Breaking

Browsing Category

বিজ্ঞান-প্ৰযুক্তি

টিংখাঙত এ টি এম সেৱা সঘনাই অচল : সোমবাৰৰ পৰা জমা প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ পেকেজৰ দ্বিতীয় কিস্তিৰ ধন

টিংখাং ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড় অঞ্চলৰ জনসাধাৰণে সঘনে এটিএম সেৱাৰ পৰা বঞ্চিত হ'ব লগা হোৱাত গ্ৰাহকসকলৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈ আহিছে। জিলাখনৰ ভিতৰুৱা ঠাই হিচাপে পৰিচিত টিংখাঙৰ ৰাজগড়ত থকা ভাৰতীয় ষ্টেট
Read More...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত ব্ৰহ্মপুত্ৰৰ চাপৰিত গৰু-ম’হৰ প্ৰতিষেধক

বোকাখাতদেশত চলি আছে লকডাউন। লকডাউনৰ মাজতো প্ৰতিকূল বতৰক নেওচি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীৰ দল আৰু পশু চিকিৎসকৰ দলে ব্ৰহ্মপুত্ৰৰ ভক্তে আৰু বামুন চাপৰিত সম্পন্ন কৰিছে গৰু আৰু ম'হৰ প্ৰতিষেধক প্ৰদানৰ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
Read More...

বেচৰকাৰী কৰ্মচাৰীৰ বাবে বাধ্যতামূলক আৰোগ্য সেতু এপ

অনলাইন বাৰ্তা, ২ মে’ঃ তৃতীয় পৰ্যায়ৰ লকডাউনৰ ম্যাদ বৃদ্ধি কৰাৰ লগে লগে চৰকাৰী আৰু বেচৰকাৰী কৰ্মচাৰীৰ কাৰণে আৰোগ্য সেতু এপ বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ চৰকাৰী কৰ্মচাৰীৰ কাৰণে আগেয়ে এই এপ বাধ্যতামূলক কৰা হৈছিল৷ এইবাৰ বেচৰকাৰী কৰ্মচাৰীৰ
Read More...

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিজ্ঞানীৰ সাফল্য উচ্চ তাপত ক’ৰ’ণা মাৰিবলৈ যন্ত্ৰ নিৰ্মাণ ভাৰতৰ

অনলাইন বাৰ্তা, 3মে’ঃ উচ্চ তাপত ক’ৰ’ণা ভাইৰাছ মাৰিবলৈ এটা অত্যাধুনিক যন্ত্ৰ নিৰ্মাণ কৰিছে ভাৰতে৷ এই যন্ত্ৰটোৰ নাম 'অতুল্য'৷ এই যন্ত্ৰটোৰে ক্ৰমাগতভাৱে তাপ এৰি ক’ৰ’ণা ভাইৰাছৰ আৰএনএ মাৰি পেলাব৷ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে আবিষ্কাৰ কৰা এই নতুন
Read More...