Breaking

Browsing Category

ক্রীড়া-জগত

এটা ন’ বলে কাঢ়িলে বিশ্বকাপৰ স্বপ্ন…

ৰুদ্ধশ্বাস অন্তিম অ’ভাৰ। এটা ন’ বলৰ বাবেই জয়ী হ’ল দক্ষিণ আফ্ৰিকা। দীপ্তি শৰ্মাৰ এটা ন’ বলৰ বাবে সামৰণি পৰিল বিশ্বকাপৰ যাত্ৰা। বিশ্বকাপৰ পৰা বাহিৰ হ’ল মিতালী ৰাজ বাহিনী। ছেমিফাইনেলত প্ৰৱেশৰো বাট ৰুদ্ধ হৈ পৰিল ভাৰতৰ। মন কৰিবলগীয়া যে,
Read More...

আৰম্ভ হ’ল দৰঙৰ ঘিলাকুৰিত বৰদলৈ ট্ৰফী ফুটবল…

দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘিলাকুৰিত ৬৮ সংখ্যক ভাৰত ৰত্ন লোকপ্ৰিয় বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ চিৰ ছয়খন খেল কাইলৈৰ পৰা অনুষ্ঠিত হব ৷ চাৰিটা আগশাৰীৰ দলৰ মাজত এই প্ৰতিযোগিতা ২৫- ৩০ মাৰ্চলৈ অনুষ্ঠিত হবলগীয়া
Read More...

তামুলপুৰত ৰেড হৰ্ণ প্ৰিমিয়াৰ লীগ ফুটবল…

ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত নৱগঠিত তামুলপুৰ জিলাৰ দিঘিলীপাৰ সেনা ছাউনীস্থিত খেল পথাৰত চলি থকা ৰেড হৰ্ণ প্ৰিমিয়াৰ লীগ (আৰএইচপিএল) প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত পুৰুষৰ ছেমি ফাইনেলত চানৰাইজ এফ
Read More...

CSKৰ নতুন অধিনায়ক ৰবীন্দ্ৰ জাদেজা…

এটা যুগৰ আজি অৱসান ঘটিল। ভাৰতীয় দলৰ অধিনায়কত্ব এৰাৰ পিছত এইবাৰ আই পি এলৰ পৰা অধিনায়কত্ব ত্যাগ কৰিলে এম এছ ধোনীয়ে। ২৬ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব লগীয়া IPLত চেন্নাই ছুপাৰ কিংছক এতিয়াৰে পৰা নেতৃত্ব দিব দলটোৰ মুখ্য অল ৰাউণ্ডাৰ ৰবীন্দ্ৰ
Read More...

বাহৰেইন মহিলা ক্ৰিকেট দলে অভিলেখ ভংগ কৰি টি ২০ মেচত ৩১৮ ৰাণ গঢ়িলে

বাহৰেইন মহিলা ক্ৰিকেট দলে মঙলবাৰে চৌদি আৰৱৰ বিৰুদ্ধে এখন টি-২০ খেলত ৩১৮/১ ৰাণ কৰাৰ পিছত এক নতুন অভিলেখ গঢ়িছিল। আল আমেৰাট ক্ৰিকেট গ্ৰাউণ্ড ওমান ক্ৰিকেটত অনুষ্ঠিত হোৱা এই মুখামুখি খেলখন GCC মহিলা টি-২০ চেম্পিয়নশ্বিপ ২০২২ৰ সপ্তম খন খেল আছিল
Read More...

ব্যতিক্ৰমী ফুটবল খেলেৰে শ্ৰদ্ধা জ্ঞাপন বোকাখাতৰ অৱসৰমুখী অধ্যাপকলৈ…

বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক সুবোধ বৰা উজনি অসমৰ এগৰাকী সুদক্ষ খেলুৱৈ, ক্ৰীড়া লেখক, স্থানীয় স্তৰৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে সফল ক্ৰীড়া সংগঠক তথা অঞ্চলটোৰ শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে খেলুৱৈৰ মাৰ্গ-দৰ্শক ৰূপে সু পৰিচিত
Read More...

খেল’ ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছলৈ অসমৰ তিনি খেলুৱৈ…

প্ৰথম বাৰৰ বাবে অসমৰ ৩ গৰাকী কাৰাটে খেলুৱৈয়ে খেল ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছলৈ নিৰ্বাচিত হৈ ইতিহাস সৃষ্টি কৰিছে। বেংগালুৰুত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখন ২০২১ চনতে অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কোভিডৰ বাবে পিছুৱাই দিয়া হৈছিল।
Read More...

গুৱাহাটী গ্ৰেণ্ডমাষ্টাৰ দবাত ৰাছিয়াৰ পাবেল চেম্পিয়ন…

প্ৰথম গুৱাহাটী মুকলি আন্ত: ৰাষ্ট্ৰীয় গ্ৰেণ্ডমাষ্টাৰ দবা প্ৰতিযোগীতাত চেম্পিয়নৰ খিতাপ অৰ্জন কৰে ছেচ ফেডাৰেশ্যন অফ ৰাছিয়াৰ গ্ৰেণ্ডমাষ্টাৰ প"নকাৰট'ভ পাবেলে। ৰাছিয়ান গ্ৰেণ্ডমাষ্টাৰ পাবেলে দশম তথা চূড়ান্ত ৰাউণ্ড পাৰগুৱে গ্ৰেণ্ডমাষ্টাৰ ডেলগুদু
Read More...

বিশ্বৰেকৰ্ড স্পৰ্শ ভাৰতীয় অধিনায়কৰ….

মহিলা বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আন এটা ব্যক্তিগত মাইলৰ খুঁটি স্পৰ্শ কৰিছে অধিনায়ক মিতালী ৰাজে। বিশ্বকাপত সৰ্বাধিক অৰ্ধশতকৰ কৃতিত্ব অৰ্জন মিতালী ৰাজৰ। শনিবাৰে অকলেণ্ডৰ ইডেন পাৰ্কত অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত
Read More...

ঘগ্ৰাপাৰৰ দুগৰাকী কণমানিৰ কাষত সমাজসেৱিকা জুলি ডেকা বৰুৱা

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সাগৰকুছিত কালি নিশা ঘাটমাউৰা কণমানি নন্দিতা আৰু ৰিদিপৰ কাষত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ পত্নী,সমাজসেৱিকা জুৰি ডেকা বৰুৱাই উপস্থিত হৈ কিছু আৰ্থিক সাহাৰ্য,
Read More...