ক্রীড়া-জগত

আইচিচি ক্ৰিকেট সমিতিৰ নতুন অধ্যক্ষ গাংগুলী

বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীক আইচিচি পুৰুষ ক্ৰিকেট সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। খেল পৰিচালনা সমিতিয়ে ১৭ নৱেম্বৰত এই কথা ব্যক্ত কৰে। গাংগুলীয়ে সহকৰ্মী...

ৰাজ্যিক কাৰাটে প্ৰতিযোগিতালৈ ৰঙিয়াৰ বৃহৎ দল

গুৱাহাটীস্থ দেশভক্ত তৰুণৰাম ফুকন ইন্দ'ৰ ষ্টেডিয়ামত অহা ২০ আৰু ২১ নবেম্বৰত অনুষ্ঠিত হ'বলগীয়া আগন্তুক অসম ৰাজ্যিক কাৰাটে প্ৰতিযোগিতালৈ ৰঙিয়া জিলা কাৰাটে সন্থাই ১০০ জনীয়া...

আজিৰ দিনটোতই ক্ৰিকেটৰ পৰা বিদায় লৈছিল তেণ্ডুলকাৰে

নিউজ ডেস্কঃ মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে ১৬ নৱেম্বৰ ২০১৩ তাৰিখ আজিৰ দিনটোতেই ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ লৈছিল। এইদিনটো আছিল, আঠ বছৰ আগতে, যেতিয়া...

গোগামুখ স্পৰ্ট্‌ছ্ একাডেমী ফাইনেলত

মিচিং জাতীয় সংগঠন টি এম পিকেৰ উদ্যোগত ধেমাজি জিলাৰ মাছখোৱাৰ ব্লক খেলপথাৰত অনুষ্ঠিত হৈ থকা আমন্ত্ৰণি মূলক প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত হোৱা ছেমিফাইনেলত...

দুলীয়াজান ৰজা আলি ফুটবল দল ছেম্পিয়ন

টিংৰাই শাখা ছাত্ৰ সন্থাৰ উদ্যোগত, তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত স্থানীয় টিংৰাই ৰাজহুৱা খেলপথাৰত যোৱা ৩ নৱেম্বৰৰ পৰা অনুষ্টিত হোৱা ৩৫ সংখ্যক শ্বহীদ সোঁৱৰণী...

Popular