Tag: india

Browse our exclusive articles!

সিজোৱা কণী বাকলি গুচোৱাত অসুবিধাৰ সন্মুখীন হয় নেকি…

আপুনি হয়তো প্ৰতিদিনে কণী খাই, কিন্তু আপুনি জানেনে কণী বাকলি গুচোৱাত কিয় অসুবিধাৰ সন্মুখীন হয়? কণীত প্ৰচুৰ পৰিমাণে প্ৰটিন, ভিটামিন আৰু অন্যান্য পুষ্টিকৰ উপাদান...

ভাৰত আৰু আন ৬দেশৰ লোকক ৩১ মাৰ্চলৈকে বিনামূলীয়া ভিছাৰ অনুমোদন শ্ৰীলংকাৰ

শ্ৰীলংকাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আলী ছাব্ৰিয়ে ঘোষণা কৰিছে যে ২০২৪ চনৰ ৩১ মাৰ্চলৈকে পাইলট প্ৰজেক্ট হিচাপে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ভাৰত আৰু আন ছয়খন দেশৰ...

বাংলাদেশত শোকাৱহ ৰে’ল দুৰ্ঘটনাত ২০ জন নিহত, আহত শতাধিক…

বাংলাদেশৰ ভৈৰৱৰ জগন্নাথপুৰ ৰে’ল ক্ৰছিং এলেকাত সোমবাৰে বিয়লি প্ৰায় ৩:৩০ বজাত দুখন ৰে’লৰ মাজত সংঘটিত ভয়ংকৰ সংঘৰ্ষত ২০ জন লোকৰ মৃত্যু হয়। মৃতকৰ সংখ্যা...

২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে প্ৰৰোচনাৰ বলি নহ’বলৈ ৰাইজক আহ্বান মোহন ভাগৱতৰ…

২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে দুষ্টামি আৰু প্ৰৰোচনাৰ বলি নহ'বলৈ ৰাইজক আহ্বান মোহন ভাগৱতৰ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে ৰাইজক সকীয়াই কয় যে ২০২৪...

চাহ খাই ভাল পোৱা সকলে চাহৰ সৈতে নাখাব এইসমূহ বস্তু…

সকলোৱে চাহ খাই ভাল পায়। কিন্তু আমি যেতিয়া চাহ খাওঁ তেতিয়া তাৰ লগত কিছুমান বস্তু সেৱন কৰো যিয়ে আমাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। গতিকে...

Popular

পূৱ বংশৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা জোনালী মালাকাৰৰ পি,এইচ,ডি লাভ

"আৱাহন যুগৰ চুটিগল্পত মোপাছাঁৰ প্ৰভাৱ" শীৰ্ষক বিষয়ত পূৱ বংশৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা জোনালী মালাকাৰৰ পি,এইচ,ডি লাভ।

“আজি ৰাতি শিলা বৰষিলে নুশুনি প্ৰজাৰ মাত, পালি-পহৰীয়া সৱে নিদ্ৰা গৈলা ওপজিলা জগন্নাথ…”

"আজি ৰাতি শিলা বৰষিলে নুশুনি প্ৰজাৰ মাত, পালি-পহৰীয়া সৱে নিদ্ৰা গৈলা ওপজিলা জগন্নাথ..."

খুচি কাশ্যপলৈ এন চি চিৰ ২০২৬ -২৭ বৰ্ষৰ বীৰ চিলাৰায় বঁটা

ৰাজ্যিক ক্ৰীড়া দিৱস উপলক্ষে সৰু সজাইস্থিত ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰাংগনত তিনি ছেপ্টেম্বৰ গধূলি ক্ৰীড়া আৰু সংস্কৃতিৰ এক বণাঢ্য কাৰ্যসূচি অনুষ্ঠিত হয়।

অৱশেষত নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ

অৱশেষত নগাঁৱৰ জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ

Subscribe

spot_imgspot_img