Breaking

Browsing Category

ক্রীড়া-জগত

ডিমৌত আটছা’ৰ অনুষ্ঠিত মাৰথান দৌৰ প্ৰতিযোগি সম্পন্ন

অসম চাহ জনজাতি ছাত্ৰ সন্হা (আটছা )কেন্দ্রীয় সমিতিৰ নিৰ্দেশমৰ্মে  আটছা আঠাবাৰী উপ-শাখাৰ উদ্যোগত অলপতে অনুষ্ঠিত হৈ যায় এক মাৰথান দৌৰ প্ৰতিযোগিতা। ইয়াৰ কলিয়াপানী চাহ বাগিচাৰ ৰাজহুৱা খেল পথাৰৰ পৰা আৰম্ভ কৰা মাৰথান দৌৰ আঠাবাৰী চেতিয়া গাওঁৰ
Read More...

গীতা-ববিতাৰ ভগ্নী ৰিতিকা ফোগাতৰ আকিস্মক মৃত্যু

কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী গীতা ফোগাত আৰু ববিতা ফোগাতৰ খুড়া ছোৱালী (ভনী) ৰিতিকা ফোগাতৰ মৃত্যু হৈছে। আজি এই খবৰ টুইটযোগে নিশ্চিত কৰে দুই ভগ্নীয়ে। খবৰ অনুসৰি ১৭ বছৰীয়া ৰিতিকা যোৱা সপ্তাহত ভাৰতপুৰত এখন কুস্তি প্ৰতিযোগিতাত প্ৰতিদ্বন্দিতা
Read More...

ভাৰতীয় ক্ৰিকেটাৰ যশপ্ৰিত বুমৰাহ বিবাহ পাশত আবদ্ধ

ভাৰতীয় পেচাৰ যশপ্ৰিত বুমৰাহে টিভি উপস্থাপক সজানা গণেশনৰ সৈতে সামাজিক মাধ্যমত এটা মিঠা পোষ্টৰ সৈতে তেওঁৰ বিয়াৰ কথা ঘোষণা কৰিছে। বৰ্তমান সজানা এখন ক্ৰীড়া চেনেলৰ উপস্থাপক। ইয়াৰ আগত তেওঁ ডেটিং ৰিয়েলিটি শ্ব' স্প্লিটচভিলাৰ অংশ
Read More...

সদৌ অসম মাঞ্চুৰীয়ান কিক বক্সিঙত সোণ জয় নাজিৰাৰ হিমাংশু বৰদলৈ আৰু কল্যাণ লাহনৰ

বকতা ঢেকেৰীছিগাত ৬,৭ মাৰ্চত দুদিনীয়াকৈ অনুষ্ঠিত সদৌ অসম প্ৰাইজমণি অল ষ্টাইল কিক বক্সিং প্ৰতিযোগিতাত চকীমুখ মাঞ্চুৰীয়া কুং-ফু আৰু আছিহাৰা কেৰাটে একাডেমিৰ খেলুৱৈয়ে অংশ গ্ৰহণ কৰি পদক জয় কৰিবলৈ সক্ষম হয় । ক্লাৱৰ হৈ অংশ গ্ৰহণ কৰা নাজিৰাৰ
Read More...

ৰঙিয়া ত ১২, ১৩ আৰু ১৪ মাৰ্চত ১৬ সঙখ্যক ছিনিয়ৰ আন্ত জিলা খো-খো প্ৰতিযোগিতা

অসম খো খো সন্হা ৰ১৬সঙখ্যক ছিনিয়ৰ আন্ত জিলা খো-খো প্ৰতিযোগিতা খন উত্তৰ কামৰূপ খো খো সন্হা ৰ উদ্যোগত অহা ১২, ১৩ আৰু ১৪মাৰ্চ তাৰিখত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰ ত অনুষ্ঠিত কৰা হ'ব বুলি অভ্যৰ্থনা সমিতিৰ সভাপতি ভৱেশ কলিতা আৰু
Read More...

