Breaking

Browsing Category

বিজ্ঞান-প্ৰযুক্তি

সন্ধান লাভ মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ ৷ শুক্ৰ গ্ৰহত সক্ৰিয় ৩৭টা আগ্নেয়গিৰি

দৈনন্দিন বাৰ্তা ডেস্ক : বুধৰ পাছত সৌৰজগতৰ উষ্ণ গ্ৰহটো হ’ল শুক্ৰ ৷ এই গ্ৰহটোৰ ৩৬টা বৈশিষ্ট পাইছে বিজ্ঞানীসকলে ৷ এইবোৰ আগ্নেয়গিৰিৰ পৰা তৈয়াৰ হোৱা বুলি প্ৰকাশ ৷ যদি এই তথ্য পৰীক্ষামূলকভাৱে সত্য প্ৰমাণিত হয়, তেন্তে গ্ৰহৰ আমূল পৰিৱৰ্তনৰ কথা
Read More...

আয়ুর্বেদৰ জৰিয়তে ক’ৰোনাৰ বিৰুদ্ধে যুঁজ আমেৰিকাৰ : সংগী ভাৰত ৷

দৈনন্দিন বাৰ্তা ডেস্ক : এইবাৰ আয়ুর্বেদৰ জৰিয়তে ক’ৰোনাৰ বিৰুদ্ধে যুঁজ কৰিব আমেৰিকাই ৷ সংগী হ’ব ভাৰত ৷ আমেৰিকাত আয়ুর্বেদিক ঔষধৰ সূত্ৰ (ফৰ্মূলা) পৰীক্ষা হ’ব বুলি জনালে দেশখনত নিযুক্ত ভাৰতীয় ৰাষ্ট্রদূত তৰণজিৎ সিং সান্ধুৱে ৷ সেই পৰীক্ষাত আছে
Read More...

তথ্য ফাদিল হোৱা ৰোধ কৰাৰ পদক্ষেপ জোৱানৰ ম’বাইল ফোনৰ ৮৯টা এপ ডিলিট কৰিবলৈ ক’লে সেনাবাহিনীয়ে ৷

দৈনন্দিন বাৰ্তা :ভিতৰৰ পৰা তথ্য ফাদিল হোৱা ৰোধ কৰিবৰ বাবে কৰ্মীসকলৰ ফোনৰ পৰা ৮৯টা এপ ডিলিট কৰিবলৈ কৈছে সেনাবাহিনীয়ে ৷ এই এপবোৰৰ মাজত আছে ফেচবুক, টিণ্ডাৰ, পাবজী, স্নেপশ্বট, ইনষ্টাগ্ৰাম, হেল’, ক্লাব ফেক্টৰী আদিৰ দৰে জনপ্ৰিয় এপবোৰ ৷ লাডাখ
Read More...

ফেচবুক, ৱাটছএপৰ মাজত নতুন এপ ‘এলিমেণ্টছ’ ৷

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতত চীনৰ ৫৯টা এপৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হ’ল ৷ চীনা এপবোৰ বন্ধ কৰি দিয়াৰ পাছত ভাৰতত নতুনকৈ এপ তৈয়াৰ কৰা হৈছে ৷ লগতে জনসাধাৰণৰ দেশীয় পণ্য ব্যৱহাৰৰ প্ৰৱনতা বাঢ়িছে ৷ এনে পৰিস্থিতিত আত্মনির্ভৰ ভাৰত প্ৰচাৰৰ
Read More...

বিশ্ব স্বাস্থ্য সংস্থালৈ ৩২ খন দেশৰ ২৩৯ বিজ্ঞানীৰ পত্ৰ : বতাহত বিয়পে ক’ৰোনা ভাইৰাছ ৷

দৈনন্দিন বাৰ্তা ডেস্ক : লকডাউন উঠাই দিয়াৰ লগে লগে সমগ্ৰ বিশ্বত তৎক্ষণাত বৃদ্ধি পাবলৈ ধৰে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৷ ৰেস্তোৰা, কাৰ্যালয়, বজাৰ, বাছ, দোকান আদি সকলোতে মানুহে চলাচল কৰিবলৈ ল’লে ৷ ফলত গোষ্ঠী সংক্ৰমণ আৰম্ভ হৈছে তাত নিশ্চিত
Read More...

