ৰাইজৰ বাৰ্তা

ধেমাজি জিলা ক্ৰীড়া সন্থাৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ মন্ত্ৰী ৰানোজ পেগুৰ

ধেমাজি জিলা ক্ৰীড়া সন্থাৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰে শিক্ষা মন্ত্ৰী ৰানোজ পেগুয়ে । ধেমাজিত ক্ৰীড়াৰ আন্তঃগাঁথনি গঢ়ি তোলা আৰু ক্ৰীড়া প্ৰতিযোগিতাসমূহ...

মাজবাটত শ্ৰব্য গীতৰ উন্মোচন

মাজবাটৰ ৰামানুজ বাগ ষ্টুডিঅত  দুপৰীয়া  এক বজাত শিক্ষক অৰুপ বৰুৱাই সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ওপৰত  লিখা আৰু সুৰ কৰা তথা মাজবাটৰ জনপ্ৰিয় শিল্পী ৰামানুজ...

ভখুৰাদিয়া – ৰংগেশ্বৰী সংযোগী বিধ্বস্ত পথে জীয়াতু ভোগাইছে পথচাৰীক

কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ  ভখুৰাদিয়া ৰংগেশ্বৰী সংযোগী পথছোৱাৰে যাতায়তৰ নামত সুদীৰ্ঘ দিন ধৰি ৰাইজ চৰম জমৰ যাতনা ভোগ কৰি অহা পৰিলক্ষিত হৈছে।...

আমগুৰিত প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাৱদ্ধ

শিৱসাগৰ জিলাৰ  আমগুৰি বন সংমণ্ডলৰ আধীনস্থ হাফলুটিঙত আজি এটা প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাৱদ্ধ হয়। হাফলুটিঙ ন-পামত পিঞ্জৰাৱদ্ধ হোৱা নাহৰফুটুকীটো চাবলৈ শতাধিক লোকৰ সমাগম হয়। উল্লেখ্য...

নামতিত এচ.বি.আইৰ কৰ্মচাৰী, সাহিত্যিক হিৰণ্ময় বৰুৱাক শ্ৰেষ্ঠ যুৱ কবি-২০২১ বঁটা প্ৰদান

শিৱসাগৰ জিলাৰ নামতিৰ খেজুৰিতলৰ জ্ঞানজ্যোতি বিদ্যাপীঠত অনুষ্ঠিত হোৱা নাজিৰা কবি সন্মিলনৰ প্ৰথম পূৰ্ণাংগ অধিৱেশনৰ মুকলি সভাত নামতিৰ এগৰাকী প্ৰতিভাৱান যুৱ কবি "হিৰণ্ময় বৰুৱা"ক নাজিৰা...

Popular