ৰাইজৰ বাৰ্তা

নগৰবেৰাৰ টুপামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চোৰৰ ছাফাই অভিযান

কামৰূপৰ বকো সমষ্টিৰ টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত সোমবাৰে নিশা ৰঙ্গেশ্বৰী টুপামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হয়। জানিব পৰা মতে চোৰে...

চামতাত কৰ্মচাৰী শ্বহীদ দিৱস উদযাপন

পশ্চিম নলবাৰী আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত তথা পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সহযোগত কালি  চামতাস্থিত পশ্চিম নলবাৰী প্ৰেছ ক্লাৱ...

বজাৰত বিক্রীৰ বাবে সাজু মাটিৰ চাকি

পশ্চিম নলবাৰীৰ কুলবিল হীৰাপাৰা এখন ঐতিহ্য মন্ডিত শিল্প গাওঁ। তাহানিৰ দিনৰ পৰাই গাওঁখনৰ আবাল বৃদ্ধ বনিতাৰ পৰা কনমানিলৈকৈ আছে বংশানু ক্ৰমিক শৈল্পিক সত্তা ।প্ৰতিতো উৎসৱৰ...

দেৰগাঁৱত চি পি আই এমৰ গোলাঘাট জিলা সন্মিলন সম্পন্ন

দেৰগাঁৱৰ ঐতিহ্যমণ্ডিত নৰেন শৰ্মা স্মৃতি পথাৰত ৩০ আৰু ৩১ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ গোলাঘাট জিলা সন্মিলন অনুষ্ঠিত হয়।এই উপলক্ষে প্ৰথম দিনা পুৱা...

পুনৰ ফুলিল পদুম!

মাৰিয়নিত ৰূপজ্যোতি কুৰ্মীৰ জয় লাভভাৱনীপুৰ সমষ্টিত BJP প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ বৃহৎ জয়থাওৰাত সুশান্ত বৰগোঁহাইৰ জয় লাভতামূলপুৰ সমষ্টিত UPPLৰ প্ৰাৰ্থী জ্বলেন দৈমাৰীৰ জয় লাভগোসাঁইগাঁও সমষ্টিত...

Popular