গ্ৰাম্যৰ্থ

আৰিমাৰী গাওঁ পঞ্চায়তত আচনিৰ নামত চলিছে ব্যাপক লুণ্ঠন : পৰিদৰ্শন নকৰাকৈয়ে বিভাগীয় কৰ্তৃপক্ষই মোকলাই দিয়ে লাখ লাখ টকা

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত চলিছে ব্যাপক দুৰ্নীতি । উন্নয়ন খণ্ডৰ  একাংশ চৰকাৰী বিষয়া/কৰ্মচাৰীৰ সহযোগত জনপ্ৰতীনিধিয়ে লিপ্ত হৈছে  ব্যাপক দুৰ্নীতি অনিয়মত । এটাৰ...

দলগাঁৱৰ দুলিয়াপাৰাত মধ্যাহ্ন ভোজনৰ চাউল জব্দ আৰক্ষীৰ

পৰিচালনা সমিতিৰ সভানেত্ৰী-প্ৰধান শিক্ষকৰ বিৰূদ্ধে এজাহাৰ  দৰঙৰ দলগাওঁ শিয়ালমাৰী প্ৰাথমিক শিক্ষা খণ্ডৰ একাংশ  শিক্ষানুষ্ঠানত  চলিছে কেৱল দুৰ্নীতি আৰু কেলেংকাৰী । এনে দুৰ্নীতি কেলেংকাৰীৰ  অভিযোগ উত্থাপিত...

নগাঁৱৰ সদৰ সমষ্টিৰ কেইবাটাও অঞ্চলত’সমুহীয়া কঠীয়াতলী আঁচনি’ৰ বীজ ৰোপনৰ শুভাৰম্ভ বিধায়ক ৰূপক শৰ্মাৰ

কোভিড সৃষ্ট জটিল পৰিস্হিতিৰ মাজতে গ্ৰামাঞ্চলৰ কৃষক ৰাইজ কৃষি কৰ্মত নামি পৰিছে । বাৰিষা কালৰ বানক প্ৰত্যাহ্বান জনাই হলেও বৰ্তমান সময়ত শালি ধানৰ খেতিত ...

ভূৰাগাঁৱৰ সোণডোবা বিলত মীন আইন অমান্য কৰি মাছ নিধনত নামিছে দুষ্টচক্ৰ

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত সোণডোবা বিলত বিগত কিছুদিন ধৰি এটা দুষ্টচক্ৰই অসম চৰকাৰৰ মীন আইনক ভৰিৰে মোহাৰি দৈনিক কেইবাখনো ঢেকি জালেৰে...

অৰুনাচল প্ৰদেশত হোৱা প্ৰবল বৰষুণৰ ফলত ডুবিল চিলাপথাৰৰ মুক্তিয়াৰ পঞ্চায়তৰ বহু অঞ্চল

যোৱা নিশা চুবুৰীয়া ৰাজ্য অৰুনাচল প্ৰদেশত হোৱা প্ৰবল বৰষুণৰ ফলত ঘঘৰা নদীয়েদি নামি অহা পানীৰ ধলে ডুবাই ৰাখিছে চিলাপথাৰৰ মুক্তিয়াৰ পঞ্চায়তৰ বহু অঞ্চল৷ পুৱাৰ...

Popular