Tag: ASSAM

Browse our exclusive articles!

বাল্য বিবাহৰ বিৰুদ্ধে চলা অভিযানৰ দৰেই ৰঙালী বিহুৰ পূৰ্বে ৰাজ্যত চলিব পাৱাৰ লুমৰ গামোচাৰ বিৰুদ্ধে অভিযান!

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিলে-ৰঙালী বিহুৰ পূৰ্বে এইবাৰ ৰাজ্যত চলিব পাৱাৰ লুমৰ গামোচাৰ বিৰুদ্ধে অভিযান। বাল্য বিবাহৰ বিৰুদ্ধে চলোৱা অভিযানৰ দৰেই ৰাজ্যত পাৱাৰ...

মঙলবাৰে নিয়াৰ আদালতত হাজিৰ হয় বিধায়ক অখিল গগৈ…

অখিল গগৈৰ বিৰুদ্ধে থকা নিয়াৰ গোচৰৰ সন্দৰ্ভত সোমবাৰে দিয়া আদালতৰ নিৰ্দেশ অনুযায়ী আজি চানমাৰিস্থিত নিয়া আদালতত হাজিৰ হয় অখিল গগৈ। অখিল গগৈ বৰ্তমান জামিনত...

পানীখাইতি অঞ্চলৰ হাতীশিলা মন্দিৰৰ দাঁতিকাষৰীয়া অঞ্চল সমূহক ব্ৰহ্মপুত্ৰ খহনীয়াৰ পৰা ৰক্ষাৰ চেষ্টা…

দিছপুৰ সমষ্টিৰ অন্তৰ্গত পানীখাইতি অঞ্চলৰ হাতীশিলা মন্দিৰৰ দাঁতিকাষৰীয়া অঞ্চলত ব্ৰহ্মপুত্ৰ নদীয়ে বিগত কিছু সময় ধৰি ভয়াবহ খহনীয়াৰ সৃষ্টি কৰি আহিছিল। যোৱা জানুৱাৰী মাহৰ ২৮...

সুখবৰ ! মুকলি হ’ল এইমছৰ বহিঃ বিভাগ…

দীৰ্ঘদিনীয়া জল্পনা কল্পনাৰ অন্ত পেলাই উত্তৰ গুৱাহাটীস্হিত এইমছৰ বহিঃবিভাগ মুকলি কৰা হয় ৰোগী সকলৰ বাবে। এই বিষয়ে চিকিৎসালয়খনৰ কৰ্তৃপক্ষই সদৰি কৰি কয় যে হৃদৰোগৰ...

কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ! ৫০০খন চাহ বাগিচাত গ্ৰহণ কৰিব চৰকাৰী অভিলাষী আঁচনি

জনতা ভৱনত সংবাদ মেল। কেবিনেটত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ প্ৰকাশ কেশৱ মহন্তৰ- চাহ শিল্পৰ ২০০ বছৰ উপলক্ষে বিভিন্ন কাৰ্যসূচী ৫০০খন চাহ বাগিচাত গ্ৰহণ কৰিব চৰকাৰী...

Popular

নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ মুকলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ মুকলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। বানপীড়িত জিলাৰ বিদ্যালয়সমূহক সাহায্য বিতৰণ।

অৰুণাচলৰ টাকছিঙত ভাৰতীয় সেনা আৰু চীনৰ PLA মুখামুখি

অৰুণাচলৰ টাকছিঙত ভাৰতীয় সেনা আৰু চীনৰ PLA মুখামুখি।ভাৰতৰ ভূমিত অনাধিকাৰ প্ৰৱেশ চীনৰ PLAৰ।নিয়মীয়া তহলৰ সময়তে ভাৰতীয় সেনাৰে মুখামুখি PLAৰ ৪০জনীয়া দল।

বানবিধ্বস্ত শিক্ষাৰ্থীৰ বাবে বিশেষ ঘোষণাঃ কিতাপ ক্ৰয়ৰ বাবে পুঁজি আগবঢ়াব চৰকাৰে

বানবিধ্বস্ত শিক্ষাৰ্থীৰ বাবে বিশেষ ঘোষণাঃ কিতাপ ক্ৰয়ৰ বাবে পুঁজি আগবঢ়াব চৰকাৰে। কাইলৈ শিক্ষাৰ্থীৰ বাবে পুঁজি মুকলি কৰি দিব চৰকাৰে।

পুনৰ জামিন বিচাৰি আদালতৰ দ্বাৰস্থ অমৃতপ্ৰভা মহন্ত

পুনৰ জামিন বিচাৰি আদালতৰ দ্বাৰস্থ অমৃতপ্ৰভা মহন্ত। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত হ'ব অমৃতপ্ৰভাৰ জামিন আবেদনৰ শুনানি।

Subscribe

spot_imgspot_img