Tag: ASSAM

Browse our exclusive articles!

ডুবাই, আবু ধাবিলৈ গুৱাহাটীৰ পৰা পোনপটীয়া ফ্লাইট

ডুবাই, আবু ধাবিলৈ গুৱাহাটীৰ পৰা পোনপটীয়া ফ্লাইট। ৪ আগষ্টৰ পৰা ডুবাইৰ, আবু ধাবিলৈ গুৱাহাটীৰ পৰা পোনপটীয়া ফ্লাইট আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই কথা।

আজি সর্বোচ্চ ন্যায়ালয়ত শ্যামকানু মহন্তৰ জামিন আৱেদনৰ শুনানি

ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতত সিদ্ধার্থ শর্মা আৰু সন্দিপন গাৰ্গৰ জামিন আৱেদনৰো শুনানি

প্ৰৱঞ্চনাৰ গোচৰত ঋষিৰাজ বৰকটকীক গ্ৰেপ্তাৰ

প্ৰৱঞ্চনাৰ গোচৰত ঋষিৰাজ বৰকটকীক গ্ৰেপ্তাৰ। ৩৪.৩৩ কোটি টকাৰ জালিয়াতিৰ অভিযোগত ধৃত ঋষিৰাজক গ্ৰেপ্তাৰ আৰক্ষীৰ।

ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ অৰ্থনৈতিক বিকাশৰ নতুন অধ্যায়

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত অসমে যি অৰ্থনৈতিক পুনৰুত্থানৰ সাক্ষী হৈছে, সেয়াই প্ৰমাণ কৰিছে ৰাজ্যখনৰ উন্নয়ন যাত্ৰাৰ এক যুগান্তকাৰী পৰিৱৰ্তন।

চানমাৰীৰ ‘কৃষ্ণনগৰ কৃষ্টি বিকাশ কেন্দ্ৰ’ৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনাঃ উপস্থিত থাকে স্থানীয় বিধায়ক দিপ্লুৰঞ্জন শৰ্মা

‘কৃষ্ণনগৰ কৃষ্টি বিকাশ কেন্দ্ৰ’ৰ উদ্যোগত অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত আৰু উচ্ছতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়৷

Popular

ঢকুৱাখনাত গুৰুজনাৰ ৫৭৮ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ ব্যাপক প্ৰস্তুতিঃ কমাৰগাঁৱত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী

ঢকুৱাখনাত গুৰুজনাৰ ৫৭৮ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ ব্যাপক প্ৰস্তুতিঃ কমাৰগাঁৱত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী

সদ্যপ্রয়াত সাংবাদিক পায়েল মেহতাৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

সাংবাদিক পায়েল মেহতাৰ পৰিয়ালবৰ্গৰ কাষত উপস্থিত হৈ তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

প্ৰথম বাহিনী এছএছবি, সোণাপুৰত জাল ভাৰতীয় মুদ্ৰা আৰু চাইবাৰ সুৰক্ষাৰ ওপৰত সজাগতা কাৰ্যসূচী

প্ৰথম বাহিনী এছএছবি, সোণাপুৰত জাল ভাৰতীয় মুদ্ৰা আৰু চাইবাৰ সুৰক্ষাৰ ওপৰত সজাগতা কাৰ্যসূচী

‘আমি যেতিয়া আটাইবোৰ নোহোৱা হৈ যাম, নতুন ভাৱ আৰু ভাষাৰে এজাক নতুন মানুহে পিতপিতাই ফুৰিব পৃথিৱীৰ পোতাপিটনিবোৰত, চিনি পাবনে জুবিন গাৰ্গ নামৰ ধাৰণাটোক?’

'আমি যেতিয়া আটাইবোৰ নোহোৱা হৈ যাম, নতুন ভাৱ আৰু ভাষাৰে এজাক নতুন মানুহে পিতপিতাই ফুৰিব পৃথিৱীৰ পোতাপিটনিবোৰত, চিনি পাবনে জুবিন গাৰ্গ নামৰ ধাৰণাটোক?'

Subscribe

spot_imgspot_img