Tag: india

Browse our exclusive articles!

যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত অগপ নেতা জিন্টু চৌধুৰী

অজয় জেকা হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত অগপ নেতাজন।২০০৭ চনত নাৰেংগীৰ সেনা ছাউনীত ঘটিছিল হত্যাকাণ্ড। ১৯ বছৰৰ পাছত ন্যায় পালে অজয় ডেকাৰ পৰিয়ালে।

APSC কেলেংকাৰিৰ অভিযুক্ত ৰাকেশ পালক অন্তৰ্ৱৰ্তীকালীন জামিন

১ লাখ টকাৰ বণ্ডসহ তিনিজন জামিনদাৰ প্ৰদানৰ চৰ্ত আৰোপ।আদালতৰ অনুমতি অবিহনে ৰাকেশ পালে এৰিব নোৱাৰিব ন্যায়িক এলেকা।ৰাকেশ পালৰ পাৰপত্ৰ আদালতত জমা দিয়াৰো নিৰ্দেশ।

সদৌ অসম পৰিবহণ সন্থাৰ চকা বন্ধৰ আহ্বানঃ যাত্ৰীৰ হাহাকাৰ অৱস্থা

পুৱা ৬ বজাৰ পৰা আহ্বান জনোৱা হৈছে চকা বন্ধৰ।বন্ধ আছে প্ৰায় সকলো বেচৰকাৰী বাহন।ঘন্টা ঘন্টা ধৰি অপেক্ষা কৰিও যাত্ৰীয়ে পোৱা নাই বাহন।

Delhi Blast: ৰাজধানী দিল্লীৰ ভয়াৱহ বিস্ফোৰণত ব্যৱহৃত গাড়ীৰ গৰাকীক গ্ৰেপ্তাৰ

Delhi Blast: ৰাজধানী দিল্লীৰ ভয়াৱহ বিস্ফোৰণত ব্যৱহৃত গাড়ীৰ গৰাকীক গ্ৰেপ্তাৰ

আই এন এছ বিক্ৰান্তত দীপাৱলী উদযাপন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে…

আই এন এছ বিক্ৰান্তত নৌসেনা বাহিনীৰ জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সোমবাৰে আই এন এছ বিক্ৰান্তত দীপাৱলী উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে...

সোণাপুৰৰ সমাধিস্থলীত অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই ৰাহুল গান্ধীৰ মন্তব্য: “ছিংগাপুৰত আচলতে কি হৈছিল সেয়া সকলোৱে জানিব লাগিব”

ছিংগাপুৰত আচলতে কি হৈছিল সেয়া সকলোৱে জানিব লাগিব। অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু ৰহস্যক লৈ এনেদৰে মন্তব্য কৰিলে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে। ১৭...

নতুন দিল্লীত চিবিআইৰ উদ্যোগত “পলাতকসকলৰ প্ৰত্যাৰ্পণ: প্ৰত্যাহ্বান আৰু কৌশল” বিষয়ক সন্মিলনত অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)ৰ উদ্যোগত আয়োজিত ‘পলাতক প্ৰত্যাৰ্পণ: প্ৰত্যাহ্বান আৰু কৌশল’ শীৰ্ষক সন্মিলনত...

উত্তৰ-পূর্বাঞ্চলত গৱেষণা আৰু ৰোগীৰ সুবিধাৰ্থে এইমছ, গুৱাহাটীত আৰম্ভ হ’ল ক্লিনিকেল ট্ৰায়েল ইউনিট

অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (এইমছ) গুৱাহাটীয়ে ইয়াৰ ক্লিনিকেল ট্ৰায়েল ইউনিট (চিটিইউ) উদ্বোধন কৰে, যি ভাৰতৰ উত্তৰ-পূব অঞ্চলত উচ্চমানৰ, নীতিভিত্তিক আৰু ৰোগীকেন্দ্ৰিক ক্লিনিকেল...

Popular

কিড্‌চ আৰু ছাব-জুনিয়ৰ ৰাজ্যিক টাইকোৱানডো চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক শুৱালকুছিৰ বৃথি দাসৰ

কিড্‌চ আৰু ছাব-জুনিয়ৰ ৰাজ্যিক টাইকোৱানডো চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক শুৱালকুছিৰ বৃথি দাসৰ।

APSC কেলেংকাৰিৰ অভিযুক্ত ৰাকেশ পালক অন্তৰ্ৱৰ্তীকালীন জামিন

১ লাখ টকাৰ বণ্ডসহ তিনিজন জামিনদাৰ প্ৰদানৰ চৰ্ত আৰোপ।আদালতৰ অনুমতি অবিহনে ৰাকেশ পালে এৰিব নোৱাৰিব ন্যায়িক এলেকা।ৰাকেশ পালৰ পাৰপত্ৰ আদালতত জমা দিয়াৰো নিৰ্দেশ।

সদৌ অসম পৰিবহণ সন্থাৰ চকা বন্ধৰ আহ্বানঃ যাত্ৰীৰ হাহাকাৰ অৱস্থা

পুৱা ৬ বজাৰ পৰা আহ্বান জনোৱা হৈছে চকা বন্ধৰ।বন্ধ আছে প্ৰায় সকলো বেচৰকাৰী বাহন।ঘন্টা ঘন্টা ধৰি অপেক্ষা কৰিও যাত্ৰীয়ে পোৱা নাই বাহন।

‘অসম সচেতন মঞ্চ’ৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সফলতাৰে সম্পন্নঃ ৩ জানুৱাৰীত প্ৰতিভা সন্ধান পৰীক্ষাৰ দিন ঘোষণা

'অসম সচেতন মঞ্চ'ৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সফলতাৰে সম্পন্নঃ ৩ জানুৱাৰীত প্ৰতিভা সন্ধান পৰীক্ষাৰ দিন ঘোষণা
spot_imgspot_img