Tag: CM

Browse our exclusive articles!

মিছ ইউনিভাৰ্ছ ২০২৬ৰ খিতাপ অৰ্জন পুৱেৰ্টো ৰিকোৰ জেনিফাৰ বাৰেটোৰ

জেনিফাৰ বাৰেটোৰ শিৰত জিলিকিল বিশ্ব সুন্দীৰৰ মুকুট। ৭৫সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা জিনিলে জেনিফাৰ বাৰেটোৱে। ডমিনিকান ৰিপাব্লিকৰ মেলিছা নুনেজে লাভ কৰে প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ।

ছানগ্লাছ পিন্ধি পকেটত হাত থৈ ফটোৰ বাবে প’জ দিয়া এই ভিডিঅ’টো সামাজিক মাধ্যমত আপুনিও প্ৰত্যক্ষ কৰিছে! এই শিশুটিয়ে লাভ কৰিলে এটা ডাঙৰ উপহাৰ…

মহাৰাষ্ট্ৰৰ যৱতমলৰ দুবছৰীয়া ৰুদ্ৰাশ সিং ঠাকুৰৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ১৩.৭ কোটিতকৈ অধিক বাৰ চোৱা হৈছে, যাৰ ফলত তেওঁ ‘ভোণ্ডু বচ্চা’ নামেৰে বিখ্যাত হৈ পৰিছে।

ৰাজ্যিক পৰ্যায়ত উজলিল ধেমাজিৰ প্ৰতিভাৱান খেলুৱৈ

গুৱাহাটীৰ গড়চুকত যোৱা ১৯, ২০, ২১ আৰু ২২ নৱেম্বৰত অনুষ্ঠিত হোৱা ৪১ সংখ্যক State Taekwondo Championship-ত উজ্জ্বল প্ৰদৰ্শনেৰে ধেমাজিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তিনিগৰাকী খেলুৱৈয়ে।

২৩ বছৰে শিক্ষকতা কৰিও দৰমহা নোপোৱা এজন শিক্ষকে অৱসৰৰ পিছতো অব্যাহত ৰাখিছে পাঠদান …

শিক্ষকসকল মমৰ দৰে, যি নিজে জ্বলি আনক পোহৰ দিয়ে।' - এই কথাষাৰি নগাঁৱৰ এগৰাকী শিক্ষকৰ ক্ষেত্ৰত শুদ্ধ ৰূপত প্ৰতিফলিত হৈছে। তেওঁৰ নাম হৈছে ৰাজীৱ...

‘মৰাণ জনগোষ্ঠীৰ বুৰঞ্জী’ শীৰ্ষক গ্ৰন্থৰ উন্মোচনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা‌…

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম মৰাণ সভাৰ সহযোগত 'মৰাণ জনগোষ্ঠীৰ বুৰঞ্জী' শীৰ্ষক গ্ৰন্থৰ উন্মোচনী অনুষ্ঠানত আজি উপস্থিত থাকে ড°...

অসমৰ স্বাস্থ্যখণ্ডত আজি নতুনকৈ সংযোজিত হোৱা ৮৩খন এম্বুলেঞ্চৰ ফ্লেগ অফ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বশৰ্মাই …

অসমৰ স্বাস্থ্যখণ্ডত আজি নতুনকৈ সংযোজিত হোৱা ৮৩খন এম্বুলেঞ্চৰ ফ্লেগ অফ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বশৰ্মাই ।‌ এই বেছিক লাইফ ছাপ'ৰ্ট ছাৰ্ফেচ এম্বুলেন্সসমূহৰ জৰিয়তে ৰাজ্যৰ...

ৰাজ্যৰ চাহ বাগিচাসমূহত কৰ্মৰত শ্ৰমিকসকলৰ বাবে সুখৱৰ , ন্যূনতম মজুৰি ২৭ টকাকৈ বৃদ্ধি…

ৰাজ্যৰ চাহ বাগিচাসমূহত কৰ্মৰত শ্ৰমিকসকলৰ ন্যূনতম মজুৰি সংক্ৰান্তীয় বিষয় আলোচনা কৰাৰ অৰ্থে আজি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত ইণ্ডিয়ান টী এছ’চিয়েচন, নৰ্থ-ইষ্টাৰ্ন টী এছ’চিয়েচন,...

মইনা নায়কলৈ ১৩,৪১,৪৯৮ টকাৰ চেক দান মন্ত্ৰী সঞ্জয় কিষাণৰ….

শ্ৰম আৰু চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউ কক্ষত চিকিৎসাধীন হৈ থকা চাহ শ্ৰমিক মইনা নায়কৰ...

Popular

মিছ ইউনিভাৰ্ছ ২০২৬ৰ খিতাপ অৰ্জন পুৱেৰ্টো ৰিকোৰ জেনিফাৰ বাৰেটোৰ

জেনিফাৰ বাৰেটোৰ শিৰত জিলিকিল বিশ্ব সুন্দীৰৰ মুকুট। ৭৫সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা জিনিলে জেনিফাৰ বাৰেটোৱে। ডমিনিকান ৰিপাব্লিকৰ মেলিছা নুনেজে লাভ কৰে প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ।

ছানগ্লাছ পিন্ধি পকেটত হাত থৈ ফটোৰ বাবে প’জ দিয়া এই ভিডিঅ’টো সামাজিক মাধ্যমত আপুনিও প্ৰত্যক্ষ কৰিছে! এই শিশুটিয়ে লাভ কৰিলে এটা ডাঙৰ উপহাৰ…

মহাৰাষ্ট্ৰৰ যৱতমলৰ দুবছৰীয়া ৰুদ্ৰাশ সিং ঠাকুৰৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ১৩.৭ কোটিতকৈ অধিক বাৰ চোৱা হৈছে, যাৰ ফলত তেওঁ ‘ভোণ্ডু বচ্চা’ নামেৰে বিখ্যাত হৈ পৰিছে।

ৰাজ্যিক পৰ্যায়ত উজলিল ধেমাজিৰ প্ৰতিভাৱান খেলুৱৈ

গুৱাহাটীৰ গড়চুকত যোৱা ১৯, ২০, ২১ আৰু ২২ নৱেম্বৰত অনুষ্ঠিত হোৱা ৪১ সংখ্যক State Taekwondo Championship-ত উজ্জ্বল প্ৰদৰ্শনেৰে ধেমাজিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তিনিগৰাকী খেলুৱৈয়ে।

ৰাজ্য কঁপোৱা দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ ২ হত্যাকাৰী গুলীবিদ্ধ

দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ ২ হত্যাকাৰী গুলীবিদ্ধ
spot_imgspot_img