ৰাইজৰ বাৰ্তা

গুৱাহাটীৰ বিমানকোঠত যান-বাহন প্ৰৱেশ বিনামূলীয়া!

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰ চৌহদৰ ভিতৰত প্ৰৱেশ কৰা যান-বাহনৰ পাৰ্কিং মূল্যৰ ক্ষেত্ৰত নতুন নীতি-নিয়ম প্ৰনয়ণ কৰিছে বিমানকোঠৰ পৰিচালনা প্ৰতিষ্ঠান গুৱাহাটী ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট...

গুৱাহাটীত কাইলৈৰে পৰা ইথানল মিহলি পেট্র’ল

ইথানল মিহলি পেট্র’ল বিক্রী কৰাত আপত্তি নাই নর্থ–ইষ্ট ইণ্ডিয়া পেট্র’লিয়াম ডীলাৰ এছ’চিয়েচনৰ৷ এখন সংবাদ মেল সম্বোধন কৰি এছ’চিয়েচনৰ সভাপতি ৰাজীৱ গোস্বামীয়ে কয়– হঠাৎ সোমবাৰৰ...

বৰপেটাৰ ব্যাসকুছিৰ বিশিষ্ট লেখক, কবি মথুৰ ডেকাৰ স্মৃতিচাৰণ সভা

সুলেখক, কবি তথা সমাজ সচেতক মথুৰ ডেকাৰ দেহাৱসানৰ প্ৰথমটি বৰ্ষ অতিক্ৰম হয়। সেই উপলক্ষে তেওঁৰ বাসগৃহতে ৭ জানুৱাৰীত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈ যায়।...

জামুগুৰীহাটত আদৰণি দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক শংকৰ গোহাঞিক

কেইবাটাও কাৰ্যসূচীৰে যোৱা  বুধবাৰে গুৱাহাটীৰ পৰা উজনি অসমলৈ ৰাওনা হয় অসমৰ অন্যতম জনপ্ৰিয়  দৈনিক বাতৰি কাকত "দৈনন্দিন বাৰ্তা"ৰ সম্পাদক শংকৰ গোহাঞি।ইফালে উজনি অসমৰ কাৰ্যসূচী সমাপ্ত...

খাগ্ৰাবাৰীত ১৯সংখ্যক সৰ্বভাৰতীয় অন্ঠাইগৌৰা বডোছা ভলীবল স্বৰ্ণ কাপ চেম্পিয়নশ্বিপ

ওদালগুৰি জিলা খাগ্ৰাবাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু খাগ্ৰাবাৰী আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ সহযোগত ওদালগুৰি জিলা খাগ্ৰাবাৰী জনতা খেলপথাৰত অনুষ্ঠিত কৰা হৈছে ১৯ সংখ্যক...

Popular