Breaking

Browsing Category

ৰাজনীতি

সংঘাত : স্থান হেৰালে মান হেৰাই !

স্থান হেৰালে মান হেৰাই । জেষ্ঠ্য সকলে কোৱা এই ডাকৰ বচন ফা‍ঁকি যেন সঁচা হ'বলৈ গৈছে। প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছী বিধায়িকা অজন্তা নেওগে গেৰুৱা বসন পিন্ধা কাৰ্যত গোলাঘাট জিলা বিজেপিৰ ভিতৰচৰাত  তীব্ৰ সংঘাতৰ সৃষ্টি হোৱা বাতৰি  প্ৰকাশ হৈছিল
Read More...

সন্ধান ওলাল বিশ্বজিৎ দৈমাৰীৰ নিৰুদ্দিষ্ট পুত্ৰৰ

অৱশেষত সন্ধান ওলাল বিশ্বজিৎ দৈমাৰীৰ নিৰুদ্দিষ্ট পুত্ৰৰ। চিৰাঙত সন্ধান পোৱা গৈছে অমিত ৰাজ দৈমাৰীৰ । চাপাগুৰি বাছ ষ্টেচনত উদ্ধাৰ কৰা হয় প্ৰাক্তন সাংসদগৰাকীৰ পুত্ৰক । ADGP L&O জিপি সিঙে টুইটযোগে জনালে এই তথ্য। মঙলবাৰে বিয়লি তিনি বজাৰ
Read More...

অসমত পুনৰ অগপ-বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত

"কংগ্ৰেছে ৰাজ্যখনৰ সাতামপুৰুষীয়া শান্তি- সম্প্ৰীতিত সদায় ব্যাঘাত জন্মাই আহিছে। বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলৰ কল্যাণ বা উন্নয়ন যিদৰে কংগ্ৰেছে নিবিচাৰে সেইদৰে তেওঁলোকৰ পৰম মিত্ৰ দল এআইইউডিএফেও নিবিচাৰে" - বৰপেটাত আজি এইদৰে কয় অগপৰ সভাপতি
Read More...

হোজাইত দলীয় কৰ্মীৰ সৈতে আজমলৰ মত-বিনিময় : কংগ্ৰেছ-AIUDF ৰ মিত্ৰতা হোৱাটো খাটাং

হোজাইত দলীয় সভাৰ অন্তত বদৰুদ্দিন আজমলৰ মন্তব্য কংগ্ৰেছৰ সৈতে AIUDFৰ মহাজোঁটবন্ধন হোৱাটো প্ৰায় নিশ্চিত হৈছে ৷ আজি হোজাইত দলৰ জিলা সমিতিৰ কাৰ্যালয়ত বিশেষকৈ আগন্তক নিৰ্বাচনী ৰণনীতি যুগুত কৰা সন্দৰ্ভত যমুনামুখ সমষ্টিৰ দলৰ বিষয়ববীয়া, দলৰ
Read More...

সংকল্প অসমৰ সংকল্প দিৱসত তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীযে ললে সংকল্প

 বিধায়কৰ কাৰ্য্যকাল ২৫টা বছৰ সম্পূৰ্ণ হ'বলৈ মাত্ৰ দুই তিনিমাহ বাকী থকাৰ সময়ত তেজপুৰৰ বিধায়ক বৃন্দাৱন গোস্বামীয়ে নতুন দল খোলাৰ কুচ কাৱাজ কৰি নতুনকৈ সংকল্প লৈছে। সংকল্প স্হলীতে বিধায়ক গৰাকীৰ সন্মুখত তেজপুৰৰ উন্নয়নকলৈ সমালোচনা
Read More...

চৰাঞ্চলত পৰিদৰ্শন ভৱন উদ্ধোধন: বিধায়ক নাৰায়ণ ডেকাৰ উপস্থিতিত শতাধিক বিজেপিত যোগদান

নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধান সভা সমষ্টিৰ চৰাঞ্চলত আজি পুনৰ শতাধিক লোক অন্য দলৰ পৰা বিজেপিত আনুষ্ঠানিক ভাৱে যোগদান কৰে। এসপ্তাহ পূৰ্বে মুকালমুৱাত এখন বিশাল যোগদান সভাত বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকা, সাংসদ দিলীপ শইকীয়া আৰু কুইন ওজাৰ
Read More...

থাওৰাত কংগ্ৰেছৰ ব্যাপক গৰাখহনীয়া : বিজেপিত যোগ দিলে প্ৰাক্তন কাউঞ্চিলাৰ, জেষ্ঠ্য কংগ্ৰেছ নেতাই

আগন্তুক বিধানসভা নিৰ্বাচন এপ্ৰিলত অনুষ্ঠিত হ'ব বুলি চৰ্চা চলি থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত নিৰ্বাচনী কুজ কাৱাজ আৰম্ভ হৈছে। থাওৰাত বিজেপি দলে ইতিমধ্যে বিধায়ক কুশল দুৱৰীৰ নেতৃত্বত নিৰ্বাচনী কামকাজ ক্ষীপ্ৰ কৰিছে। ইফালে বিৰোধী দল কংগ্ৰেছত আৰম্ভ
Read More...

বৰপেটাত শক্তি প্ৰদৰ্শণৰ যৎপৰোনাস্তি প্ৰচেষ্টা অগপৰ

নিৰ্বাচনৰ দিন কাষ চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলে বিশেষ তৎপৰতা দেখুওৱা পৰিলক্ষিত হৈছে । অন্যান্য দলৰ দৰে বৰপেটাতো অগপই নিজৰ শক্তি প্ৰদৰ্শণৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে । ভোটাৰ ৰাইজক আকৃষ্ট কৰি বিপৰীত পক্ষক ভেটিবলৈ অগপই
Read More...

হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা : এইবাৰ ছাত্ৰীয়ে পাব প্ৰতিদিনৰ ক্লাছৰ বাবদ ১০০ টকা !

ৰাজ্যৰ শিক্ষাৰ্থীলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা । ৰাজ্যৰ প্ৰতিগৰাকী ছাত্ৰীয়ে প্ৰতিদিনে স্কুল-কলেজলৈ যোৱা বাবদ ১০০ টকাকৈ প্ৰদান কৰাৰ ইচ্ছা প্ৰকাশ কৰে মন্ত্ৰী শৰ্মাই । লগতে স্নাতক বৰ্ষৰ ছাত্ৰীকো কিতাপ-পত্ৰৰ বাবদ দিয়া হ’ব ১৫০০
Read More...

নতুন কৃষি আইনৰ সপক্ষত ৮শৰো অধিক শিক্ষাবিদৰ স্বাক্ষৰ

নতুন কৃষি আইনক কেন্দ্ৰ কৰি দেশজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিবাদ । একাংশ কৃষক সংগঠনে কৃষি আইন বাতিলৰ দাবীত অটল আছে । কৃষি আইনৰ বিৰোধিতাৰ গইনা লৈ অবৰোধ কৰা হৈছে ৰাজপথ, ধ্বংস কৰা হৈছে ৰাজহুৱা সম্পত্তি ।ভাৰতবৰ্ষৰ অৰ্থনীতি প্ৰধানকৈ কৃষি খণ্ডৰ
Read More...