ক্রীড়া-জগত

বিশ্ব অভিলেখ বৈভৱ সূৰ্যবংশীৰঃ মাত্র ১১ বলতে অৰ্ধ শতৰান বৈভৱৰ

বৈভৱ সূৰ্যবংশীৰ বিশ্ব অভিলেখ। মাত্র ১১ বলতে অৰ্ধ শতৰান বৈভৱৰ। ৫টা বাউণ্ডেৰী আৰু ৫ টা অ'ভাৰ বাউণ্ডেৰীৰে অৰ্ধ শতক।

আজি ভাৰত-আফগানিস্তানৰ তৃতীয়খন এদিনীয়া মেচ

আজি দিনৰ ১:৩০ বজাৰ পৰা আৰম্ভহ'ব মেচখন।চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ'ব মেচখন

Lionel Messi: বিশ্বকাপত সৰ্বাধিক গ’লৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছীৰ

বিশ্বকাপৰ ইতিহাসত সর্বাধিক গ'ল মেছীৰ। জার্মানীৰ ক্ল'জৰ অভিলেখ স্পৰ্শ ৰাজপুত্ৰ মেছীৰ। হেটট্ৰিক অৰ্জনেৰে ক্ল'জৰ ১৬টা গ'লৰ অভিলেখ স্পর্শ।

কলকাতাত অনুষ্ঠিত সৰ্বভাৰতীয় মুকলি স্কেটিং চেম্পিয়নশ্বিপত সোণ, ৰূপ আৰু ব্ৰঞ্জ লাভ অসমৰ

কলকাতাত অনুষ্ঠিত সৰ্বভাৰতীয় মুকলি স্কেটিং চেম্পিয়নশ্বিপত সোণ, ৰূপ আৰু ব্ৰঞ্জ লাভ অসমৰ

ভাৰতৰ হাতত পুনৰ পৰাস্ত পাকিস্তানঃ পাকিস্তানৰ বিৰুদ্ধে বৃহৎ জয় ভাৰতৰ

ভাৰতৰ হাতত পুনৰ পৰাস্ত পাকিস্তানঃ পাকিস্তানৰ বিৰুদ্ধে বৃহৎ জয় ভাৰতৰ

Popular