বিশ্বনাথৰ ৰুমু ইলেভেন বিজয়ী

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ মৰনাকুৰি গাঁৱত “মৰনাকুৰি জ্ঞানজ্যোতি ক্ৰিকেট ক্লাৱে” আয়োজন কৰা যোৱা ২৬ ফেব্ৰুৱাৰীপৰা ২৮ ফেব্ৰুৱাৰীলৈকে তিনিদিনিয়াকৈ অনুষ্ঠিত কৰা দিবা-নৈশ প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগীতাখনিত শোণিতপুৰ, বিশ্বনাথ, নগাওঁ জিলাকে ধৰি
Read More...

নলবাৰীৰ পকোৱাত অনুষ্ঠিত অসম ভিত্তিত দিবা-নৈশ ভলীবল প্ৰতিযোগিতাত সৰভোগ চেম্পিয়ন

২৮ ফেব্ৰুৱাৰীত নলবাৰী জিলাৰ এটি অগ্ৰনী ক্ৰীড়া সংগঠন নিজ পকোৱা সূনীতি সংঘৰ উদ্যোগত তাঁতিপাৰা প্ৰাথমিক বিদ্যালয় খেলপথাৰত পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হৈ যায় ১৮ সংখ্যক প্ৰয়াত কাৰ্তিক বৈশ্য, দুৰ্গাৰাম সাউদ, আৰু বিৰেন দত্ত সোঁৱৰণী আমন্ত্ৰণমূলক
Read More...

গোলাঘাটত দূৰ্লভ গগৈ সোঁৱৰণত দিবা -নৈশ ফুটবল প্ৰতিযোগিতা

গোলাঘাট জিলা ফুটবল সন্থা আৰু ঔগুৰি ক্ৰীড়া সন্থাৰ যৌথ উদ্যোগত ঔগুৰি খেলপথাৰত  গোলাঘাট সংস্কৰণৰ দূৰ্লভ গগৈ সোৱৰণী সদৌ অসম ভিত্তিত দিবা নৈশ প্ৰাইজমনি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। বাঘজান  তৈলখাদৰ অগ্নিকাণ্ড মৃত্যু বৰণ কৰা ৰাষ্ট্ৰীয় খেলুৱৈ
Read More...

ওৰাঙত ফ্ৰেইণ্ড ক্লাবৰ উদ্যোগত সদৌ অসম ভিত্তিত বেডমিন্টন প্ৰতিযোগিতা

ওদালগুৰি জিলাৰ ওৰাঙৰ ফ্ৰেইণ্ড ক্লাবৰ উদ্যোগত সদৌ অসম ভিত্তিত বেড মিন্টন প্ৰতিযোগিতা এখনি অহা ৬ আৰু ৭ মাৰ্চত ওৰাঙৰ  কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ ইন্দোৰ ষ্টেডিয়ামত আয়োজন কৰা হৈছে ৷বিগত বৰ্ষৰ দৰে এইবেলি ফ্ৰেইণ্ড ক্লাবৰ উদ্যোগত
Read More...

দৌৰবিদ হিমা দাসক উপ-আৰক্ষী অধীক্ষকৰ পদত নিযুক্তি

আজি শুকুৰবাৰে গুৱাহাটীৰ সৰুসজাইত সংহত ক্ৰীড়া নীতি ২০১৭-২০১৮ অসমৰ অধীনত অসম চৰকাৰে দৌৰবিদ হিমা দাসক উপ-আৰক্ষী অধীক্ষকৰ পদত নিযুক্তি দিয়ে। অৰ্জুন হিমা দাসে ফিনলেণ্ডৰ ২০ বছৰৰ অনূৰ্ধ্ব এথলেটিকছত স্বৰ্ণপদক লাভ কৰিছিল। ২০১৮ চনৰ জাকাৰ্টা
Read More...