Tag: india

Browse our exclusive articles!

আজিৰে পৰা ৭২ ঘণ্টাৰ বাবে বন্ধ ৰখা হ’ব ভাৰত-নেপাল সীমান্ত…

আজিৰে পৰা বন্ধ ৰখা হ'ব ভাৰত-নেপাল সীমান্ত৭২ ঘণ্টাৰ বাবে বন্ধ ৰখা হ'ব সীমান্তৰে চলাচল ১৯ এপ্ৰিলত উত্তৰাখণ্ডত ভোটদানতিনিদিনৰ বাবে ছীল কৰা হৈছে উত্তৰাখণ্ড-নেপাল সীমান্তউত্তৰাখণ্ড প্রশাসনে...

ভাইজানৰ ঘৰৰ সন্মুখত ভয়ংকৰ কাণ্ড কৰা দুজনক গ্ৰেপ্তাৰ…

অভিনেতা তথা ভাইজান ছলমান খানৰ বান্দ্ৰাস্থিত গেলেক্সী এপাৰ্টমেণ্টৰ বাসগৃহৰ সন্মুখত গুলীবৰ্ষণ কৰা দুজনক গ্ৰেপ্তাৰ । চিচি টিভিৰ ভিজুৱেলৰ ভিত্তিত অভিযান চলাই সোমবাৰে গুজৰাটত ক্ৰাইম ব্ৰাঞ্চে...

২৩ এপ্ৰিল পৰ্যন্ত কাৰাগাৰতে থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী…

২৩ এপ্ৰিল পৰ্যন্ত কাৰাগাৰতে থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। দিল্লীৰ ৰাউজ এভিনিউ আদালতে দিলে এই ৰায়। ভাৰ্চুৱেলী শুনানি গ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰোৱা হৈছিল...

গৰমৰ দিনত এইদৰে ৰান্ধি খাওক মাছৰ আঞ্জা! অসমীয়া নৱবৰ্ষত শিকি লওক মাছৰ ৰন্ধন প্ৰণালী…

মাছৰ আঞ্জা বুলি ক'লেই নিশ্চয় সকলোৰে লোভ লাগে, নহয়নে? মাছৰ টেঙা আঞ্জা আৰু প্ৰিয় নহয় জানো। মাছ আপুনি মনৰ পছন্দ অনুসৰি সোৱাদ লগাকৈ ৰান্ধি...

১ মাৰ্চৰ পৰা প্ৰতিদিনেই জব্দ হৈছে ১০০ কোটিকৈ টকা ! নির্বাচন আয়োগে বিবৃতি যোগে জনালে এই তথ্য…

৭৫ বছৰীয়া ইতিহাসত নজিৰবিহীন ঘটনা। ১ মাৰ্চৰ পৰা প্ৰতিদিনেই জব্দ হৈছে ১০০ কোটিকৈ টকা ১৩ এপ্রিললৈ দেশত নগদ ধনসহ ৪,৬৫৮.১৬ কোটি টকা মূল্যৰ সামগ্রী...

Popular

চাৰ্জশ্বীট পঢ়ি বিস্ফোৰক মন্তব্য জুবিন-পত্নী গৰিমা শইকীয়া গাৰ্গৰ ।Zubeen Garg 

চাৰ্জশ্বীট পঢ়ি বিস্ফোৰক মন্তব্য জুবিন-পত্নী গৰিমা শইকীয়া গাৰ্গৰ ।

Assam News: ২০২৫ বৰ্ষত অসমে হেৰুওৱা কেইগৰাকীমান বিশিষ্ট ব্যক্তি

Assam News: ২০২৫ বৰ্ষত অসমে হেৰুওৱা কেইগৰাকীমান বিশিষ্ট ব্যক্তি। ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰাৰ বাবে জুবিন গাৰ্গ গৈছিল ছিংগাপুৰলৈ৷

Infiltrators: অনুপ্ৰৱেশকাৰীক ৰুধিবলৈ পাঁচ বছৰ দিয়ক

Infiltrators: অনুপ্ৰৱেশকাৰীক ৰুধিবলৈ পাঁচ বছৰ দিয়ক। বটদ্ৰৱা থানত মহাপুৰুষ শংকৰ দেৱজীৰ ‘আবিৰ্ভাৱ ক্ষেত্ৰ’ও সৃষ্টি কৰা হৈছে৷

Nagaon News: প্ৰচণ্ড শীতৰ মাজতে নগাঁৱৰ জামুগুৰি অগ্ৰণী শিক্ষানুষ্ঠান গুড গাইডেন্স একাডেমীৰ প্ৰাংগণত ৰঙীন সাজ পোছকত কণ কণ শিশু…

Nagaon News: প্ৰচণ্ড শীতৰ মাজতে নগাঁৱৰ জামুগুৰি অগ্ৰণী শিক্ষানুষ্ঠান গুড গাইডেন্স একাডেমীৰ প্ৰাংগণত ৰঙীন সাজ পোছকত কণ কণ শিশু...

Subscribe

spot_imgspot_img