Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
ক্রীড়া-জগত
এয়াৰটেল এ এপল টিভি আৰু এপল আৰ্কেড-ৰ সৈতে এপল-ৰ নতুনকৈ সম্প্ৰসাৰিত আইক্লাউড+ সংযোজন কৰি নিজৰ পোষ্টপেইড সেৱা অধিক উন্নত কৰিছে
আন্তৰাষ্ট্ৰীয় কাৰাটেত স্বৰ্ণ জয়ী এলী ডোমা তামাঙক গোৰ্খা উন্নয়ন পৰিষদৰ উষ্ণ সম্বৰ্ধনা
বিশ্ব ষ্ট্ৰেংথলিফটিং চেম্পিয়নশ্বিপত মাজবাটৰ কৰৱী ডেকাৰ সাফল্য
‘হাৰ্দিক পাণ্ডিয়াক অধিনায়ক পাতক, বিৰাট কোহলী আৰু ৰোহিত শৰ্মাক ক্ৰিকেটৰ পৰা বাহিৰ কৰি দিয়ক’- টুইটযোগে এইষাৰ বিৰূপ মন্তব্য কৰা কোন এইজন ব্যক্তি?
ক্রীড়া-জগত
দৈনন্দিন বাৰ্তা
-
November 11, 2022
আগদিনা ইংলেণ্ডৰ দ্বাৰা টীম ইণ্ডিয়া পৰাজিত হৈছিল আৰু এইবাৰ টি-২০ বিশ্বকাপৰ যাত্ৰা সমাপ্ত হৈছিল। এই পৰাজয়ৰ পিছৰে পৰা, টীম ইণ্ডিয়াৰ বিষয়ে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া...
টি-২০ বিশ্বকাপ ছেমি ফাইনেলত ইংলেণ্ডৰ হাতত ১০ উইকেটত শোচনীয় পৰাজয়ৰ পিছতে উচুপি উঠিল ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা
ক্রীড়া-জগত
দৈনন্দিন বাৰ্তা
-
November 10, 2022
ছেমি ফাইনেলত ইংলেণ্ডৰ হাতত ১০ উইকেটৰ শোচনীয় পৰাজয়ৰ পিছত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাক ডাগআউটত কান্দি থকা দেখা গৈছিল। এই পৰাজয়ৰ লগে লগে টীম ইণ্ডিয়াৰ...
অৱশেষত টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশৰ আশা ধূলিস্যাৎ ভাৰতৰ
ক্রীড়া-জগত
দৈনন্দিন বাৰ্তা
-
November 10, 2022
টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰত পৰাজিত হয় হাতত। প্ৰথমে বেটিং কৰি ভাৰতে ১৬৮ ৰাণ সংগ্ৰহ কৰে। হাৰ্ডিক পাণ্ডিয়াই ৬৩ ৰান সংগ্ৰহ কৰে। বিৰাট কোহলীয়ে ৫০ ৰান সংগ্ৰহ কৰিবলৈ...
তৃতীয়বাৰৰ বাবে টি২০ বিশ্বকাপৰ ফাইনেলত পাকিস্তান; অপেনিং যুটিতে ১২.৪ অভাৰত বাবৰ-ৰিঝৱানৰ সংগ্ৰহ ১০৫ ৰাণ৷
ক্রীড়া-জগত
দৈনন্দিন বাৰ্তা
-
November 9, 2022
দলৰ অতি প্ৰয়োজনীয় মুহূৰ্তত উজ্বলি উঠিল বাবৰ-ৰিঝৱান৷ নিউজিলেণ্ডৰ বিৰুদ্ধে ছুনামিৰ সৃষ্টি কৰিলে বাবৰ-ৰিঝৱানে৷ টি২০ ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ বেটাৰ মহম্মদ ৰিজৱান আৰু বাবৰ আজমৰ দূৰ্দান্ত অপেনিং বেটিঙেৰে টি২০ বিশ্বকাপৰ ফাইনেলত উপনিত হ’ল পাকিস্তান৷ চিডনি ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা বিশ্বকাপৰ প্ৰথমখন ফাইনেলত প্ৰথমে বেটিং কৰি নিউজিলেণ্ডে ১৫৩ ৰাণৰ লক্ষ্য বান্ধি দিয়ে৷ প্ৰত্যুত্তৰত পাকিস্তানে চমকপ্ৰদ আৰম্ভণি ঘটায়৷ অপেনিং যুটিতে বাবৰ-ৰিঝৱানে সংগ্ৰহ কৰে ১২.৪ অভাৰত ১০৫ ৰাণ৷ বাবৰে ৫৩ (৪২) আৰু ৰিঝৱানে ৫৭ (৪২) ৰাণ কৰে৷ বাবৰ-ৰিঝৱানৰ এই অপেনিং যুটিৰ ফলতে পাকিস্তানে ৩ টা উইকেট হেৰুৱাই ৫টা বল বাকী থকা অৱস্থাত বিজয় লক্ষ্যত উপনীত হয়৷ নিউজিলেণ্ডৰ হৈ ট্ৰেণ্ট ব’ল্টে দুটাকৈ উইকেট দখল কৰে৷ ইয়াৰ পূৰ্বে প্ৰথম ইনিংছত নিউজেলেণ্ডে ৪ উইকেটত ১৫২ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷ ডেৰিল মিছেলে ৫৩ আৰু অধিনায়ক কেন উইলিয়ামছনে ৪৬ ৰাণৰ বৰঙনি আগবঢ়ায়৷ পাকিস্তানৰ হৈ শ্বাহিন আফ্ৰিদিয়ে দুটাকৈ উইকেট দখল কৰে৷ উল্লেখযোগ্য যে টি২০ বিশ্বকাপৰ ইতিহাসত তৃতীয়বাৰৰ বাবে পাকিস্তানে প্ৰতিযোগিতাখনৰ ফাইনেলত উপনীত হ’ব৷ ইয়াৰ পূৰ্বে ২০০৯ চনত বিশ্বকাপবিজয়ৰ সোৱাদ লাভ কৰিছিল দলটোৱে৷
কোহলীয়ে অক্টোবৰৰ বাবে আইচিচি ৰ মাহৰ খেলুৱৈ হিচাপে মনোনীত হৈছিল
ক্রীড়া-জগত
দৈনন্দিন বাৰ্তা
-
November 8, 2022
ষ্টাৰ বেটাৰ বিৰাট কোহলীক সোমবাৰে অষ্ট্ৰেলিয়াত অনুষ্ঠিত টি-২০ বিশ্বকাপৰ ছেমিফাইনেলত ভাৰতৰ দায়িত্বৰ সময়ত কেইবাটাও সুন্দৰ প্ৰদৰ্শনৰ পিছত অক্টোবৰৰ বাবে আইচিচি পুৰুষ খেলুৱৈ হিচাপে মনোনীত...
1
...
271
272
273
...
384
Page 272 of 384
Popular
ছয়দুৱাৰ মহাবিদ্যালয়ৰ(স্বায়ত্ব শাসিত)নিৰ্বাচনত মেধাৱী ছাত্ৰী নেহা ছেত্ৰীৰ ঐতিহাসিক বিজয়
দৈনন্দিন বাৰ্তা
-
September 24, 2026