Tag: india

Browse our exclusive articles!

পাঠশালা প্ৰেছ ক্লাবৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস…

প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু ২৬ নং বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়।

কোৰাণত মহিলাৰ বাবে বোর্খা বাধ্যতামূলক বুলি উল্লেখ নাইঃ জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক

'কোৰাণত মহিলাসকলৰ বাবে বোর্খা বাধ্যতামূলক বুলি কোনো কথা উল্লেখ নাই'। বলীউডৰ এগৰাকী জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক সৃষ্টি।বোৰ্খাৰ ব্যাখ্যা আৰু ধৰ্মীয় শিক্ষাৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে শ্বাবানা আজমীয়ে।

ডেংগু প্ৰতিৰোধ কৰাৰ নতুন উপায়

পৰীক্ষাগাৰত নিৰ্মিত 'বিশেষ মহ'বোৰে ডেংগু মহ আঁতৰ কৰিব, যি আনকি ৰোগ বিয়পাৰ আশংকাও নকৰে।বিজ্ঞানীসকলে মহ আঁতৰ কৰাৰ এক অনন্য পদ্ধতি উদ্ভাৱন কৰিছে। ইণ্ডোনেছিয়াৰ বিজ্ঞানীসকলে...

আকাশত এয়া কি!

গুৱাহাটীৰ আকাশত আজি  দৃশ্যমান হৈছে এক আচৰ্যকৰ বগা ৰেখা। এই ৰেখাই কৌতুহল সৃষ্টি কৰিছে মহানগৰবাসীৰ মাজত। মাজ আকাশত সৃষ্টিহৈ বহু দূৰলৈকে দৃশ্যমান হোৱা ৰামধেনু...

শীতকালত খাওঁক এনেকুৱা খাদ্য

শীত কাল আৰম্ভ হৈছে। খাদ্যৰ ক্ষেত্ৰত এই ঋতুটো সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হয় কিয়নো আমাৰ শৰীৰে অধিক উপনিবেশ জ্বলায়। সেইকাৰণে ঠাণ্ডাত ডাঠ হোৱাৰ আশংকা...

ক’ভিড ভেকচিনত কেন্দ্ৰীয় চৰকাৰৰ খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা

চলিত বৰ্ষৰ জুলাই মাহৰ লৈকে কেন্দ্ৰই ভেকচিন ক্ৰয়ত খৰচ কৰিছে মুঠ আঠ হাজাৰ কোটি টকা। এই বৰ্ষত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ভেকচিনৰ বাবদ ৩৫ হাজাৰ...

বক্স অফিচ সংগ্ৰহ

ৰোহিত চেট্টীৰ চতুৰ্থ কপ ইউনিভাৰ্ছ ছবি সূৰ্যবংশীয়ে আজিকালি বক্স অফিচৰ উজ্জ্বলতা লাভ কৰিছে। ৫ নৱেম্বৰত মুক্তি লাভ কৰা ছবিখনে পঞ্চম দিনাহে ১০০ কোটিৰ ক্লাবত...

Popular

পাঠশালা প্ৰেছ ক্লাবৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস…

প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু ২৬ নং বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়।

বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰামপুৰত ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ

বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰামপুৰত ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ

কোৰাণত মহিলাৰ বাবে বোর্খা বাধ্যতামূলক বুলি উল্লেখ নাইঃ জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক

'কোৰাণত মহিলাসকলৰ বাবে বোর্খা বাধ্যতামূলক বুলি কোনো কথা উল্লেখ নাই'। বলীউডৰ এগৰাকী জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক সৃষ্টি।বোৰ্খাৰ ব্যাখ্যা আৰু ধৰ্মীয় শিক্ষাৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে শ্বাবানা আজমীয়ে।

অনুসূচীত জাতিৰ নেতা ৰুবুল দাসক গ্ৰেপ্তাৰ

মীন বিভাগৰ চাকৰিৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগ।দিছপুৰ থানাত ৰুবুল দাস বিৰুদ্ধে গোচৰ ৰুজু।ভুৱা নিযুক্তি পত্ৰৰে যুৱকক প্ৰতাৰণাৰ অভিযোগ।
spot_imgspot_img