দুৰ্ঘটনা

কাকপথাৰত ট্রাকে মহটিয়াই নিলে এখন মেজিক বাহন, নিহত ৭ জন

মঙলবাৰে নিশা কাকপথাৰ বৰডিৰাকত ট্ৰাক আৰু টাটা মেজিকৰ খুন্দাত নিষ্ঠুৰ নিয়তিয়ে অকালতে কাঢ়ি লৈ গ'ল ৭ গৰাকীকৈ লোকক। আহত হ'ল ১২ গৰাকী লোক। নিহতসকল ক্ৰমে,...

জামুগুৰিহাটৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দূৰ্ঘটনা…

জামুগুৰিহাটৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দূৰ্ঘটনা৷ বসুন্ধৰা গেছ এজেঞ্চিৰ সন্মুখত সংঘটিত হয় এই দূৰ্ঘটনা৷ ৰৈ থকা ট্ৰাকত খুন্দা মাৰিলে BREEZA বাহনে৷ তেজপুৰৰ পৰা জামুগুৰিহাটলৈ আহি আছিল ব্ৰীজা...

সোণাৰিৰ লংপতীয়া ৰে’ল ষ্টেচনত তীব্ৰবেগী ৰে’লে মহটিয়ালে এজন ৰে’লৱে শ্ৰমিকক…

সোণাৰিৰ লংপতীয়া ৰে'ল ষ্টেচনত অঘটন। তীব্ৰবেগী ৰে'লে মহটিয়ালে এজন ৰে'লৱে শ্ৰমিকক। থিতাতে নিহত নাহৰকটীয়াৰ মৃদু সোণোৱাল। ঠিকাদাৰৰ অধীনত ৰে'লৰ চিৰি বহুওৱা কামত নিয়োজিত আছিল...

নৱনিৰ্মিত নীলাচল উৰণসেতুত সংঘটিত হৈছে প্ৰথমটো পথ দুৰ্ঘটনা…

নৱনিৰ্মিত নীলাচল উৰণসেতুত সংঘটিত হৈছে প্ৰথমটো পথ দুৰ্ঘটনা। ট্রাকে খুন্দিয়ালে GMCৰ চাফাই কৰ্মীৰ ঠেলাগাড়ী।দুৰ্ঘটনাৰ ফলত সামান্য পৰিমাণে এগৰাকী চাফাই কৰ্মী আঘাতপ্রাপ্ত হয়। ঘটনাস্থলীত জালুকবাৰী যান-বাহন...

মাণিকপুৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা ! এখন কণ্টেইনাৰ আৰু দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ…

মাণিকপুৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা। এখন কণ্টেইনাৰ আৰু দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত নিহত কন্টেইনাৰৰ চালক। গুৰুতৰভাৱে আহত ট্ৰাক চালক, হেণ্ডিমেনসহ তিনিজন। আহতসকলক বঙাইগাঁও...

Popular