Tag: ASSAM

Browse our exclusive articles!

নৰ্থ ইষ্ট আন্তঃ বিশ্ববিদ্যালয় যুৱ মহোৎসৱত শ্ৰেষ্ঠ খিতাপ গুৱাহাটী বিশ্ববিদ্যালয়লৈ

ভাৰতীয় বিশ্ববিদ্যালয় সংস্থাৰ অধীনত 'ৰয়েল গ্লৱেল ইউনিভাৰ্চিটি' ত অনুষ্ঠিত ৩৭ সংখ্যক উত্তৰ-পূৱ মাণ্ডলিক যুৱ মহোৎসৱত গুৱাহাটী বিশ্ববিদ্যালয়ে শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ খিতাপ অৰ্জন কৰিছে। সৰ্বমুঠ ২৫...

ড° নগেন শইকীয়ালৈ ওপজা দিনৰ শুভেচ্ছা আছুৰ

বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, বুদ্ধিজীৱী ড° নগেন শইকীয়াৰ আজি জন্মদিন। আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই সামাজিক মাধ্যমত ড° নগেন শইকীয়ালৈ শুভেচ্ছা জনোবাৰ লগতে সু-স্বাস্থ্য আৰু...

পুনৰ অগপৰ সভাপতিৰ পদত অতুল বৰা, কাৰ্যকৰী সভাপতিৰ পদত কেশৱ মহন্ত…

পুনৰ অসম গণ পৰিষদ দলৰ সভাপতিৰ পদত অতুল বৰা। কাৰ্যকৰী সভাপতিৰ পদত কেশৱ মহন্ত নিৰ্বাচিত হয়। আজি অসম গণ পৰিষদৰ কেন্দ্ৰীয় দ্বাদশ সাধাৰণ অধিৱেশন অনুষ্ঠিত হয়। গুৱাহাটীৰ...

প্ৰগতিশীল যুৱ কৃষক অমৰ সিং বসুমতাৰীক ‘যুৱ ব্যৱসায়ী বঁটা’ আৰু ‘বসুধা মিত্র’ উপাধি প্ৰদান

বিগত চাৰিটা বৰ্ষৰ দৰে এইবাৰো তেজপুৰৰ সৰবৰহী ব্যৱসায়ী, বিশিষ্ট ক্ৰীড়াবিদ প্রয়াত পৱন কুমাৰ নাথৰ ওপজা দিনটোৰ লগত সংগতি ৰাখি আয়োজন কৰা ‘যুৱ ব্যৱসায়ী বঁটা’...

যদি বয়স অনুযায়ী শিশুৰ ওজন নাবাঢ়ে, তেন্তে তেওঁৰ খাদ্যত এই ৫টা বস্তু দিয়ক…

যদি আপোনাৰ শিশুৰ বয়স অনুসৰি ওজন বৃদ্ধি নহয়, তেন্তে এই লেখাটো আপোনাৰ বাবে। শিশুৰ সুস্থ বৃদ্ধিৰ বাবে বয়স অনুযায়ী তেওঁৰ ওজন বৃদ্ধি হোৱাটো অতি...

Popular

Narendra Modi: ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Narendra Modi: ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নামৰূপত সাৰ কাৰখানাৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰিব।

Guwahati News: গুৱাহাটীৰ মহানগৰীক লৈ Smart City Limitedৰ নতুন পদক্ষেপ

Guwahati News: গুৱাহাটীৰ মহানগৰীক লৈ Smart City Limitedৰ নতুন পদক্ষেপ। যুৱতী-মহিলালৈ কুদৃষ্টি দিলেই পৰিব বিপদত।

Himanta Biswa Sarma : প্ৰতিশ্ৰুতি পুৰণ কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

Himanta Biswa Sarma : প্ৰতিশ্ৰুতি পুৰণ কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বকোত লগ পোৱা কুৰপান আলীক প্ৰদান কৰিলে ঘৰ।

Himanta Biswa Sarma : ADRE, স্বাস্থ্য বিভাগৰ লগতে আন বিভাগত কেতিয়া হ’ব নিযুক্তি?

Himanta Biswa Sarma : ADRE, স্বাস্থ্য বিভাগৰ লগতে আন বিভাগত কেতিয়া হ'ব নিযুক্তি?

Subscribe

spot_imgspot_img