Breaking

Browsing Category

ৰাজনীতি

গোৱালপাৰাৰ জলেশ্বৰত জুৱাৰীৰ দপদপনি : বিনষ্ট শৈক্ষিক পৰিৱেশ

গোৱালপাৰাৰ বৃহত্তৰ জলেশ্বৰৰৰ হাসডোবাৰ কলাবাৰীত  যোৱা দুই জানুৱাৰীৰ নিশা এটি জুৱাৰু চক্ৰই নিৰ্বিঘ্নে চলোৱা জান্দি মুন্দা জুৱা খেল অভিযোগৰ ভিত্তিত জলেশ্বৰ আৰক্ষীয়ে দুবাৰকৈ গৈ বন্ধ কৰিব লগীয়া হোৱা ঘটনাৰ চাঞ্চ্যলৰ মা'ৰ নৌযাওতেই পুনৰ যোৱা
Read More...

গোলাঘাটত এজেপি নহয় অগপত যোগদান শতাধিক আছুকৰ্মীৰ

"নতুনকৈ গঠন হোৱা ৰাজনৈতিক দলসমূহে অসমীয়া খিলঞ্জীয়া ৰাইজৰ হকে কাম কৰাত কিমান দূৰ সফল হ'ব সেয়া সময়েহে ক'ব । আন্দোলন বহুত হ'ল আন্দোলনৰ পৰা দুটাকৈ ৰাজনৈতিক দল আৰু এজন এম পি দিয়াৰ বাহিৰে কোনো সুফল নাপালোঁ।" আজি অসম গণ পৰিষদৰ জন্ম স্থান
Read More...

কোৱিড-১৯ ৰ পৰৱৰ্তী বিশ্বত ভাৰতৰ অৰ্থনৈতিক কাৰ্যসূচী প্ৰস্তুত প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি কোৱিড-১৯ ৰ পৰৱৰ্তী বিশ্বত ভাৰতৰ অৰ্থনৈতিক কাৰ্যসূচী প্ৰস্তুত কৰাৰ উদ্দেশ্যে দেশৰ আগশাৰীৰ অৰ্থনীতিবিদসকলৰ সৈতে মত বিনিময় কৰে।নিটি আয়োগে এই বৈঠকৰ আয়োজন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে
Read More...

সৰুপেটাৰ বান-খহনীয়া প্ৰতিৰোধী ৩ খন আঁচনিৰ কামৰ অগ্ৰগতি পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ

অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহনে আজি বৰপেটা জিলাৰ বৰনগৰ আৰু সৰুপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত ৩টা স্থানত ৰাজ্যিক দুৰ্যোগ সাহাৰ্য পুজিৰে ৰূপায়ন কৰি থকা বান-খহনীয়া প্ৰতিৰোধী ৩ খন আঁচনিৰ কামৰ
Read More...

প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগৰ হাজাৰ হাজাৰ কংগ্ৰেছী অনুৰাগী কৰ্মীয়ে যোগ দিব বিজেপিত

গোলাঘাট বিধান সভা সমষ্টিৰ সদ্য পদত্যাগী বিধায়িকা তথা প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ পাছতে গোলাঘাটত এইবাৰ হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব। বিশেষকৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ
Read More...

কিয় গ্ৰেপ্তাৰ কৰা হৈছে অখিল গগৈক -কি কলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

‘নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা নাই অখিল গগৈক। সেয়া মানুহৰ ভুল ধাৰণা। মাওবাদীৰে সম্পৰ্ক ৰক্ষা কৰাৰ প্ৰমাণ পোৱাৰ বাবেহে গ্ৰেপ্তাৰ কৰা হৈছিল অখিল গগৈক। মাওবাদীৰ প্ৰশিক্ষণ ল’বলৈ অসমৰ পৰা ল’ৰা পঠিয়াইছিল
Read More...

দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ অসমলৈ আহিব জে পি নাড্ডা

২০২১ৰ নিৰ্বাচৰ বাবে তত্‍পৰ হোৱা দেখা গৈছে বিজেপি। অসমলৈ আহিছে ইজনৰ পিছত সিজন শীৰ্ষ নেতা। সময়ে সময়ে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে আয়োজন কৰিছে বিশাল জনসভাৰ। সেইদৰে ঘোষণা কৰা হৈছে ইখনৰ পিছত সিখন অভিলাসী আঁচনি। তাৰ মাজতে অহা ১১
Read More...

১২-১৩ জানুৱাৰীত অসমলৈ আহিব নিৰ্বাচন আয়োগৰ প্ৰতিনিধি

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । বিভিন্ন ৰাজনৈতিক দলৰ মজিয়াত আৰম্ভ হৈছে নিৰ্বাচন কেন্দ্ৰিক ব্যস্ততা, তেনেদৰে নিকা ভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দেশৰ নিৰ্বাচন আয়োগো সাজু হৈছে । বিজেপি দল আৰু চৰকাৰৰ লগতে ৰাজ্যপাল
Read More...

শ্বহীদ পৰিয়াললৈ ৫ লাখকৈ ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অহা ৩০ দিনৰ ভিতৰত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠনৰ কাম প্ৰায় সম্পূৰ্ণ হ’ব। আক্ৰাছুৰ ১৪ গৰাকী শ্বহীদ পৰিয়ালৰ নিকটাত্মীয়লৈ ৫ লাখকৈ এককালীন আৰ্থিক সাহায্য আগবঢ়োৱা হ’ব। এই মন্তব্য প্ৰকাশ কৰিছে অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Read More...

সংঘাত : স্থান হেৰালে মান হেৰাই !

স্থান হেৰালে মান হেৰাই । জেষ্ঠ্য সকলে কোৱা এই ডাকৰ বচন ফা‍ঁকি যেন সঁচা হ'বলৈ গৈছে। প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছী বিধায়িকা অজন্তা নেওগে গেৰুৱা বসন পিন্ধা কাৰ্যত গোলাঘাট জিলা বিজেপিৰ ভিতৰচৰাত  তীব্ৰ সংঘাতৰ সৃষ্টি হোৱা বাতৰি  প্ৰকাশ হৈছিল
Read More...