Tag: india

Browse our exclusive articles!

পাঠশালা প্ৰেছ ক্লাবৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস…

প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু ২৬ নং বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়।

কোৰাণত মহিলাৰ বাবে বোর্খা বাধ্যতামূলক বুলি উল্লেখ নাইঃ জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক

'কোৰাণত মহিলাসকলৰ বাবে বোর্খা বাধ্যতামূলক বুলি কোনো কথা উল্লেখ নাই'। বলীউডৰ এগৰাকী জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক সৃষ্টি।বোৰ্খাৰ ব্যাখ্যা আৰু ধৰ্মীয় শিক্ষাৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে শ্বাবানা আজমীয়ে।

খানাপাৰা–যোৰাবাটত প্ৰতিবাদঃ মেঘালয়ৰ বাহন অসমত প্ৰৱেশত বাধা

খানাপাৰা–যোৰাবাটত প্ৰতিবাদ। মেঘালয়ৰ বাহন অসমত প্ৰৱেশত বাধা। শ্বিলঙত অসমৰ বাহনত আক্ৰমণৰ অভিযোগৰ পিছতে খানাপাৰা–যোৰাবাটত উত্তেজনা।

ঝাৰখণ্ডত JSSC-CGLৰ সকলো পৰীক্ষা বাতিলৰ সিদ্ধান্ত

জনতাতকৈ চৰকাৰ ডাঙৰ হ'ব নোৱাৰে।অৱশেষত ২৪দিনৰ অন্তত হাৰ মানিবলৈ বাধ্য হ'ল হেমন্ত চৰকাৰ।

অপাৰেচন থিয়েটাৰত অস্ত্ৰোপচাৰ চলি থকাৰ সময়তে হঠাতে গীত গালে ছনু নিগমে

ছচিয়েল মিডিয়াত পোহৰলৈ আহিছে এটা বিশেষ ভিডিঅ’। ভিডিঅ’টোত অস্ত্ৰোপচাৰৰ সময়ত ছনু নিগমক গান গোৱা দেখা গৈছে। কণ্ঠশিল্পীগৰাকীয়ে বেদনা লাঘৱ কৰিবলৈ বাছি লৈছিল মহম্মদ ৰফিৰ গীত।

তেল বিপণন কোম্পানীসমূহে কৰিলে ই ২০ পেট্ৰলত আৰ্দ্ৰতা আৰু ক্লৰাইডৰ উপস্থিতিৰ পৰীক্ষাঃ ৫০০ পিপিএম ক্লৰাইড আৰু আৰ্দ্ৰতাৰ উপস্থিতিৰ দাবী শুদ্ধ নহয়

তেল বিপণন কোম্পানীসমূহে কৰিলে ই ২০ পেট্ৰলত আৰ্দ্ৰতা আৰু ক্লৰাইডৰ উপস্থিতিৰ পৰীক্ষাঃ ৫০০ পিপিএম ক্লৰাইড আৰু আৰ্দ্ৰতাৰ উপস্থিতিৰ দাবী শুদ্ধ নহয়

Renu Dhariyal: দীঘল চুলিৰ অধিকাৰী হিচাপে বিশ্ব ৰেকৰ্ড গঢ়িলে ভাৰতৰ ৰেণু ধৰিয়ালে

বিশ্বৰ আটাইতকৈ দীঘল চুলিৰ অধিকাৰী হিচাপে বিশ্ব ৰেকৰ্ড গঢ়িলে ভাৰতৰ ৰেণু ধৰিয়ালে। তেওঁৰ ক’লা চুলিৰ দৈৰ্ঘ্য ২৭১.৫০ ছেণ্টিমিটাৰ (৮ ফুট ১০ ইঞ্চি)।

Popular

পাঠশালা প্ৰেছ ক্লাবৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস…

প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু ২৬ নং বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়।

বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰামপুৰত ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ

বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰামপুৰত ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ

কোৰাণত মহিলাৰ বাবে বোর্খা বাধ্যতামূলক বুলি উল্লেখ নাইঃ জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক

'কোৰাণত মহিলাসকলৰ বাবে বোর্খা বাধ্যতামূলক বুলি কোনো কথা উল্লেখ নাই'। বলীউডৰ এগৰাকী জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক সৃষ্টি।বোৰ্খাৰ ব্যাখ্যা আৰু ধৰ্মীয় শিক্ষাৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে শ্বাবানা আজমীয়ে।

অনুসূচীত জাতিৰ নেতা ৰুবুল দাসক গ্ৰেপ্তাৰ

মীন বিভাগৰ চাকৰিৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগ।দিছপুৰ থানাত ৰুবুল দাস বিৰুদ্ধে গোচৰ ৰুজু।ভুৱা নিযুক্তি পত্ৰৰে যুৱকক প্ৰতাৰণাৰ অভিযোগ।
spot_imgspot_img