Breaking

Browsing Category

বিজ্ঞান-প্ৰযুক্তি

চীনে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুখ্য বান্ধ নিৰ্মাণ কৰিব, এই নিৰ্মানে প্ৰভাৱিত কৰিব অসমক

চীনে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ-সীমাত এক মুখ্য জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা কৰিছে। প্ৰাপ্ত তথ্য মতে, চীনে দেশে পৰিকল্পনা কৰা বান্ধটো পৰৱৰ্তী বছৰত ৰূপায়ণ কৰা হ'ব। জানিব পৰা গৈছে যে চীনা চৰকাৰে ইতিমধ্যে এই বান্ধটো নিৰ্মাণৰ বাবে এটা
Read More...

শীঘ্ৰে বজাৰত উপলব্ধ হব কোভিডৰ দেশীয় প্ৰতিষেধক

বজাৰত বৰ্তমানেও উপলব্ধ নহয় সমগ্ৰ বিশ্বতে তাণ্ডৱ সৃষ্টি কৰা কোভিড-১৯ ৰ প্ৰতিষেধক । তাৰ বাবেই কালি পুনে স্থিত ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ লেবৰেটৰী, হাইদৰাবাদস্থিত ভাৰত বায়টেক, আহমেদাবাদস্থিত জাইডাছ কেডিলা পৰিদৰ্শন কৰি কোভিড প্ৰতিষেধকৰ
Read More...

পুৰণি শৰাইঘাট দলং দুদিনৰ বাবে বন্ধ থাকিব

মেৰামতিৰ বাবে আজিৰে পৰা দুদিনৰ বাবে বন্ধ থাকিব পুৰণি শৰাইঘাটৰ দলং । এই সিদ্ধান্ত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ । উক্ত বন্ধৰ সময়ছোৱাত নতুন শৰাইঘাট দলঙেৰে যান-বাহন চলাচল কৰিব । উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন
Read More...

মুখ্যমন্ত্ৰী টুইটাৰ চলাব এগৰাকী বিশেষ যুৱতীয়ে

আজি ২০ নৱেম্বৰ শুকুৰবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ টুইটাৰ একাউণ্ট চলাব এগৰাকী ১৮ বছৰীয়া বিশেষ যুৱতীয়ে। পুৱা ৯ বজাৰ পৰা দিনৰ ১১ বজালৈ মুখ্যমন্ত্ৰী টুইটাৰ চলাব এই বিশেষ যুৱতীগৰাকীয়ে । এই সময়চোৱাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
Read More...

মাৰ্টিয়ান মহানগৰ পুনর্নির্মাণত বিশ্বমানৰ স্থাপত্যবিদ নিয়োগ : ১০০ বছৰৰ ভিতৰত ৰঙা গ্ৰহত মহানগৰ…

অনলাইন বাৰ্তা : ২০১৭ চনত সংযুক্ত আৰৱ আমিৰশ্বাহিয়ে ঘোষণা কৰিছিল যে মঙল গ্ৰহত দেশখনে অহা ১০০ বছৰৰ ভিতৰত কলনি স্থাপন কৰিব আৰু তেলৰ চহকী গাল্ফ দেশখনে নিজৰ উচ্চাকাংক্ষী স্বপ্নটো বাস্তৱায়িত কৰিবৰ বাবে স্থাপত্যবিদ নিয়োগ কৰিছে ৷ ইউএইৰ ডুবাইৰ
Read More...

নাছাৰ পৰিকল্পনা ২০২৪ চন : ৫২ বছৰৰ পাছত চন্দ্ৰৰ বুকুত খোজ মহিলাৰ

অনলাইন বাৰ্তা : এইবাৰ চন্দ্ৰৰ বুকুত ভৰি পেলাব মহিলাই ৷ পুৰুষৰ পাছত মহিলাৰ ভৰি চন্দ্ৰৰ বুকুত পৰিব ৫২ বছৰৰ পাছত ৷ অৰ্থাৎ ১৯৭২ চনত নীল আর্মষ্ট্ৰং, মাইকেল কলিন্স আৰু এডুইন অলড্রিনে চন্দ্ৰত প্রথম পদাৰ্পণ কৰিছিল ৷ ইয়াৰ পিছত ২০২৪ চনত পুনৰ চন্দ্ৰত
Read More...

ভাৰতীয় জ্যোতিৰ্বিজ্ঞানীক অভিনন্দন নাছাৰ

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতীয় জ্যোতিৰ্বিজ্ঞানীয়ে পৃথিৱীৰ পৰা ৯.৩ বিলিয়ন আলোকবৰ্ষৰ দূৰৈত অৱস্থিত বিশ্বব্ৰহ্মাণ্ডৰ সকলোতকৈ দূৰৱৰ্ত্তী তাৰকাপুঞ্জ আবিষ্কাৰ কৰাৰ এদিনৰ পাচত নাছাই এই আবিষ্কাৰৰ বাবে ভাৰতীয় জ্যোতিৰ্বিজ্ঞানীসকলক অভিনন্দন জনাইছে ৷
Read More...

আইএছএছ ক্ৰুত যোগদান প্ৰথম কৃষ্ণাংগ মহিলা মহাকাশচাৰী

দৈনন্দিন বাৰ্তা ডেস্ক : আন্তৰ্জাতিক মহাকাশ ষ্টেচন (আইএছএছ)ৰ ক্ৰুত সদস্য হিচাপে দায়িত্ব পালন কৰা প্ৰথম কৃষ্ণাংগ মহিলা হৈ ইতিহাস ৰচিছে মহাকাশচাৰী জিনেট এপ্পছে ৷ বয়িঙৰ চিএছটি-১০০ ষ্টাৰলাইনাৰ মহাকাশযানৰ ওপৰত ২০২১ মিছনৰ বাবে এপ্পছক নাছাই
Read More...

৫ম ব্ৰিকছ যুৱ বিজ্ঞানী ফেল’ এনক্লেভলৈ নিৰ্বাচিত অসম বিশ্ববিদ্যালয়ৰ গৱেষক আৰ্পিতা দালাল

দৈনন্দিন বাৰ্তা ডেস্ক : অসম বিশ্ববিদ্যালয়ৰ গৱেষক আৰ্পিতা দালালৰ লগতে ১৯ গৰাকী যুৱ বিজ্ঞানীয়ে ৫ম ব্ৰিকছ যুৱ বিজ্ঞানী ফেল’ এনক্লেভলৈ নিৰ্বাচিত হৈছে ৷ এই এনক্লেভ ৰাছিয়াত অহা ২১-২৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ৷ উল্লেখ্য যে ব্ৰিকছ যুৱ বিজ্ঞানী
Read More...

ক’ৰোনা ভাইৰাছ সংক্ৰমণ : ৰক্তত ভিটামিন ডিৰ পৰিমাণ কম হ’লে বিপদজনক

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ ৰক্তত ভিটামিন ডিৰ পৰিমাণ কম হ’লে বিপদজনক হৈ পৰে৷ ফলত ক’ৰোনা ভাইৰাছ সংক্ৰমণ হোৱাৰ প্ৰৱল সম্ভাৱনা থাকে৷ ইজৰাইলৰ গৱেষকসকলে এই কথা পোহৰলৈ আনিছে৷ ভিটামিন ডি হ’ল এটা হৰমন৷ সূৰ্যৰ পোহৰত চালত ই উৎপন্ন হয়৷ শৰীৰত
Read More...