Tag: ASSAM

Browse our exclusive articles!

অশান্ত শ্ৰীলংকাত জৰুৰীকালীন অৱস্থা ঘোষণা, মালদ্বীপলৈ পলায়ন ৰাষ্ট্ৰপতি ৰাজাপাক্ষেৰ…

শ্ৰীলংকাত এতিয়া জুই জ্বলিছে। এই জুই অভাৱৰ জুই, আকালৰ জুই। তীব্ৰ অৰ্থনৈতিক সংকটে গ্ৰাস কৰা দ্বীপ ৰাষ্ট্ৰ খনৰ পৰা  ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেই পলায়ন কৰাৰ পিছতে...

মহাসংকটত দেশ! বিবিধ বিষয়েৰে জুৰুলা হৈছে ভাৰতীয় অৰ্থনীতি…

দেশৰ অৰ্থনীতিৰ বাবে বৃহৎ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে অনিয়ন্ত্ৰিত মুদ্ৰাস্ফীতিয়ে৷ মুদ্ৰাস্ফীতিৰ নিয়ন্ত্ৰণহীনতা আৰু ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ অৱনমনে ভাৰতীয় অৰ্থনীতিক ঠেলি দিছে গভীৰ সংকটৰ মাজলৈ৷...

আইচিচিৰ ৰেংকিং তালিকাৰ শীৰ্ষত বুমৰাহ…

কেনিংটন অ’ভেলত ইংলেণ্ডৰ বিৰুদ্ধে উজলিল যশপ্ৰীত বুমৰাহ। এদিনীয়া কেৰিয়াৰৰ সবাটোকৈ উত্‍কৃষ্ট প্ৰদৰ্শন আগবঢ়াইছে বুমৰাহে। ৭.২ অ’ভাৰত মাত্ৰ ১৯ ৰান ব্যয়েৰে ৬টা উইকেট দখল কৰে...

এই ৰাশিৰ লোকৰ ওপৰত মহাদেৱৰ থাকে বিশেষ আশীৰ্বাদ! কোনকেইটা ৰাশি?

জ্যোতিষশাস্ত্ৰত প্ৰতিটো ৰাশিৰ স্বামী গ্ৰহ থাকে। একেদৰে প্ৰতিটো ৰাশিৰ এজন আদৰণীয় দেৱতাও থাকে। মানুহে যদি ৰাশি অনুযায়ী দেৱতাক পূজা কৰে তেন্তে তেওঁৰ জীৱনত সুখ...

দৰং কলেজত অঘটন! নামভৰ্তি কৰিবলৈ আহি ছাত্ৰৰ মৃত্যু…

দৰং মহাবিদ্যালয়ত অঘটন। নামভৰ্তিৰ আহি মৃত্যু হ’ল এগৰাকী মেধাৱী ছাত্ৰৰ। উত্তৰ পাৰৰ নালান্দাখ্যাত দৰং মহাবিদ্যালয়ৰ কলা শাখাৰ বিভিন্ন বিভাগৰ মুঠ ৮২০ খন আসনৰ বাবে...

Popular

আজি বিজয়া দশমীঃ উত্তৰ গুৱাহাটীৰ মধ্যমখণ্ড সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে দাহণ কৰিব দৈত্যাকায় ৰাৱনৰ প্ৰতিমূৰ্তি

আজি বিজয়া দশমীঃ উত্তৰ গুৱাহাটীৰ মধ্যমখণ্ড সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে দাহণ কৰিব দৈত্যাকায় ৰাৱনৰ প্ৰতিমূৰ্তি

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত গুৱাহাটীত হোৱা প্ৰতিবাদক সমৰ্থন জনাই সামাজিক মাধ্যমত পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত গুৱাহাটীত হোৱা প্ৰতিবাদক সমৰ্থন জনাই সামাজিক মাধ্যমত পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ।

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত গুৱাহাটীৰ জনতা ভৱনৰ সন্মুখত প্ৰতিবাদ

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত গুৱাহাটীৰ জনতা ভৱনৰ সন্মুখত প্ৰতিবাদ। প্ৰতিবাদত অংশগ্ৰহণ বহু জুবিন অনুৰাগীৰ।আৰক্ষীয়ে আটক কৰিছে প্ৰতিবাদকাৰীক।

আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত পুনৰ প্ৰতিবাদ

আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত পুনৰ প্ৰতিবাদ।সকলোকে প্ৰতিবাদস্থলীলৈ ওলাই অহাৰ আহ্বান বিধায়ক অখিল গগৈৰ।

Subscribe

spot_imgspot_img