গ্ৰাম্যৰ্থ

তাঁত শিল্পৰ জৰিয়তে অৰ্থনেতিক উন্নয়নৰ লক্ষ‍্য : হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ তৰফৰ পৰা তাঁত শাল বিতৰণ মন্ত্ৰী কেশৱ মহন্তৰ ।

কলিয়াবৰ : তাঁত শিল্প প্ৰাচীন গৌৰৱময় গ্ৰাম্য কুটিৰ শিল্প। অসমৰ জাতীয় শিল্প। অসমৰ প্ৰায় সকলো জাতি-জনজাতিয়ে তাঁতশালত কাপোৰ বয়। কৃষিৰ পিছতেই বয়ন শিল্পৰ দ্বিতীয়...

দৰঙৰ ভেৰুৱাত বান বিধ্বস্ত কৃষকৰ বাবে ১৫ বিঘা মাটিত অগ্ৰণী বহুমুখী কৃষি পাম সমিতিয়ে সিচিলে কঠিয়া ।

দৰঙৰ পৰা জয়দেৱ ডেকা: দৰঙৰ বানপীড়িত কৃষকে বানপানীৰ পিছত শালিধানৰ খেতি কৰিবলৈ আগতীয়াকৈ ব্যৱস্থা গ্ৰহন কৰিছে দৰং জিলা কৃষি বিভাগে৷ জিলাখনৰ পাথৰিঘাট মহকুমা কৃষি বিষয়া...

অসমৰ ক্ষুদ্ৰ কৃষকৰ দূৰাৱস্থা আৰু চৰকাৰৰ কৰণীয়

✍ গুনোজীৎ দাস অসম এখন কৃষি প্ৰধান ৰাজ্য। প্ৰাকৃতিক অনুকুল পৰিৱেশত বাৰিষা-খৰালি বিভিন্ন ধৰণৰ খেতি কৰা দেখিবলৈ পোৱা যায়। মুলতঃ ধান খেতি , বিভিন্ন শাক-পাচলিৰ খেতি আদিয়ে...

নগাঁৱৰ দুটা সমষ্টিক সংযোগ কৰা এটা গুৰুত্বপূৰ্ণ পথৰ বিধ্বস্ত ৰূপে জলাকলা খুৱাইছে পথচাৰীক ৷

ননৈ নগাঁও জিলাৰ বটদ্ৰৱা আৰু নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত নগাঁও গ্ৰাম্য পথ সংমণ্ডলৰ অধীনস্থ এটি অতি গুৰুত্বপূৰ্ণ পথ নগাঁও-বৰভেটি-কাছমাৰী-চকলাঘাট চাৰিআলি মাজ-জাজৰি হৈ জাজৰি শিমলুতল সংযোগী পথটি...

মুখ‍্যমন্ত্ৰীয়ে উদ্ধোধন কৰিব নৱ-নিৰ্মিত পুণৰাৱৰ্তন জলীয় কৃষি পদ্ধতিত মৎস পালন প্ৰকল্প ।কলিয়াবৰত দুই যুৱকৰ নীল বিপ্লৱৰ অভিনৱ পদক্ষেপ ।

কলিয়াবৰ :  কলিয়াবৰৰ উলুৱনীৰ শৈলেন্দ্ৰ গোস্বামী আৰুমিছাৰ ধনঞ্জয় উপাধ‍্যায়, এই দুই শিক্ষিত যুৱকে দুবছৰৰ আগতে নিজাববীয়া প্ৰচেষ্টাৰে বৈজ্ঞানীক পদ্ধতিৰে কৃটিমভাৱে পানীৰ টেংকীত মাছ পালন আৰম্ভ...

Popular