ স্বাৰ্থত সকলোকে এক হ’বলৈ আহ্বান

জামুগুৰিহাট : তেজ দিম, কিন্তু মাটি নিদিওঁ। অসমীয়া জাতি ৰক্ষাৰ স্বাৰ্থত সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে আমি যুজঁ দি যাম৷ অংগীকাৰ কৰিছোঁ যে আমাৰ অধিকাৰৰ বিৰুদ্ধে গৈ সন্দেহজনক নাগৰিকে চকীঘাটত যি ঘৃণনীয় কাণ্ড সংঘটিত কৰিলে তাৰ উচিত জবাব দিয়া হ'ব৷
Read More...

সুগন্ধি পখিলাৰ কবি হীৰুদালৈ ওপজা দিনৰ শুভকামনা

✍ জ্যোতিস্মান শৰ্মা "তুমিতো জানাই এই কবিৰ আৰু একো নাই এটাই মাথোঁ কামিজ তাৰো ছিগো-ছিগো চিলাই প্ৰেম নিশ্চয় এনেকুৱাই আৱৰণ খুলি হৃদয় জোৰাই।"(হীৰুদা)  আজি ২৮ জুলাই, সুগন্ধি পখিলাৰ কবি 'হীৰুদা'ৰ (হীৰেন ভট্টাচাৰ্য) ওপজা
Read More...

‘কা’ বাতিলৰ দাবীত মাজুলীত আছুৰ প্ৰতিবাদ, পুনৰ মাজুলীত আৰম্ভ হ’ল ‘কা’ বিৰোধী…

উজনি-মাজুলী  : পুনৰ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে ৰাজপথলৈ নামিল মাজুলী মহকুমা ছাত্ৰ সন্থা৷ মাজুলীৰ মহকুমা ছাত্ৰ সন্থাৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই আজি মাজুলীৰ বিভিন্ন প্ৰান্তত 'কা’ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে৷
Read More...

ক’ৰোনাৰ গৰাহত হেৰাই যাব নেকি ৰং তুলিকাৰ শিল্পীসকল

✍ভুপেশ খাটনিয়াৰ ক'ৰণাৰ গৰাহত তথা যান্ত্ৰিকতাৰ যুগত হেৰাই যাব নেকি ৰং তুলিকাৰ শিল্পীসকল। তেনেই কিছু অসমৰ ৰং তুলিকাৰ শিল্পীৰ মৰ্মবেদনাক লৈ এক প্ৰতিবেদন হাৰুণ আলি : আমাৰ দৰে এই কৰ্মীসকলৰ আজি বহুকেইটা বছৰ ধৰি আমাৰ এই কৰ্ম শিল্পত বেয়াকৈ
Read More...