Tag: Virat Kohli

Browse our exclusive articles!

অনুশীলনৰ পৰা বিৰতঃ আহমেদাবাদত বিৰাট কোহলীৰ জীৱনলৈ সঁচাকৈয়ে আহিছিলনে ভাবুকি!

আহমেদাবাদত বিৰাট কোহলীৰ জীৱনলৈ ভাবুকি অহা বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছতে দেশজুৰি হৈ চৈ লাগে। বাতৰিত কোৱা হৈছিল যে নিৰাপত্তাৰ খাতিৰতে...

আই পি এলত বিৰাট কোহলীৰ নতুন হেয়াৰষ্টাইলে আকৰ্ষণ কৰিছে অনুৰাগীক…

চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত খেলপথাৰলৈ উভতি অহাৰ পূৰ্বে বিৰাট কোহলীকো এক নতুন হেয়াৰষ্টাইলত দৰ্শকে দেখিবলৈ পাইছে৷ বিৰাটে ক্ৰীড়াৰ সৈতে যেন ফেশ্বনৰ নতুন প্ৰৱণতাৰ...

ফ্লাইং কিছ! পত্নী, কন্যা আৰু পুত্ৰৰ সৈতে বিৰাট কোহলীৰ মৰমলগা ভিডিঅ’ কল…

বিৰাট কোহলীৰ এটি ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। আচলতে আই পি এল ২০২৪ৰ ষষ্ঠখন খেলৰ পাছত পঞ্জাৱ কিংছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত বিৰাট...

মেচৰ পূৰ্বে বিৰাট কোহলীৰ ভিডিঅ’ চাই এইগৰাকী মহিলা ক্ৰিকেটাই…

বৰ্তমান মহিলাৰ আই পি এল অৰ্থাৎ মহিলা প্ৰিমিয়াৰ লীগ (WPL 2024) হৈছে আছে। প্ৰতিযোগিতাখনৰ প্ৰায় আধা অৰ্থাৎ ১০খন মেচ খেলা হৈছে। বৰ্তমান পইণ্ট তালিকাত...

অনুৰাগীৰ বাবে ভাল খবৰ, টেষ্ট মেচৰ পূৰ্বে ভাৰতৰ পৰা উভতিছে কোহলী…

ভাৰত বনাম দক্ষিণ আফ্ৰিকাঃ ব্যক্তিগত কাৰণত শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতিছিল বিৰাট কোহলি। কিন্তু খবৰ অনুসৰি কোহলীয়ে এতিয়া টিম ইণ্ডিয়াত যোগদান কৰিছে। ভাৰত...

Popular

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্পক লৈ আতংকৰ কোনো তাৎক্ষণিক কাৰণ নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । Brahmaputra

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্পক লৈ আতংকৰ কোনো তাৎক্ষণিক কাৰণ নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । Brahmaputra

Zodiac Signs: ৩ ৰাশিৰ মানুহক বুজিবলৈ টান! তেওঁলোক শান্ত, মনৰ অনুভৱ কাৰো সৈতে নকৰে প্ৰকাশ!

জ্যোতিষৰ মতে (Zodiac Signs) এজন ব্যক্তিৰ ৰাশিয়ে তেওঁৰ স্বভাৱৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। বিভিন্ন ৰাশিৰ মানুহৰ স্বভাৱ বেলেগ হয়।

Shrinkhal Chaliha: দেশৰ মানুহে গঢ়ি-পিটি ল’ব জানে হেংদাং, ঢাল-তৰোৱালঃ শৃংখল চলিহা

বাংলাদেশীক উচ্ছেদৰ ক্ষেত্ৰত "দেশৰ মানুহে গঢ়ি-পিটি ল'ব জানে হেংদাং, ঢাল-তৰোৱাল" বুলি মন্তব্য শৃংখল চলিহাৰ।

Sawan 2025: শাওণৰ উপবাসৰ সময়ত কিছু সোৱাদযুক্ত আৰু লঘু খাদ্য খাব বিচাৰিলে এই সমূহ খাব পাৰে!

Sawan 2025: শাওণৰ উপবাসৰ সময়ত কিছু সোৱাদযুক্ত আৰু লঘু খাদ্য খাব বিচাৰিলে এই সমূহ খাব পাৰে!

Subscribe

spot_imgspot_img