ক্রীড়া-জগত

কান্দোনেৰে ফুটবলৰ গৌৰৱময় যাত্ৰাৰ অন্ত পেলালে নেইমাৰে

বিশ্বকাপ অভিযানৰ কৰুণ অন্তৰ সৈতে আন্তৰ্জাতিক ফুটবলৰ পৰা আনুষ্ঠানিকভাৱে বিদায় ল’লে তাৰকা ফুটবলাৰ নেইমাৰে৷

ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা অসম তথা উত্তৰ পূব ভাৰতৰ প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত অসমৰ অংকিতা কোঁৱৰ

ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা অসম তথা উত্তৰ পূব ভাৰতৰ প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত অসমৰ অংকিতা কোঁৱৰ

প্ৰত্যাহ্বানক নেওচি ট্ৰেকত নামিল ১৫৯ গৰাকী প্ৰতিযোগীঃ নগাঁৱত সফল সামৰণি জিলা ভিত্তিক পেৰা ক্ৰীড়া বাছনি শিবিৰৰ

প্ৰত্যাহ্বানক নেওচি ট্ৰেকত নামিল ১৫৯ গৰাকী প্ৰতিযোগীঃ নগাঁৱত সফল সামৰণি জিলা ভিত্তিক পেৰা ক্ৰীড়া বাছনি শিবিৰৰ

ৰাষ্ট্ৰীয় পেন্‌চাক চিলাট প্ৰতিযোগিতাত অসমৰ সাফল্যঃ পাঁচটা পদক জয়

২০২৬ত অসমে দুটা সোণৰ, এটা ৰূপৰ আৰু দুটা ব্ৰঞ্জৰ পদকেৰে মুঠ পাঁচটা পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে।

‘পদ্মশ্ৰী’ সন্মানেৰে সন্মানিত ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মা

মঙলবাৰে নতুন দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰা ক্ৰীড়া তাৰকাসকলৰ ভিতৰত আছিল ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মা, হকী তাৰকা সবিতা পুনিয়া আৰু টেনিছৰ মহান বিজয় অমৃত্ৰাজ।

Popular