সৃষ্টিসুলভ মনৰ অতি দৰিদ্ৰ পৰিয়ালৰ এটি কণমানি ছাত্ৰই পেলনীয়া সামগ্ৰীৰে সাজি উলিয়াইছে বৈজ্ঞানিক…

নাজিৰা : শিৱসাগৰৰ লংকা গোহাঁই গাঁৱৰ নিবাসী ৰুবুল বুঢ়াগোঁহাঁ‌ই আৰু আৰতী বুঢ়াগোহাঁ‌ইৰ একমাত্ৰ পুত্ৰ অলেঞ্চু বুঢ়াগোহাঁ‌ইয়ে পেলনীয়া সামগ্ৰীৰে সাজি উলিয়াইছে বতাহ চালিত পাংখা, কাগজ কটা মেচিন, কাগজেৰে চেলুটেপ কাটোটে ব্যৱহৃত যন্ত্ৰৰ লগতে ডাঠ
Read More...

ভাৰতত প্ৰস্তুত কৰা ক’ৰোনাৰ প্ৰথম টীকা স্বাধীনতা দিৱসৰ পূৰ্বে বজাৰলৈ অহাৰ সম্ভাৱনা ৷

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতত প্ৰস্তুত কৰা ক’ৰোনাৰ প্ৰথম টীকা স্বাধীনতা দিৱসৰ পূৰ্বে বজাৰলৈ অহাৰ সম্ভাৱনা আছে ৷ এই টীকাৰ নাম হৈছে 'কোভেক্সিন'৷ ভাৰত বায়’টেক ইণ্টাৰনেচনেল লিমিটেড (বিবিআইএল)ৰ সহযোগত এই টীকা বজাৰলৈ আনিছে ইণ্ডিয়ান কাউন্সিল
Read More...

ৰাছিয়াৰ পৰা মিগ-২৯ ক্ৰয়ত অনুমোদন।

দৈনন্দিন বাৰ্তা ডেস্ক : প্ৰতিৰক্ষা অধিগ্রহণ কাউন্সিল (ডিএচি)য়ে বৃহস্পতিবাৰে ৰাছিয়াৰ পৰা ২১ খন মিগ-২৯ৰ লগতে ৫৯ খন মিগ-২৯ যুদ্ধ বিমান আৰু ১২খন ছুখই-৩০ এমকেআই ক্ৰয়ৰ বাবে প্ৰস্তাৱত অনুমোদন দিছে ৷ ৰাছিয়াৰ পৰা মিগ-২৯ ক্ৰয় আৰু উন্নিতকৰণত
Read More...

ভাৰতত ৫৯ টা চীনা এপ নিষিদ্ধ : এপ নিষিদ্ধ কৰাক লৈ ৬ কোটি ৩০ লাখ বাৰ আলোচিত ।

দৈনন্দিন বাৰ্তা ডেস্ক : টিকটক, ইউচি ব্ৰাউজাৰ, হেল’সহ ৫৯টা চীনা ম’বাইল এপ নিষিদ্ধ কৰিছে কেন্দ্ৰই ৷ কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ পৰা জনোৱা মতে এই ৫৯টা এপ দেশৰ সাৰ্বভৌমত্ব, অখণ্ডতা, দেশৰ সুৰক্ষাৰ বাবে অত্যন্ত ক্ষতিকৰ ৷ সেই বাবেই এই
Read More...

বছৰৰ দীর্ঘতম দিনটোতে সূর্যগ্রহণ : দৃশ্যমান ‘ৰিং অব ফায়াৰ’

দৈনন্দিন বাৰ্তা ডেস্ক: বছৰৰ দীর্ঘতম দিন হ’ল ২১ জুন৷ ভূগোলৰ ভাষাত কোৱা হয় ছামাৰ ছলষ্টিছ৷ এই দিনটোতে গভীৰতম সূর্যগ্রহণ হৈ গ’ল৷ সূৰ্যৰ ৯৯.৪ শতাংশই বলয়গ্ৰাসে ঢাকি পেলালে৷ ভাৰতত পুৱা ৯.‌১৫ বজাত গ্ৰহণ আৰম্ভ হয়৷ গ্ৰহণ সম্পূৰ্ণকৈ শেষ হয় ৩.৪
Read More...