ৰাজনীতি

কংগ্ৰেছ দলৰ প্রাক্তন মন্ত্রী ৰাজীৱ লোচন পেগুৰ পদত্যাগ

মাজুলী জিলা কংগ্রেছৰ সভাপতি তথা প্রাক্তন জলসম্পদ মন্ত্রী ৰাজীৱলোচন পেগুৱে মঙলবাৰে হঠাৎ জিলা কংগ্রেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে৷ বিগত নির্বাচনত মাজুলী সমষ্টিৰ পৰা...

আজি কেন্দ্রীয় মন্ত্রীসভাৰ সম্প্রসাৰণঃ প্রাক্তন মুখ্যমন্ত্রী সোণোৱালৰ অন্তর্ভুক্তি নিশ্চিত

সকলো জল্পনা–কল্পনাৰ অৱসান ঘটাই আজি নৰেন্দ্র মোদী মন্ত্রীসভাৰ সম্প্রসাৰণ ঘটিব৷ ৰাষ্ট্রপতি ভৱনৰ পৰা এই সন্দর্ভত এতিয়ালৈকে কোনো বার্তা প্রেৰণ কৰা নাই যদিও প্রধানমন্ত্রী কার্যালয়ে...

অখিলৰ বিৰুদ্ধে চাবুৱা চানমাৰি থানাৰ গোচৰ নিম্ন আদালতৰ ৰায়ক প্রত্যাহ্বান জনাই হাইক’ৰ্টত ‘নিয়া’

চাবুৱা আৰু চানমাৰি থানাত ৰুজু হৈ থকা গোচৰত শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু তেওঁৰ সতীর্থসকলক নিম্ন আদালতে দোষমুক্ত কৰি প্রদান...

নগাবন্ধা গাঁওপঞ্চায়তত অগপ আৰু বিজেপিৰ বন্ধুত্বত ছিৰাল ফাটত সভানেত্রীৰ সংবাদ মেল

মৰিগাঁও জিলাৰ লাহৰীঘাটত এইবাৰ অগপৰ পঞ্চায়ত প্ৰতিনিধিক ব্লেক মেইলিঙত নামিল বিজেপি কৰ্মী । জেহিৰুল ইছলাম নামৰ বিজেপি কৰ্মীজনে নগাবন্ধা গাঁও পঞ্চায়তৰ সভানেত্ৰী লিলুফা খাতুক...

“মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা সাহায্য আঁচনি” সংশোধনৰ দাবী কংগ্ৰেছৰ

ক'ভিড-১৯ মহামাৰীত আক্ৰান্ত হৈ স্বামীহাৰা হোৱা নিম্ন আয়ৰ পৰিয়ালৰ বিধৱা মহিলালৈ অসম চৰকাৰে এককালীন সাহায্য আগবঢ়াবলৈ গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাই, আৰু কিছু সংশোধনৰ...

Popular