Tag: HEALTH

Browse our exclusive articles!

Heat Wave Assam: প্ৰচণ্ড গৰম! গৰমৰ পৰা হাত সাৰিবলৈ খাব পাৰে এবিধ বিশেষ পানীয়

প্ৰচণ্ড গৰম। পৰাপক্ষত জৰুৰী কাম নাথাকিলে নোলাব ঘৰৰ পৰা বাহিৰলৈ। (Heat Wave)

Urinary Tract Infection: প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা, বিষ প্ৰস্ৰাৱ সংক্ৰমণৰ লক্ষণ!

মহিলাসকল প্ৰস্ৰাৱৰ সংক্ৰমণ প্ৰায়েই হয়। কেতিয়াবা এই সংক্ৰমণ অতি গুৰুতৰ হৈ পৰে। সেইবাবে সক্ৰমণৰ ক্ষেত্ৰত মহিলাসকল সাৱধান হোৱা উচিত।(Urinary Tract Infection)

eating eggs can make your brain sharper: কণী খালে আপোনাৰ মগজু চোকা হ’ব পাৰে! অধ্যয়নত প্ৰকাশ

চিন্তা, বুজা আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতাক জ্ঞান শক্তি বোলা হয়। বয়স বৃদ্ধিৰ লগে লগে জ্ঞান আৰু মনৰ শক্তি কমিবলৈ আৰম্ভ কৰে। বেছিভাগ মানুহৰে ক্ষেত্ৰত এনেকুৱা হয়। স্মৃতি শক্তি ভালে ৰাখিবলৈ কণী খোৱাৰ আৰম্ভ কৰক।(eating eggs can make your brain sharper)

Rainy Season: চৰ্দি আৰু কাহেই নহয়, বাৰিষাৰ বতৰে চকু, ছালো অসুস্থ কৰি তুলে; এইদৰে নিজৰ যত্ন লওক

কেৱল চৰ্দি আৰু কাহেই নহয়, বাৰিষাৰ বতৰেও আমাৰ চকু আৰু ছালখন অসুস্থ কৰি তুলিব পাৰে। এনে পৰিস্থিতিত নিজে নিজৰ ভালদৰে যত্ন ল'ব লাগিব। বিশেষকৈ চকু আৰু ছালৰ যত্নৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াটো জৰুৰী।(not only cold and cough rainy season is making eyes and skin sick too)

How Often Should You Wash Your Hair With Shampoo:সপ্তাহত শ্বেম্পুৰে কেইবাৰ চুলি ধুব লাগে? জানি লওক

নাৰীৰ সৌন্দৰ্য চুলিকোছাতে। এসপ্তাহত শ্বেম্পুৰে কেইবাৰ চুলি ধুব লাগে এই বিষয়ে আপুনি জ্ঞাত নে? আপোনাৰ চুলিকোছাৰ যত্ন লোৱাটো আপোনাৰ দায়িত্ব।(How Often Should You Wash Your Hair With Shampoo)

Popular

মালিগাঁৱত কৃত্ৰিম বানত উটি যোৱা পায়েল নাথৰ মৃতদেহ উদ্ধাৰ

মালিগাঁৱত কৃত্ৰিম বানত উটি যোৱা পায়েল নাথৰ মৃতদেহ উদ্ধাৰ

কৃত্ৰিম বানত বুৰিল গুৱাহাটীঃ জিলা আয়ুক্তৰ জৰুৰী নিৰ্দেশনাত সোমবাৰে সকলো শিক্ষানুষ্ঠান বন্ধ

কৃত্ৰিম বানত বুৰিল গুৱাহাটীঃ জিলা আয়ুক্তৰ জৰুৰী নিৰ্দেশনাত সোমবাৰে সকলো শিক্ষানুষ্ঠান বন্ধ

কাৰ্বি আংলঙত চাঞ্চল্য: নিৰুদ্দেশ পুলিং বিষয়া কৰ্ণেলিয়াছ কিন্দোৰ মৃতদেহ উদ্ধাৰ

কাৰ্বি আংলঙত চাঞ্চল্য: নিৰুদ্দেশ পুলিং বিষয়া কৰ্ণেলিয়াছ কিন্দোৰ মৃ*তদেহ উদ্ধাৰ !

হৰমুজ প্ৰণালীৰ সমীপত ভাৰতীয় জাহাজত আক্ৰমণৰ পাছত ইৰাণৰ প্ৰতিক্ৰিয়া, “ভাৰত-ইৰাণ সম্পৰ্ক অত্যন্ত সুদৃঢ়”

হৰমুজ প্ৰণালীৰ সমীপত ভাৰতীয় জাহাজত আক্ৰমণৰ পাছত ইৰাণৰ প্ৰতিক্ৰিয়া, “ভাৰত-ইৰাণ সম্পৰ্ক অত্যন্ত সুদৃঢ়”

Subscribe

spot_imgspot_img