Tag: india

Browse our exclusive articles!

APSC কেলেংকাৰিৰ অভিযুক্ত ৰাকেশ পালক অন্তৰ্ৱৰ্তীকালীন জামিন

১ লাখ টকাৰ বণ্ডসহ তিনিজন জামিনদাৰ প্ৰদানৰ চৰ্ত আৰোপ।আদালতৰ অনুমতি অবিহনে ৰাকেশ পালে এৰিব নোৱাৰিব ন্যায়িক এলেকা।ৰাকেশ পালৰ পাৰপত্ৰ আদালতত জমা দিয়াৰো নিৰ্দেশ।

সদৌ অসম পৰিবহণ সন্থাৰ চকা বন্ধৰ আহ্বানঃ যাত্ৰীৰ হাহাকাৰ অৱস্থা

পুৱা ৬ বজাৰ পৰা আহ্বান জনোৱা হৈছে চকা বন্ধৰ।বন্ধ আছে প্ৰায় সকলো বেচৰকাৰী বাহন।ঘন্টা ঘন্টা ধৰি অপেক্ষা কৰিও যাত্ৰীয়ে পোৱা নাই বাহন।

মিছ ইউনিভাৰ্ছ ২০২৬ৰ খিতাপ অৰ্জন পুৱেৰ্টো ৰিকোৰ জেনিফাৰ বাৰেটোৰ

জেনিফাৰ বাৰেটোৰ শিৰত জিলিকিল বিশ্ব সুন্দীৰৰ মুকুট। ৭৫সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা জিনিলে জেনিফাৰ বাৰেটোৱে। ডমিনিকান ৰিপাব্লিকৰ মেলিছা নুনেজে লাভ কৰে প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ।

Beetroot: বীটৰুটৰ ৰাজধানী নামেৰে কোন কেইখন দেশ পৰিচিত? এই তালিকাত ভাৰতৰ স্থান কি…

Beetroot: বীটৰুটৰ ৰাজধানী নামেৰে কোন কেইখন দেশ পৰিচিত? এই তালিকাত ভাৰতৰ স্থান কি...

নৈৰ গৰা খহাদি খহিছে ভাৰতীয় টকাৰ মূল্যঃ ডলাৰৰ বিপৰীতে ক্ৰমে কমিছে মুদ্ৰাৰ মান

নৈৰ গৰা খহাদি খহিছে ভাৰতীয় টকাৰ মূল্য৷ ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য প্ৰথমবাৰৰ বাবে ৯৬.৩০লৈ হ্ৰাস পাইছে৷

ৰাজহুৱা স্থানৰ পৰা বাটৰুৱা কুকুৰ আঁতৰোৱাৰ নিৰ্দেশনা বাহাল

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে NGOৰ আবেদন। ৰাজহুৱা স্থানৰ পৰা বাটৰুৱা কুকুৰ আঁতৰোৱাৰ নিৰ্দেশনা বাহাল।

মহিলাৰ বাবে বাছত বিনামূলীয়া ভ্ৰমণৰ সুবিধা, আশা কৰ্মীৰ দৰমহা বৃদ্ধি

দীৰ্ঘদিন ধৰি দৰমহা বৃদ্ধিৰ বাবে হেঁচা প্ৰয়োগ কৰা আশা কৰ্মীসকলে কিছু অতিৰিক্ত সকাহ লাভ কৰিলে৷

পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য…

ৰাজ্যবাসীৰ মূৰত মাধমাৰ চৰকাৰৰ। পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।৫ দিনত দেশত দুবাৰকৈ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি।

Popular

সদৌ অসম পৰিবহণ সন্থাৰ চকা বন্ধৰ আহ্বানঃ যাত্ৰীৰ হাহাকাৰ অৱস্থা

পুৱা ৬ বজাৰ পৰা আহ্বান জনোৱা হৈছে চকা বন্ধৰ।বন্ধ আছে প্ৰায় সকলো বেচৰকাৰী বাহন।ঘন্টা ঘন্টা ধৰি অপেক্ষা কৰিও যাত্ৰীয়ে পোৱা নাই বাহন।

‘অসম সচেতন মঞ্চ’ৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সফলতাৰে সম্পন্নঃ ৩ জানুৱাৰীত প্ৰতিভা সন্ধান পৰীক্ষাৰ দিন ঘোষণা

'অসম সচেতন মঞ্চ'ৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সফলতাৰে সম্পন্নঃ ৩ জানুৱাৰীত প্ৰতিভা সন্ধান পৰীক্ষাৰ দিন ঘোষণা

মিছ ইউনিভাৰ্ছ ২০২৬ৰ খিতাপ অৰ্জন পুৱেৰ্টো ৰিকোৰ জেনিফাৰ বাৰেটোৰ

জেনিফাৰ বাৰেটোৰ শিৰত জিলিকিল বিশ্ব সুন্দীৰৰ মুকুট। ৭৫সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা জিনিলে জেনিফাৰ বাৰেটোৱে। ডমিনিকান ৰিপাব্লিকৰ মেলিছা নুনেজে লাভ কৰে প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ।

ছানগ্লাছ পিন্ধি পকেটত হাত থৈ ফটোৰ বাবে প’জ দিয়া এই ভিডিঅ’টো সামাজিক মাধ্যমত আপুনিও প্ৰত্যক্ষ কৰিছে! এই শিশুটিয়ে লাভ কৰিলে এটা ডাঙৰ উপহাৰ…

মহাৰাষ্ট্ৰৰ যৱতমলৰ দুবছৰীয়া ৰুদ্ৰাশ সিং ঠাকুৰৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ১৩.৭ কোটিতকৈ অধিক বাৰ চোৱা হৈছে, যাৰ ফলত তেওঁ ‘ভোণ্ডু বচ্চা’ নামেৰে বিখ্যাত হৈ পৰিছে।
spot_imgspot_img